চন্দ্ৰপ্ৰসাদ শইকীয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{Infobox writer
| name = চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াশইকীয়া <!-- এই শাৰীটো মচি পেলালে প্ৰৱন্ধৰ শিৰোনামাই পৃষ্ঠাখনৰ নাম হিচাপে ব্যৱহৃত হ'ব ।ব। -->
| image = chandraprasad saikia.jpg
| image_size =
| pseudonym =
| birth_name =
| birth_date = ৮ জুলাই, ১৯২৭<!-- {{Birth date and age|Year|Month|Day}} -->
| birth_place = জালুকগাঁও, আমগুৰি, [[শিৱসাগৰ জিলা]]
| death_date = ৮ আগষ্ট, ২০০৬ <!-- {{Death date and age|Year|Month|Day|Year|Month|Day}} -->
| death_place =
| resting_place =
| occupation =
| language = [[অসমীয়া ভাষা]]
| nationality =
| ethnicity =
| citizenship =
| education = কলকাতা বিশ্ববিদ্যালয়
| genre =
| subject =
| movement =
| notableworks = [[মহাৰথী]]
| spouse = প্ৰভা দাসৰ
| partner =
| children = শান্তনুৰ (পুত্ৰ), জীনা (কন্যা)
| relatives = দুৰ্লভ চন্দ্ৰ শইকীয়া (পিতৃ) <br> দুৰ্গেশ্বৰী শইকীয়া (মাতৃ)
| influences =
| influenced =
| awards =
| signature =
| website =
}}
'''চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াশইকীয়া''' (১৯২৭-২০০৬) [[অসমীয়া]] সাহিত্য জগতৰ এজন গল্পকাৰ আৰু ঔপন্যাসিক আছিল। ছাত্ৰাৱস্থাতে তেখেতে [[ভাৰতৰ স্বাধীনতা সংগ্ৰাম]]ত যোগ দি কাৰাৰূদ্ধ হৈছিল। কলিকতা বিশ্ববিদ্যালয়ৰ [[ইংৰাজী]] বিষয়ত এম.এ. শ‍ইকীয়াই সাংবাদিকতাক বৃত্তি হিছাপে গ্ৰহণ কৰি কৰ্মজীৱনৰ পাতনি মেলে। এখন অসমীয়া তিনিদিনীয়া আৰু এখন দৈনিক কাকতৰ প্ৰতিষ্ঠাপক-সম্পাদক চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াইশইকীয়াই অসম প্ৰকাশন পৰিষদৰ সচিব হিছাপে সফলতাৰে কাৰ্যনিৰ্বাহ কৰে। "[[মহাৰথী]]" উপন্যাসৰ বাবে তেখেতে [[সাহিত্য অকাডেমি বঁটা]]<ref>{{cite web | url=http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE| title=সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য |publisher=সাহিত্য অকাডেমি | accessdate=নৱেম্বৰ ১৬, ২০১২}}</ref> লাভ কৰে আৰু ২০০২ চনত [[অসম উপত্যকা সাহিত্য বঁটা]]ও লাভ কৰে। অসমীয়া সাহিত্যৰ ধাৰাবাহিক প্ৰবাহ ৰক্ষা কৰি চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াইশইকীয়াই "অসমীয়া", "প্ৰকাশ" আৰু "[[গৰীয়ষী]]" কাকতৰ সম্পাদনাৰে মৃত্যু পৰ্যন্ত বিশেষ ভূমিকা পালন কৰি যায় ।