ভোলানাথ বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{Infobox person
| name = ভোলানাথ বৰুৱা
| native_name =
| native_name_lang =
| image = ভোলানাথ বৰুৱা.jpg
| image_size =
| alt =
| caption = ভোলানাথ বৰুৱা
| birth_name =
| birth_date = ১৮৫৩ <small>(১৭৭৫ শক ১৩ আহিন)</small>
| birth_place = পুৰণিগুদাম, নগাঁও জিলা
| death_date = ৩০ মে', ১৯২৩
| death_place = হাওৰা, কলিকতা
| residence =
| nationality = [[ভাৰত|ভাৰতীয়]]
| other_names =
| citizenship = {{flagcountryflag|India}}
| education =
| occupation = ব্যৱসায়ী
| years_active =
| employer =
| organization =
| employer =
| known_for = শিক্ষা আৰু বাণিজ্যৰ অগ্ৰদূত,
| organization =
| notable_works =
| known_for = শিক্ষা আৰু বাণিজ্যৰ অগ্ৰদূত,
| style =
| notable_works =
| influences =
| style =
| influenced =
| influences =
| home_town =
| influenced =
| religion =
| home_town =
| spouse =
| religion =
| partner =
| spouse =
| children =
| partner =
| parents =
| children =
| awards =
| parents =
| signature =
| awards =
| signature_alt =
| signature =
| signature_size =
| signature_alt =
| website =
| signature_size =
| website =
}}
'''ভোলানাথ বৰুৱা''' (১৮৫৩-৩০ মে', ১৯২৩) এগৰাকী অসমীয়া উদ্যোগী আৰু ব্যৱসায়ী আছিল৷ তেওঁক সাধাৰণতে শিক্ষা আৰু বাণিজ্যৰ অগ্ৰদূত বুলি অভিহিত কৰা হয়৷{{citation needed}} তেওঁক প্ৰায়েই ''সাউদ ভোলানাথ বৰুৱা'' অথবা ''সদাগৰ ভোলানাথ বৰুৱা'' হিচাপে সম্বোধন কৰা হয়৷ ঊনৈশ শতিকাৰ অন্তিমত আৰু কুৰি শতিকাৰ প্ৰথমাৰ্ধত এইগৰাকী ব্যক্তিয়ে ভাৰতবৰ্ষৰ একাধিক ঠাইত বাণিজ্য তথা ব্যৱসায়িক কেন্দ্ৰ স্থাপন কৰিছিল আৰু ব্যৱসায়ৰ লাভাংশৰ এক শকত ধন অসম আৰু বাহিৰৰ নানান শিক্ষাপ্ৰতিষ্ঠান আৰু ভাষা-সাহিত্যৰ উন্নতিৰ হকে ব্যয় কৰিছিল৷ ভাৰতৰ কলিকতা বিশ্ববিদ্যালয়, কাশী বিশ্ববিদ্যালয়ৰ দৰে শিক্ষানুষ্ঠানলৈ শকত বৰঙণি আগঢ়োৱাৰ উপৰিও যোৰহাটৰ বিখ্যাত কাৰিকৰী শিক্ষানুষ্ঠান "[[প্ৰিন্স