ডিচেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
{{Calendar|month=12|lk=on|prevnext=on|float=right}}
'''ডিচেম্বৰ''' (December) জুলিয়ান আৰু [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী|গ্ৰেগৰিয়ান কেলেণ্ডাৰ]] বা সাধাৰণভাৱে ইংৰাজী কেলেণ্ডাৰ অনুসৰি বছৰৰ দ্বাদশ মাহ।মাহ৷ এই মাহটো ৩১ দিনীয়া।দিনীয়া৷ ডিচেম্বৰ শব্দটো লেটিন শব্দ 'ডিচেম'ৰ (Decem) পৰা আহিছে।আহিছে৷ ইয়াৰ অৰ্থ দহ।দহ৷ প্ৰাচীন ৰোমান কেলেণ্ডাৰ মতে ই দশম মাহ আছিল।আছিল৷ সেই কেলেণ্ডাৰত মাৰ্চ মাহ আছিল বছৰৰ প্ৰথম মাহ।মাহ৷ পাচত জুলিয়ান আৰু গ্ৰেগৰিয়ান কেলেণ্ডাৰ মতে ডিচেম্বৰ দ্বাদশ মাহত পৰিণত হয়।হয়৷ মাহটোৰ নামৰ পিচত ব্যৱহাৰ হোৱা 'বৰ' (Ber) শব্দৰ অৰ্থ জনা নাযায়।নাযায়৷ এই মাহ অসমীয়া কেলেণ্ডাৰ মতে আঘোণ আৰু পুহ মাহত পৰে।পৰে৷
 
ডিচেম্বৰ মাহৰ কেইটামান উল্লেখযোগ্য ঘটনা-দিৱস হ'লঃ [[বিশ্ব এইডছ দিৱস]] (১ ডিচেম্বৰ), [[ভূপালৰ গেছ দুৰ্ঘটনা]] (২ ডিচেম্বৰ, ১৯৮৪), [[মানৱ অধিকাৰ দিৱস]] (১০ ডিচেম্বৰ), বছৰটোৰ আটাইতকৈ চুটি দিন (২২ ডিচেম্বৰ), [[বৰদিন]] (২৫ ডিচেম্বৰ) আদি।আদি৷
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
{{Months}}
[[শ্ৰেণী: ডিচেম্বৰ|*]]
[[শ্ৰেণী: ইংৰাজী মাহ]]
"https://as.wikipedia.org/wiki/ডিচেম্বৰ"ৰ পৰা অনা হৈছে