যায়। তেখেতে ১৯৯৯ আৰু ২০০০ চনত [[অসম সাহিত্য সভা]]ৰ সভাপতিৰ পদো অলংকৃত কৰিছিল<ref>[http://www.asamsahityasabha.com/index.php?option=com_content&view=article&id=46&Itemid=56 ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা] [[অসম সাহিত্য সভা]]ৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২। </ref>।
 
'''চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া''' (১৯২৭-২০০৬) [[অসমীয়া]] সাহিত্য জগতৰ এজন গল্পকাৰ আৰু ঔপন্যাসিক আছিল। ছাত্ৰাৱস্থাতে তেখেতে [[ভাৰতৰ স্বাধীনতা সংগ্ৰাম]]ত যোগ দি কাৰাৰূদ্ধ হৈছিল। কলিকতা বিশ্ববিদ্যালয়ৰ [[ইংৰাজী]] বিষয়ত এম.এ. শ‍ইকীয়াই সাংবাদিকতাক বৃত্তি হিছাপে গ্ৰহণ কৰি কৰ্মজীৱনৰ পাতনি মেলে। এখন অসমীয়া তিনিদিনীয়া আৰু এখন দৈনিক কাকতৰ প্ৰতিষ্ঠাপক-সম্পাদক চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াই অসম প্ৰকাশন পৰিষদৰ সচিব হিছাপে সফলতাৰে কাৰ্যনিৰ্বাহ কৰে। "[[মহাৰথী]]" উপন্যাসৰ বাবে তেখেতে [[সাহিত্য অকাডেমি বঁটা]]<ref>{{cite web | url=http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE| title=সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য |publisher=সাহিত্য অকাডেমি | accessdate=নৱেম্বৰ ১৬, ২০১২}}</ref> লাভ কৰে আৰু ২০০২ চনত [[অসম উপত্যকা সাহিত্য বঁটা]]ও লাভ কৰে। অসমীয়া সাহিত্যৰ ধাৰাবাহিক প্ৰবাহ ৰক্ষা কৰি চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াই "অসমীয়া", "প্ৰকাশ" আৰু "[[গৰীয়ষী]]" কাকতৰ সম্পাদনাৰে মৃত্যু পৰ্যন্ত বিশেষ ভূমিকা পালন কৰি যায় । তেখেতে ১৯৯৯ আৰু ২০০০ চনত [[অসম সাহিত্য সভা]]ৰ সভাপতিৰ পদো অলংকৃত কৰিছিল<ref>[http://www.asamsahityasabha.com/index.php?option=com_content&view=article&id=46&Itemid=56 ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা] [[অসম সাহিত্য সভা]]ৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।</ref>।
 