অফ ৱেলছ অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান|এইচ আৰ এইচ প্ৰিন্স অৱ ৱেলচ্ ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজী"]] (পাৱেট)]] প্ৰতিষ্ঠাৰ বাবে ভোলানাথ বৰুৱাই ১৯২২ চনতেই এক লাখ টকাৰ আৰ্থিক সহায় আগবঢ়াইছিল৷ উল্লেখযোগ্য যে, বৰুৱা চিৰকুমাৰ হৈ আছিলআছিল।<ref name="ভোলানাথ">{{cite book | title=শিক্ষা আৰু বাণিজ্যৰ অগ্ৰদূত সদাগৰ ভোলানাথ বৰুৱা | publisher=নন্দন প্ৰকাশন | author=সম্পাদনা-ইছমাইল হোছেইন | year=২০১৯ | location=গুৱাহাটী}}</ref><ref name="নাথ">{{cite web | url=https://janambhumi.in/VFhwSk5FMUVWVDA9/%E0%A6%AD%E0%A7%8B%E0%A6%B2%E0%A6%BE%E0%A6%A8%E0%A6%BE%E0%A6%A5-%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE.html | title=ভোলানাথ বৰুৱা | publisher=জনমভূমি | date=২২ জুলাই ২০১৯ | accessdate=14 April 2020 | author=গোস্বামী, যুগল কুমাৰ}}</ref>
 
'''ভোলানাথ বৰুৱা''' (১৮৫৩-৩০ মে', ১৯২৩) এগৰাকী অসমীয়া উদ্যোগী আৰু ব্যৱসায়ী আছিল৷ তেওঁক সাধাৰণতে শিক্ষা আৰু বাণিজ্যৰ অগ্ৰদূত বুলি অভিহিত কৰা হয়৷{{citation needed}} তেওঁক প্ৰায়েই ''সাউদ ভোলানাথ বৰুৱা'' অথবা ''সদাগৰ ভোলানাথ বৰুৱা'' হিচাপে সম্বোধন কৰা হয়৷ ঊনৈশ শতিকাৰ অন্তিমত আৰু কুৰি শতিকাৰ প্ৰথমাৰ্ধত এইগৰাকী ব্যক্তিয়ে ভাৰতবৰ্ষৰ একাধিক ঠাইত বাণিজ্য তথা ব্যৱসায়িক কেন্দ্ৰ স্থাপন কৰিছিল আৰু ব্যৱসায়ৰ লাভাংশৰ এক শকত ধন অসম আৰু বাহিৰৰ নানান শিক্ষাপ্ৰতিষ্ঠান আৰু ভাষা-সাহিত্যৰ উন্নতিৰ হকে ব্যয় কৰিছিল৷ ভাৰতৰ কলিকতা বিশ্ববিদ্যালয়, কাশী বিশ্ববিদ্যালয়ৰ দৰে শিক্ষানুষ্ঠানলৈ শকত বৰঙণি আগঢ়োৱাৰ উপৰিও যোৰহাটৰ বিখ্যাত কাৰিকৰী শিক্ষানুষ্ঠান "[[প্ৰিন্স অফ ৱেলছ অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান|এইচ আৰ এইচ প্ৰিন্স অৱ ৱেলচ্ ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজী" (পাৱেট)]] প্ৰতিষ্ঠাৰ বাবে ভোলানাথ বৰুৱাই ১৯২২ চনতেই এক লাখ টকাৰ আৰ্থিক সহায় আগবঢ়াইছিল৷ উল্লেখযোগ্য যে, বৰুৱা চিৰকুমাৰ হৈ আছিল ৷
