একতাৰ মূৰ্তি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
দোলেৰে
23 নং শাৰী:
এই প্ৰকল্প [[নৰেন্দ্ৰ মোদী]] গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোতে ২০১০ চনত ঘোষণা কৰা হৈছিল। ২০১৪ চনৰ অক্টোবৰ মাহৰ পৰা লাৰ্চন এণ্ড টাৰব' কোম্পানীয়ে ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰে। ৰী মূৰ্তিৰ মুঠ ব্যয় ₹২,৯৮৯ কোটি। ভাস্কৰ্যবিদ ৰাম ভি. চুতাৰে ইয়াৰ আৰ্হি প্ৰস্তুত কৰিছিল। ২০১৮ চনৰ ৩১ অক্টোবৰ তাৰিখে চৰ্দাৰ বল্লভভাই পেটেলৰ ১৪৩তম জন্মবাৰ্ষিকীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিক ভাৱে এই মূৰ্তি মুকলি কৰে।<ref>{{cite web |title=PM Unveils Sardar Patel's 2,900-Crore Statue of Unity Today: 10 Facts |url=https://www.msn.com/en-in/news/newsindia/pm-unveils-sardar-patels-2900-crore-statue-of-unity-today-10-facts/ar-BBP8lo4 |publisher=MSN |accessdate=31 October 2018 |archive-url=https://web.archive.org/web/20181031173746/https://www.msn.com/en-in/news/newsindia/pm-unveils-sardar-patels-2900-crore-statue-of-unity-today-10-facts/ar-BBP8lo4 |archive-date=31 October 2018 |dead-url=no |df=dmy-all }}</ref>
 
বল্লভভাই পেটেলে ভাৰতৰ স্বাধীনতাৰ পিছত বহুতো স্থানীয় ৰজা-মহাৰজাৰ ৰাজ্য মূল ভাৰতৰ লগত অন্তৰ্ভুক্ত কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। সকলোকে একতাৰ দোলেলেদোলেৰে বান্ধি ভাৰতত ঐক্যতা স্থাপন কৰাৰ বাবে এই মূৰ্তিৰ নাম ''একতাৰ মূৰ্তি'' বা ''ঐক্যৰ মূৰ্তি'' ৰখা হ'ল।
==ইতিহাস==