দুবৰি বন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
স্পেচ
76 নং শাৰী:
|}}
 
'''দুবৰি বন''' (বৈজ্ঞানিক নাম: '''''Cynodon dactylon'''''<ref>{{cite web|url=http://www.tropicos.org/Name/100389014?tab=acceptednames|website=Tropicos.org|publisher=Missouri Botanical Garden|accessdate=5 December 2015|title=Vilfa stellata (Willd.) P. Beauv}}</ref> এবিধ ঘাঁহ জাতীয় ঔষধি উদ্ভিদ। ভাৰতীয় সংস্কৃতিত দুবৰি বনৰ বিশেষ মহত্ত্ব আছে। বিভিন্ন ধৰ্মীয় অনুষ্ঠানত দুবৰি বন ব্যৱহাৰ কৰা হয়। আফ্ৰিকা মহাদেশৰ স্থানীয় ঘাঁহবিধ বৰ্তমান গোটেই বিশ্বতে পোৱা যায়।<ref>{{cite web |url= https://www.cabi.org/isc/datasheet/17463 |title= CABI Invasive Species Compendium}}</ref> [[আয়ুৰ্বেদ]]ত দুবৰিক বাত, পিত্ত আৰু কফৰ মহৌষধ হিচাপে গণ্য কৰা হয়। সাধাৰণ কটা-ছিঙাৰ পৰা আৰম্ভ কৰি বিভিন্ন গুৰুতৰ ৰোগত দুবৰি ব্যৱহাৰ কৰা হয়। সৌন্দৰ্য বৰ্ধনৰসৌন্দৰ্যবৰ্ধনৰ বাবেও দুবৰিক উদ্যান ঘাঁহ হিচাপে ব্যবহাৰ কৰা হয়।
 
কিছুমান ঠাইত ইয়াক বিদেশী প্ৰজাতি হিচাপে অপতৃণ বুলিও গণ্য কৰা হয়।
"https://as.wikipedia.org/wiki/দুবৰি_বন"ৰ পৰা অনা হৈছে