<ref name="ভোলানাথ">{{cite book | title=শিক্ষা আৰু বাণিজ্যৰ অগ্ৰদূত সদাগৰ ভোলানাথ বৰুৱা | publisher=নন্দন প্ৰকাশন | author=সম্পাদনা-ইছমাইল হোছেইন | year=২০১৯ | location=গুৱাহাটী}}</ref> <ref name="নাথ">{{cite web | url=https://janambhumi.in/VFhwSk5FMUVWVDA9/%E0%A6%AD%E0%A7%8B%E0%A6%B2%E0%A6%BE%E0%A6%A8%E0%A6%BE%E0%A6%A5-%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE.html | title=ভোলানাথ বৰুৱা | publisher=জনমভূমি | date=২২ জুলাই ২০১৯ | accessdate=14 April 2020 | author=গোস্বামী,যুগল কুমাৰ}}</ref>
 
==জন্ম,পৰিয়াল আৰু শিক্ষা==
ভোলানাথ বৰুৱাৰ জন্ম হৈছিল [[নগাঁও]] জিলাৰ [[পুৰণিগুদাম]]ত(ইংৰাজী ১৮৫৩ চনত) তেখেতৰ পিতৃ আছিল নাওশলীয়া বৰুৱাৰ ঘৰৰ ঘনশ্যাম বৰুৱা আৰু মাতৃৰ নাম আছিল ভোগদৈ বৰুৱানী ৷বৰুৱানী। ১২ বছৰ বয়সত অৰ্থাৎ ১৮৬৫ চনত বৰুৱাদেৱক নগাঁৱৰ জিলা স্কুলত নাম লগাই দিয়া হ'ল ৷ল। তেখেতে খোজ কাঢ়িয়েই পঢ়াশালিলৈ অহা-যোৱা কৰিছিল ৷কৰিছিল। প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি থাকোঁতেই তেখেতৰ দেউতাক ঢুকায় ৷ঢুকায়। দেউতাক ঢুকুৱাৰ পাছত আৰ্থিক অৱস্থা পূৰ্বতকৈ শোচনীয় হ'ল৷ সেয়ে শিশু ভোলানাথ নগাঁৱৰ পৰা গুৱাহাটীত থকা ভিনিহিয়েক দত্তনাৰায়ণ বৰাৰ ঘৰলৈ আহে ৷আহে। ইয়াতেই তেওঁ ভৱিষ্যতৰ বেপাৰৰ সতীৰ্থ আৰু ভাগিনীয়েক শ্ৰী মহীনাৰায়ণ বৰাৰ লগত বন্ধুত্ব স্থাপন হয় ৷হয়। গুৱাহাটীলৈ অহাৰ আগেয়ে তেওঁৰ আন এজন ভিনিহিয়েক নগাঁৱৰ ৰুদ্ৰৰাম বৰদলৈৰ লগত একপ্ৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈ আহিছিল যে বৰদলৈয়ে ভোলানাথ বৰুৱালৈ মাহে ৫ টকাকৈ পঢ়াৰ খৰচ হিচাপে পঠাব ৷পঠাব। গুৱাহাটীত বিদ্যাৰম্ভ কৰাৰ কালছোৱাতেই বৰুৱা ৰাধানাথ বৰুৱা, ৰায় বাহাদুৰ ভুৱন ৰাম দাস, লক্ষ্মীপ্ৰসাদ বৰুৱা আদি অসমীয়াৰ সান্নিধ্যলৈ আহে ৷আহে। এইসকল লোক বৰুৱাৰ সহপাঠী আছিল ৷আছিল। এইদৰে দুটাবছৰ ভিনিহিয়েক দত্তনাৰায়ণ বৰাৰ ঘৰত কটোৱাৰ পাছত তেওঁৰ পৰিচয় হয় [[হেমচন্দ্ৰ বৰুৱা]]ৰ লগত ৷লগত। দুয়োৰে মাজত ঘনিষ্ঠতা বৃদ্ধি পায় আৰু সঘনাই বৰুৱা হেমচন্দ্ৰ বৰুৱাৰ ঘৰলৈ অহা-যোৱা কৰিবলৈ লয় ৷লয়। হেম