উভকামিতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
4 নং শাৰী:
 
মানৱ সভ্যতাৰ বিভিন্ন সমাজ ব্যৱস্থায়ত<ref name="Homosexuality and Civilization">{{cite book |last=Crompton |first=Louis |authorlink=Louis Crompton |title=Homosexuality and Civilization |publisher=[[Belknap Press]] |year=2003 |location=Cambridge, Massachusetts |isbn=067401197X }}</ref> আৰু প্ৰাণীৰাজ্যত উভকামিতাৰ উপস্থিতি লক্ষ্য কৰিব পাৰি। কিন্তু ''Heterosexuality'' আৰু ''Homosexuality'' শব্দ দুটাৰ নিচিনা ''Bisexuality'' শব্দটো মূলত ঊনবিংশ শতিকাৰ পৰা ব্যৱহৃত হয়।<ref name="Bisexuality etymonline.com">{{cite web |url=http://www.etymonline.com/index.php?term=bisexuality |title=Bisexuality |accessdate=2007-02-16 |author=Harper, Douglas |year=2001 |month=11 |work=Online Etymology Dictionary}}</ref>
 
</ref>
==গৱেষণা==
মনোবিজ্ঞানী চিগমুণ্ড ফ্ৰয়েড বিশ্বাস কৰে যে "পৃথিৱীৰ সকলো মানুহেই আচলতে উভকামী... আৰু তেওঁলোক দুই লিংগৰ পৰিসীমাত আৱদ্ধ...।"<ref>Steven Angelides , A History of Bisexuality, University Of Chicago Press; 1 edition,September 15, 2001</ref> ১৯৪০ চনত বিজ্ঞানী ছান্দৰ ৰাড'য়ে আৰু তেওঁক দেখি আন বহুতো বিজ্ঞানীয়ে মনোবিশ্লেষক ফ্ৰয়েডৰ জন্মগত উভকামিতাৰ মতবাদক প্ৰত্যাখ্যান কৰে। তেওঁ দাবী কৰে যে, মানুহৰ কোনো জৈৱিক উভকামিতা নাই।<ref>{{Cite book|author=Ruse, Michael |authorlink=Michael Ruse |title=Homosexuality: A Philosophical Inquiry |publisher=Basil Blackwell |location=Oxford |year=1988 |isbn=0 631 15275 X |pages=22, 25, 45, 46}}</ref> বৰ্তমানে [[সমকামিতা]]ৰ লগতে উভকামিতাৰো কোনো কাৰণ স্পষ্টকৈ জানিবলৈ পোৱা হোৱা নাই। কিন্তু মনোবিজ্ঞানী সকলৰ মতে ই সম্পূৰ্ণ স্বাভাৱিক।
"https://as.wikipedia.org/wiki/উভকামিতা"ৰ পৰা অনা হৈছে