==সময়ৰেখা==
# ১৯২৭ — শিৱসাগৰৰ আমগুৰিৰ জালুকগাঁৱত ৮ জুলাইত জন্ম ৷জন্ম। পিতৃ — দুৰ্লভ চন্দ্ৰ শইকীয়া ৷শইকীয়া। মাতৃ — দুৰ্গেশ্বৰী শইকীয়াশইকীয়া।
# ১৯৩০ — পিতৃৰ আকস্মিক বিয়োগবিয়োগ।
# ১৯৩৩ — প্ৰাথমিক শিক্ষা আৰম্ভ, ভূঞাহাত প্ৰাথমিক বিদ্যালয়, আমগুৰি শিৱসাগৰশিৱসাগৰ।
# ১৯৩৮ — আমগুৰি এম. ই. বিদ্যালয়ত নামভৰ্তিনামভৰ্তি।
# ১৯৪১ — জাঁজী হাইস্কুলত নামভৰ্তিনামভৰ্তি।
# ১৯৪২ — ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণঅংশগ্ৰহণ।
# ১৯৪৩ — স্বাধীনতা আন্দোলনত অংশ ৷অংশ। গ্ৰেপ্তাৰ, চাৰিমাহ কাৰাবাসকাৰাবাস।
# ১৯৪৪ — পুনৰ গ্ৰেপ্তাৰ ৷গ্ৰেপ্তাৰ। ন-মাহ কাৰাদণ্ডকাৰাদণ্ড।
# ১৯৪৫ — প্ৰাইভেট পৰীক্ষাৰ্থীৰূপে মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ শিৱসাগৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যাৱয়ৰ পৰা ৷পৰা। কটন কলেজত আই. এ.ত নাম ভৰ্তিভৰ্তি।
# ১৯৪৭ — আই. এ. পৰীক্ষাত উত্তীৰ্ণ, কটনৰ স্নাতক মহলাত নামভৰ্তিনামভৰ্তি।
# ১৯৫০ — ইংৰাজীত অনাৰ্চসহ বি.এ. পৰীক্ষাত উত্তীৰ্ণ আৰু আমগুৰি হাইস্কুলত কম সময়ৰ বাবে শিক্ষকতাশিক্ষকতা।
# ১৯৫১ — কলকাতা বিশ্ববিদ্যালয়ত এম. এ.ত নামভৰ্তিনামভৰ্তি।
# ১৯৫৪ — ইংৰাজী বিষয়ত এম. এ. উত্তীৰ্ণ আৰু গুৱাহাটীলৈ প্ৰত্যাৱৰ্তনপ্ৰত্যাৱৰ্তন।
# ১৯৫৬ — দ্য আচাম ট্ৰিবিউনত উপ সম্পাদক ৰূপে যোগদানযোগদান।
# ১৯৫৬, ১০ মাৰ্চ — প্ৰভা দাসৰ সতে বিবাহবিবাহ।
# ১৯৫৯ — শান্তনুৰ (পুত্ৰ) জন্মজন্ম।
# ১৯৬৩ — দ্য আচাম ট্ৰিবিউন ত্যাগ আৰু অসম বাতৰিত যোগদান ৷যোগদান। প্ৰথমা কন্যা মৈত্ৰেয়ীৰ জন্মজন্ম।
# ১৯৬৪ — চুটি গল্প সংকলন ‘মায়ামৃগ’'মায়ামৃগ' প্ৰকাশপ্ৰকাশ।
# ১৯৬৫ — ভাৰতীয় প্ৰতিনিধিৰূপে আমেৰিকাৰ ‘ইণ্টাৰনেশ্যনেল'ইণ্টাৰনেশ্যনেল জাৰ্ণেলিষ্ট গ্ৰুপ’তগ্ৰুপ'ত যোগদান ; ছমাহৰ বাবে আমেৰিকা চৰকাৰৰ নিমন্ত্ৰণনিমন্ত্ৰণ।
# ১৯৬৬ — সম্পাদক ৰূপে ‘মণিদ্বীপ’'মণিদ্বীপ' (মাহেকীয়া সাহিত্য আলোচনী)ত যোগদানযোগদান।
# ১৯৬৭ — অসম বাতৰি ত্যাগ আৰু অসম প্ৰকাশন পৰিষদৰ সচিবৰ দায়িত্ব গ্ৰহণ ষ
# ১৯৬৮ — মাহেকীয়া সাহিত্য আলোচনী ‘অসমীয়া’ৰ'অসমীয়া'ৰ সম্পাদকসম্পাদক।
# ১৯৬৯ — উপন্যাস ‘এদিন’'এদিন' প্ৰকাশপ্ৰকাশ।