বৰুৱাৰ ঘৰত সময়ে-সময়ে গোট খোৱা নানান সজ লোকৰ সান্নিধ্য পোৱাৰ উদ্দেশ্যেৰে ভোলানাথ বৰুৱা এদিন আহি হেম বৰুৱাৰ ঘৰতে থাকিবলৈ লয় ৷লয়। অৱশ্যে হেম বৰুৱাৰ ঘৰত থাকোঁতেও ভিনিহিয়েকে যথেষ্ট সহায় কৰি আছিল ৷আছিল। প্ৰথম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱাৰ সময়তেই বৰুৱা এটা টান নৰীয়াত ভোগে আৰু তেতিয়া ভাগিনীয়েক মহীনাৰায়ণ বৰাই তেওঁৰ পৰিচৰ্যা কৰে ৷কৰে।<ref name="ভোলা২">{{cite book | title=শিক্ষা আৰু বাণিজ্যৰ অগ্ৰদূত সদাগৰ ভোলানাথ বৰুৱা | publisher=নন্দন প্ৰকাশন | author=বৰুৱা, কেশৱকান্ত | authorlink=স্বৰ্গীয় ভোলানাথ বৰুৱা | year=২০১৯ | location=গুৱাহাটী | pages=২৪-২৯}}</ref>
 
==কৰ্মজীৱন==
=== প্ৰাৰম্ভিক কাল ===
হেমচন্দ্ৰ বৰুৱাৰ ঘৰত থকাৰ সময়তে ভোলানাথ বৰুৱাৰ ফটিক চন্দ্ৰ বৰুৱাৰ লগত পৰিচয় ঘটিল ৷ঘটিল। গুৱাহাটীৰ হাবিৰাম বৰুৱাৰ ঘৈণীয়েক আছিল ভোলানাথ বৰুৱাৰ পেহীয়েক ৷পেহীয়েক। গতিকে তেওঁলোকৰ দুই পুত্ৰ ফটিক চন্দ্ৰ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱা ভোলানাথ বৰুৱাৰ সম্বন্ধীয় ককায়েক আছিল ৷আছিল। সেই সময়তে মাণিক চন্দ্ৰ বৰুৱা আৰু অন্নদাৰাম ফুকনে লগ লাগি ''বৰুৱা-ফুকন কোম্পানী'' নামৰ এটা চাহৰ ব্যৱসায় আৰম্ভ কৰিছিল ৷কৰিছিল। তেওঁলোকৰ কোম্পানীতে প্ৰথমে ভোলানাথ বৰুৱাই ৩০ টকা ৰূপ দৰমহাত ভৰ্তি হ'ল ৷ল। ভোলানাথ বৰুৱাই ইতিমধ্যে বেমাৰৰ পৰা আৰোগ্য হৈ জীৱিকাৰ সন্ধানত আছিল ৷আছিল। গতিকে এই কামটো পোৱাৰ পাছত তেওঁ হেমচন্দ্ৰ বৰুৱাৰ ঘৰ এৰি তেওঁলোকৰ ঘৰলৈ গ'লগৈ৷ ভোলানাথ বৰুৱাৰ কৰ্মদক্ষতাত সন্তুষ্ট হৈ কোম্পানীয়ে বৰুৱাক এটা কাঠৰ কাৰবাৰৰ মেনেজাৰ পাতে ৷পাতে। বৰুৱাই কামৰূপৰ ৰাণীগুদাম, কুকুৰমাৰা, বৰদুৱাৰ আদি ঠাইত ব্যৱসায় বিস্তাৰ কৰিলে ৷কৰিলে। কাঠৰ ব্যৱসায়লৈ তেওঁ নিজৰ ভাগিনিয়েক মহীনাৰায়ণ বৰাকো মাতি আনিলে ৷আনিলে। ভোলানাথ বৰুৱাৰ কৰ্মমুখিতা আৰু উদ্যমিতাৰ বাবে কাঠৰ ব্যৱসায় কোম্পানীয়ে লাভাৰ্জন কৰিবলৈ ধৰিলে ৷ধৰিলে। কিন্তু গাৰো পাহাৰত ব্যৱসায় সুচল কৰিবলৈ সাজি উলিওৱা দলং এখন ভাঙি থকাত তেওঁলোকৰ যথেষ্ট লোকচান হ'ল আৰু সেইসময়তে কোম্পানীত অন্যতম গুৰিয়াল অন্নদাৰাম ফুকনৰ অকাল মৃত্যু হ'ল ৷ল। এই দুয়োটা কাৰণে কোম্পানীৰ অৱস্থা শোচনীয় হৈ পৰিল৷ গতিকে কোম্পানীয়ে ভোলানাথ বৰুৱাক ৰাখিব নোৱাৰিলে ৷নোৱাৰিলে। নিৰাশ নহৈ নিজৰ ভৱিষ্যত নিজেই গঢ়িম বুলি ১৮৯০ চনত ভোলানাথ বৰুৱা কলিকতালৈ ৰাওনা হয় ৷হয়।