পৰিয়াল (জীৱবিদ্যা): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
SlowPhoton (আলোচনা | বৰঙণি) অNo edit summary |
দিব্য দত্ত (আলোচনা | বৰঙণি) No edit summary |
||
1 নং শাৰী:
{{Other uses}}
[[File:Biological classification L Pengo vflip-as.svg|thumb|জীৱজগতৰ বৰ্গীকৰণ তালিকা, '''পৰিয়াল,''' [[বৰ্গ (জীৱবিদ্যা)|বৰ্গ]] আৰু [[গণ (জীৱবিদ্যা)|গণ]]ৰ মাজৰ এটা বৰ্গীয় স্থান।]]
'''পৰিয়াল''' ({{Lang-en|family}}, <small>''ফেমিলি''</small>, লেটিন: familia, বহুবচন familiae), [[জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন]] ত [[বৰ্গ (জীৱবিদ্যা)|বৰ্গ]] আৰু [[গণ (জীৱবিদ্যা)|গণ]]ৰ মাজৰ এটা বৰ্গীয় স্থান। পৰিয়ালক কেইবাটাও সৰু সৰু গণ হিচাপে ভাগ কৰা হয়, যদিও কেতিয়াবা '''উপপৰিয়াল'''ৰ দৰে উপগোটটো ভাগ কৰা হয়। সাধাৰণতে, পৰিয়ালৰ কোনো সাধাৰণ সদস্যৰ নামেৰেও পৰিয়াল এটাৰ নামাকৰণ কৰা পৰিলক্ষিত হয়, যেনে- 'ৱালনাট' আৰু 'হিকৰি' গছবোৰ 'যোগ্লানডেচিয়া' পৰিয়ালৰ অন্তৰ্গত যাক 'ৱালনাট পৰিয়াল' বুলিও কোৱা হয়।
|