# ১৯৭১ — দ্বিতীয়া কন্যা জীনাৰ জন্মজন্ম।
# ১৯৭২ — উত্তৰকাল উপন্যাস প্ৰকাশপ্ৰকাশ।
# ১৯৭৪ — নাচপতিফুল (চুটি গল্প সংকলন) প্ৰকাশপ্ৰকাশ।
# ১৯৭৫ — অসমীয়া আলোচনী ‘প্ৰকাশ’ৰ'প্ৰকাশ'ৰ সম্পাদকসম্পাদক।
# ১৯৭৬ — উপন্যাস ‘জন্মান্তৰ’'জন্মান্তৰ' প্ৰকাশ ৷প্ৰকাশ। মাতৃৰ বিয়োগবিয়োগ।
# ১৯৮৩ — জাৰ্মানীৰ বিখ্যাত ‘ফ্ৰাংকফুৰ্ট’'ফ্ৰাংকফুৰ্ট' গ্ৰন্থমেলাত অংশগ্ৰহণঅংশগ্ৰহণ।
# ১৯৮৪ — গুৱাহাটীৰ জজ ফিল্ডত প্ৰথমখন গুৱাহাটী গ্ৰন্থমেলাৰ আয়োজনআয়োজন।
# ১৯৮৬ — অসম প্ৰকাশন পৰিষদৰ সচিব পদ ত্যাগত্যাগ।
# ১৯৮৭ — চুটি গল্পৰ সংকলন ‘চক্ৰৱত’'চক্ৰৱত' প্ৰকাশপ্ৰকাশ।
# ১৯৮৮ — দৈনিক কাকত ‘নতুন'নতুন দৈনিক’ৰদৈনিক'ৰ সম্পাদকসম্পাদক।
# ১৯৮৯ — চুটি গল্পৰ সংকলন ‘অংগীকাৰ’'অংগীকাৰ' প্ৰকাশপ্ৰকাশ।
# ১৯৯১ — ‘মহাৰথী’'মহাৰথী' আৰু ‘তোৰে'তোৰে মোৰে আলোকৰে যাত্ৰা’ৰযাত্ৰা'ৰ প্ৰথম খণ্ড প্ৰকাশপ্ৰকাশ।
# ১৯৯৩ — নতুন দৈনিকৰ সম্পাদক পদ ত্যাগ আৰু মাহেকীয়া সাহিত্য আলোচনী ‘গৰিয়সী’ৰ'গৰিয়সী'ৰ সম্পাদক পদ গ্ৰহণগ্ৰহণ। ৷ ‘মহাৰথী’ৰ'মহাৰথী'ৰ দ্বিতীয় খণ্ড প্ৰকাশপ্ৰকাশ।
# ১৯৯৫ — ‘মহাৰথী’ৰ'মহাৰথী'ৰ বাবে সাহিত্য একাডেমী বঁটা ৷বঁটা। সম্পাদকীয় সংকলন ‘দৃষ্টিকোণ’'দৃষ্টিকোণ' আৰু ‘নিৰ্বাচিত'নিৰ্বাচিত সম্পাদকীয়’সম্পাদকীয়' প্ৰকাশপ্ৰকাশ।
# ১৯৯৬-৯৮ — গৰিয়সীৰ বাবে ‘কথা’'কথা' বঁটা লাভলাভ।
# ১৯৯৮ — ‘অসম'অসম বাণী’ৰবাণী'ৰ সম্পাদক ৷সম্পাদক। অসম সাহিত্য সভাৰ ৬৫ সংখ্যক হাজো অধিৱেশনৰ সভাপতি ৷সভাপতি। ' অসমৰ বাতৰি কাকত-আলোচনীৰ ডেৰশ বছৰীয়া ইতিহাস’ইতিহাস' সম্পাদনাসম্পাদনা।
# ১৯৯৯ — ‘তোৰে'তোৰে মোৰে আলোকৰে যাত্ৰা’ৰযাত্ৰা'ৰ ২য় খণ্ড প্ৰকাশপ্ৰকাশ।
# ২০০৬ — অন্তিম শয়নশয়ন।
 
==তথ্য সংগ্ৰহ==
Line 82 ⟶ 81:
{{অসম উপত্যকা সাহিত্য বঁটা}}
 
[[শ্ৰেণী:অসমৰ ব্যক্তি]]
[[শ্ৰেণী:সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া]]
[[শ্ৰেণী:মৃত ব্যক্তি]]
[[শ্ৰেণী:অসমৰ স্বাধীনতা সংগ্ৰামী]]
[[শ্ৰেণী:অসম সাহিত্য সভাৰ সভাপতি]]
[[শ্ৰেণী:পদ্মভূষণ বঁটা বিজয়ী]]
[[শ্ৰেণী:সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া]]
[[শ্ৰেণী:অসম উপত্যকা সাহিত্য বঁটা বিজয়ী]]
[[শ্ৰেণী:মৃতঅসম ব্যক্তিসাহিত্য সভাৰ সভাপতি]]