<ref name="ভোলা২" />
 
=== কলিকতাত ===
ভোলানাথ বৰুৱা কলিকতালৈ আহি কলিকতীয়া কাঠৰ বেপাৰী কালীকৃষ্ট পৰামাণিকৰ লগত পৰিচিত হৈ তেওঁৰ লগত ব্যৱসায়িক সংযোগ স্থাপন কৰিলে আৰু শোভাৰাম বসাক ষ্ট্ৰীটৰ ওচৰত এটা ঘৰ সাজিলে ৷সাজিলে।<ref name="ভোলা৩">{{cite book | title=শিক্ষা আৰু বাণিজ্যৰ অগ্ৰদূত সদাগৰ ভোলানাথ বৰুৱা | publisher=নন্দন প্ৰকাশন | author=বৰা, দেবেন্দ্ৰ নাথ | authorlink=অসমীয়া সদাগৰ ৺ ভোলানাথ বৰুৱা | year=২০১৯ | location=গুৱাহাটী | pages=২০-২৩}}</ref> পৰামাণিকৰ পৰা অলপ কমিছন লৈ তেওঁ কাঠৰ ব্যৱসায়ত যোগ দিলে ৷দিলে। শোভাৰাম ষ্ট্ৰীটত থাকোঁতেই তেওঁ শাৰীৰিক অসুস্থতাত ভোগে আৰু গুৱাহাটীৰ পৰা ভাগিনিয়েক মহীনাৰায়ণ বৰাক মাতি আনে ৷আনে। যাতে তেওঁক ব্যৱসায়ত সহায় কৰিব পাৰে ৷পাৰে। ব্যৱসায় ক্ৰমান্বয়ে বাঢ়ি গ'ল আৰু তেওঁলোকে পুৰণি দাফ কলেজৰ ওচৰত অফিচ খুলিলেগৈ ৷ খুলিলেগৈ। এই সময়তে সাহিত্যৰথী [[লক্ষ্মীনাথ বেজবৰুৱা]]ই আদি বৰুৱাৰ লগত লগ হয় ৷হয়। ব্যৱসায়ত কিছু ধন ঘটি বৰুৱাই ১৮৯৪ চনত সিংভূম জিলাৰ এখন জংঘলত কাঠৰ ব্যৱসায় আৰম্ভ কৰিলে ৷কৰিলে। তাতে গুইলকোৰা বুলি ঠাই এডোখৰত তেওঁলোকে ঘৰ এটা ল'লে আৰু এই ব্যৱসায়ত যোগ দিবলৈ তেওঁৰ ভায়েক গোপীনাথ বৰুৱাও নগাঁৱৰ পৰা আহিল ৷ আহিল।<ref name="ভোলা২" />
=== ব্যৱসায়িক প্ৰসাৰ ===
লাহে লাহে ভোলানাথ বৰুৱাৰ ব্যৱসায়ে বিকাশ লাভ কৰিলে ৷কৰিলে। বেংগল টিম্বাৰ কোম্পানীৰ মিষ্টাৰ জুইফিন ছাহাবৰ লগত মিলাপ্ৰীতি কৰি তেওঁ [[বেংগল]]-[[নাগপুৰ]] ৰেলওৱে কোম্পানীৰ পৰা পোন্ধৰ হাজাৰ শ্লিপাৰৰ ঠিকা পালে ৷পালে। সেই ঠিকাৰ জৰিয়তেই বৰুৱাই এছানছোলত ঘৰ আৰু অফিচ পাতিলে আৰু এবছৰৰ ভিতৰত ত্ৰিশ হাজাৰ টকা লাভ কৰিলে ৷কৰিলে। তাৰ পাছত সেই ঠাইৰ পৰা অফিচ উঠাই আনি চক্ৰধৰপুৰত পাতিলেহি আৰু তাৰ পিছৰ বছৰ প্ৰায় চল্লিছ হাজাৰ টকা লাভ কৰে ৷কৰে। ১৮৯৮ চনত ঝাৰখুন্দাত নিজেই ঘৰ সজাই ল'লে ৷লে। সেই সময়তে [[মধ্য ভাৰত]]ৰ গাঙ্গপুৰ নামৰ কৰদ ৰাজ্যত প্ৰজাৰ দ্বাৰা সংঘটিত হোৱা এক বিদ্ৰোহ দমন কৰিবলৈকো ভোলানাথ বৰুৱাক সেই ৰাজ্যৰ ৰজাই নিয়োগ কৰে ৷কৰে। বৰুৱাই বিদ্ৰোহ নিয়ন্ত্ৰণলৈ আনি ৰাজ্যত শান্তি স্থাপন কৰিলে ৷কৰিলে। এই কাৰ্যত তেওঁক ব্ৰিটিছ চৰকাৰে সহায় কৰিলে আৰু এই সুযোগতে বৰুৱাইও কৰ্মচাৰীৰ লগত চিনা-জনা হ'ল ৷ল। কাঠৰ ব্যৱসায়ৰ বাবে ডাঙৰ-ডাঙৰ জংঘল তেওঁৰ হাতলৈ আহিল ৷আহিল। ১৯০০ চনত বৰুৱাই ৰেওৱাৰ মহাৰাজৰ পৰা এখন ডাঙৰ জংঘল পালে ৷পালে। এই জংঘলত কাম কৰিবলৈ তেওঁ মহীনাৰায়ণ বৰাক মাতি আনে ৷আনে। সমান্তৰালভাৱে বৰুৱাই হাওৰাত ঘৰ কিনিলে আৰু তাতো অফিচ খুলিলে ৷খুলিলে। লক্ষ্মীনাথ বেজবৰুৱা আৰু ফটিক চন্দ্ৰ বৰুৱাৰ দ্বিতীয় পুত্ৰ বিশ্বনাথ বৰুৱাক সেই অফিচ চলোৱাৰ ভাৰ দিলে ৷দিলে। ১৯০৬ চনত বৰুৱাই ময়ূৰভঞ্জৰ পৰা এখন জংঘল লয়৷<ref name="ভোলা২" />
 
=== বিদেশত বৰুৱা ===
১৯০৮ চনত ভোলানাথ বৰুৱা বিদেশলৈ যায়৷ যাবৰ সময়ত তেওঁ বিশ্বনাথ বৰুৱাক এটা কয়লাৰ কোম্পানী আৰম্ভ কৰিবলৈ অনুমতি দিয়ে ৷দিয়ে। বিদেশত থাকোঁতেই সেই কোম্পানীৰ কাম আৰম্ভ হয়৷ পিছে কয়লাৰ কোম্পানী পতা ঠাইত কয়লাৰ কোনো চিন নাই আৰু কয়লা আছে বুলি কোৱা কয়লা-পৰীক্ষকজনো পলাই গ'ল ৷ল। ১৯০৮-১০ চনত বৰুৱাৰ প্ৰায় ১৪ লাখ টকা লোকচান হয় আৰু সেই লোকচানে ব্যৱসায়ত বৰকৈ আঘাত হানে ৷ হানে।<ref name="ভোলা২" />
 
===ব্যৱসায়িক ক্ষতি আৰু পুনৰুত্থান===
১৯০৯ চনত বৰুৱা বিদেশৰ পৰা উভতি আহে আৰু ১৯০৬ চনতে ময়ূৰভঞ্জৰ ৰজাৰ পৰা লৈ থোৱা জংঘলখনত ভালকৈ ব্যৱসায় কৰিবলৈ মন মেলে৷ কিন্তু এই প্ৰস্তাৱনাত গৱৰ্ণমেণ্টে বাধা আৰোপ কৰিলে৷ ১৯১২ চনত মহাৰাজৰ মৃত্যু হয়৷ মহাৰাজৰ সমস্ত সম্পত্তি গৱৰ্ণমেণ্টৰ হাতলৈ গ'ল৷ বৰুৱাই বহু চেষ্টা কৰি ময়ূৰভঞ্জৰ জংঘল বন্দৱস্ত কৰি ৩০ বছৰৰ বাবে নিজৰ নিয়ন্ত্ৰণলৈ আনে আৰু ব্যৱসায়িক লোকচান পূৰাবলৈ চেষ্টা কৰে৷ এই সময়তে তেওঁৰ ভতিজাক আৰু তেওঁৰ ব্যৱসায়িক সংগী বিশ্বনাথ বৰুৱাৰ অকাল মৃত্যু হয়৷ ময়ূৰভঞ্জৰ জংঘলত কাম কৰিবলৈ মহীনাৰায়ণ বৰা আহে আৰু কলিকতাৰ অফিচত বহে তৰুণচন্দ্ৰ বৰুৱা৷ এওঁলোকে ধাৰ-ঋণ পৰিশোধ কৰি থাকিল ৷থাকিল। লাহে-লাহে আটাইবোৰ ধাৰ মৰিল আৰু ব্যৱসায়ে পুনৰ বিকাশ লাভ কৰিলে৷ ক্ৰমবৰ্ধমান কাঠৰ ব্যৱসায় চম্ভালিবলৈ ১৯১৯ চনত তেওঁ কাঠৰ কাৰবাৰক এটা লিমিটেড কোম্পানীৰ মৰ্যাদা দিলে আৰু কোম্পানীৰ এক অংশীদাৰিত্ব কৰিলে কলিকতাৰ প্ৰখ্যাত মাৰ্টিন কোম্পানীক৷ জীয়াই থকা কালত বৰুৱা সেই কোম্পানীৰ এজন সঞ্চালক আছিল৷ <ref name="ভোলা২" />
 
==ব্যক্তিগত জীৱন==
১৯০৫ চনত বৰুৱাই ফটিকচন্দ্ৰ বৰুৱাৰ গোটেই পৰিয়ালক গুৱাহাটীৰ পৰা কলিকতালৈ লৈ আহে ৷আহে। কাৰণ, তেওঁ বৰুৱা-ফুকন কোম্পানীত চাকৰিত সোমাওঁতেই প্ৰতিশ্ৰুতিবদ্ধ হৈছিল যে-তেওঁলোকক তেওঁ কাহানিও নাপাহৰে ৷নাপাহৰে। ভোলানাথ বৰুৱা আজীৱন অবিবাহিত হৈ আছিল ৷আছিল। ভতিজাক আৰু ফটিক চন্দ্ৰ বৰুৱাৰ দ্বিতীয় পুত্ৰ বিশ্বনাথ বৰুৱাক হিন্দু শাস্ত্ৰ মতে পোষ্য-পুত্ৰ কৰি লয় ৷লয়।<ref name="ভোলা২" />
 
==শিক্ষাক্ষেত্ৰত অনুদান-বৰঙণি==
অকল ব্যৱসায়িক শ্ৰীবৃদ্ধিতে লাগি নাথাকি বৰুৱাই সেইসময়ৰ শিক্ষাক্ষেত্ৰখনলৈ উল্লেখনীয় বৰঙণি আগবঢ়াই গৈছিল ৷গৈছিল। তাৰে কেইটামান উল্লেখযোগ্য বৰঙণি অথবা সাহায্য হৈছে-
* কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত ১ লাখ ২০ হাজাৰ টকা ৷টকা।
* অসম চৰকাৰলৈ কাৰিকৰী শিক্ষানুষ্ঠান পাতিবলৈ এক লাখ টকা ৷টকা। সেই ধনৰ সহায়ৰেই ১৯২৭ চনৰ ২৩ ছেপ্টেম্বৰত অসম চৰকাৰে ''প্ৰিন্স অৱ ৱেলছ টেকনিকেল স্কুল'' প্ৰতিষ্ঠা কৰিছিল ৷কৰিছিল।<ref name="ভোলানাথ" />
* বিশাখাপট্টনমৰ কিং জৰ্জ হাস্পতালত ১০ হেজাৰ টকা ৷টকা।
* কলিকতা বিশ্ববিদ্যালয়লৈ ১০ হাজাৰ টকা ৷টকা।
* বালিগঞ্জৰ ছোৱালী বিদ্যালয়লৈ ৫ হাজাৰ টকা ৷টকা।<ref name="ভোলা২" />
 
মৃত্যুৰ প্ৰাক-মুহূৰ্তত বৰুৱাই সমস্ত সম্পত্তি "উইল" কৰি থৈ গৈছিল ৷গৈছিল। সেই পত্ৰ মতে, মহীনাৰায়ণ বৰা, তৰুণচন্দ্ৰ বৰুৱা আৰু ককায়েকৰ নাতিনীয়েক কেশৱকান্ত বৰুৱাই জীয়াই থকালৈকে সম্পত্তিৰ আয় ভোগ কৰিব আৰু তেওঁলোকৰ অবৰ্তমানত সমস্ত সম্পত্তি অসম চৰকাৰলৈ প্ৰদান কৰা হ'ব ৷ব। সেই সম্পত্তি-ধন অসম চৰকাৰে প্ৰাথমিক শিক্ষাৰ উন্নতিত খটুৱাব ৷খটুৱাব।<ref name="ভোলা২" />
 
১৯২২ চনৰ মাৰ্চ মাহত কলিকতা বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত আশুতোষ মুৰ্খাজীয়ে ভোলানাথ বৰুৱাৰ অনুদানৰ কথা সুঁৱৰি এইবুলি কয়-<br, />''"Mr. Bholanath Baruah, one of the most enlightened sons of Assam, had offered a handsome donation of rupees ten thousand to meet the cost of publication of the Assamese Selection."''<ref name="ভোলা৪">{{cite book | title=শিক্ষা আৰু বাণিজ্যৰ অগ্ৰদূত সদাগৰ ভোলানাথ বৰুৱা | publisher=নন্দন প্ৰকাশন | author=বৰুৱা,ভুৱনচন্দ্ৰ বৰুৱা | authorlink=শিক্ষানুৰাগী ৺ ভোলানাথ বৰুৱা | year=২০১৯ | location=গুৱাহাটী | pages=৫০-৬২}}</ref><br /> উল্লেখযোগ্য যে, হেমচন্দ্ৰ গোস্বামী সংকলিত "অসমীয়া সাহিত্যৰ চানেকী"খন প্ৰকাশৰ অৰ্থে ভোলানাথ বৰুৱাই সেই অৰ্থসাহায্য প্ৰদান কৰিছিল ৷ কৰিছিল।<ref name="ভোলা৫">{{cite book | title=শিক্ষা আৰু বাণিজ্যৰ অগ্ৰদূত সদাগৰ ভোলানাথ বৰুৱা | publisher=নন্দন প্ৰকাশন | author=শৰ্মা কটকী,সৰ্বেশ্বৰ | authorlink=স্বৰ্গীয় ভোলানাথ বৰুৱা | year=২০১৯ | location=গুৱাহাটী | pages=৩০-৩৩}}</ref>
 
==স্বীকৃতি আৰু সন্মান==
অসমৰ প্ৰসিদ্ধ শিক্ষানুষ্ঠান [[ভোলানাথ বৰুৱা মহাবিদ্যালয়|বি. বৰুৱা মহাবিদ্যালয়]] এইগৰাকী অসমীয়ালৈ উছৰ্গা কৰি স্থাপন কৰা হৈছিল ৷হৈছিল। শিক্ষানুষ্ঠানখন দ্বিতীয় মহাসমৰৰ সময়ছোৱাত ১৯৪৩ চনত স্থাপন কৰা হৈছিল ৷ হৈছিল।<ref>https://www.bborooahcollege.ac.in/about.php</ref>
 
==মৃত্যু==
১৯১৮ চনত বৰুৱা মূৰৰ এক ব্যাধিত ভোগে ৷ভোগে। ১৯২২ চনৰ পৰা তেওঁ শাৰিৰীক অৱস্থা অধিক দুৰ্বল হয়৷ অৱশেষত ১৯২৩ চনৰ ৩০ মে'ত কলিকতাৰ হাওৰাৰ বাসভৱনত এইগৰাকী কৃতী অসম-সন্তানে শেষনিশ্বাগ ত্যাগ কৰে ৷কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭০ বছৰ ৷ বছৰ।<ref name="ভোলা২" />
 
==তথ্যসূত্ৰ==
{{ৰেফলিষ্ট}}
[[শ্ৰেণী: অসমৰ ব্যক্তি]]
 
[[শ্ৰেণী: অসমীয়া উদ্যোগী]]
[[শ্ৰেণী: অসমৰ প্ৰসিদ্ধ ব্যক্তি]]
[[শ্ৰেণী: অসমৰমৃত ব্যক্তি]]
[[শ্ৰেণী:ভাৰতৰ ব্যৱসায়ী]]