প্ৰাণী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
11 নং শাৰী:
|}
 
প্ৰাণীবোৰ (Animals),[[জগৎ (জীৱবিজ্ঞান)|জগৎ]] '''''Animalia'''''ৰ (মেটায'ৱা বুলিও কোৱা হয়) বহুকোষী, সংকোষকেন্দ্ৰীয় জীৱ ।জীৱ। গৰিষ্টসংখ্যক প্ৰাণীয়েই স্বাধীনভাৱে চলা-ফুৰা কৰিব পাৰে ।পাৰে।
 
==ব্যুৎপত্তি==
 
'''এনিমেল''' (Animal) শব্দটো লেটিন এনিমেলিছ ('''animalis''') শব্দৰ পৰা অনা হৈছে, অৰ্থ "having breath" (উশাহ লোৱা) । সাধাৰণতে, দৈনন্দিন ব্যৱহাৰত এই শব্দটোৱে (Animal = জন্তু) মানুহক বাদদি প্ৰাণীজগতৰ বাকী সদস্য সকলক বুজাই ।বুজাই। কিন্তু জীৱবিজ্ঞানত এনিমেলে প্ৰাণীজগতৰ সকলো সদস্যকে বুজাই ।বুজাই।
 
== বৈশিষ্টসমূহ==
== বৈশিষ্টসমুহ==
 
কিছুমান সুনিৰ্দিষ্ট বৈশিষ্টই প্ৰানীপ্ৰাণী সমুহকসমূহক অন্য জীৱৰ পৰা পৃথক কৰে ।কৰে। প্ৰানীবোৰপ্ৰাণীবোৰ সংকোষকেন্দ্ৰীয় আৰু বহুকোষী; যাৰ বাবে ইহঁত [[বেক্টেৰিয়া]] আৰু [[প্ৰটিষ্টা]]ৰ পৰা পৃথক ।পৃথক। ইহঁত পৰপোষী আৰু খাদ্য দেহৰ ভিতৰত থকা এক নিৰ্দিষ্ট কোঠালিত হজম কৰে; যিয়েই ইহঁতক উদ্ভিদ আৰু শেলাইৰ পৰা পৃথক কৰে ।কৰে। কোষবেৰ নাই বাবে ইহঁত [[উদ্ভিদ]], [[ভেঁকুৰ]] আৰু শেলাইৰ পৰা পৃথক ।পৃথক। সকলো প্ৰাণী চলনক্ষম, (কিছুমান জীৱনৰ নিৰ্দিষ্ট স্তৰত চলনক্ষম) প্ৰানীপ্ৰাণী সমুহৰসমূহৰ এটা বিশেষ বৈশিষ্টবৈশিষ্ট্য হ'ল, প্ৰায় ভাগ প্ৰাণীৰ ভ্ৰূণ ব্লাষ্টুলা স্তৰ পাৰ কৰি আহে ।আহে।
 
==প্ৰাণীজগতৰ পৰ্বসমুহপৰ্বসমূহ==
 
প্ৰাণীজগতক ৩৫টা [[পৰ্ব (জীৱবিদ্যা)|পৰ্ব]]ত ভাগ কৰা হৈছে ।হৈছে।
 
{|class="wikitable sortable"
78 নং শাৰী:
|মেৰুদণ্ডী
|মেৰুদণ্ডী প্ৰাণী
|ফোপোলাফোঁপোলা পৃষ্ঠীয় স্নায়ু ৰজ্জু, পৃষ্ঠৰজ্জু থাকে
|প্ৰায় ১,০০,০০০+
|- style="background: #e0f0ff"
88 নং শাৰী:
|- style="background: #e0f0ff"
|[[Ctenophora]]
|ফণিধাৰী
|ফনিধাৰী
|ফনিফণি জেলী
|সংযুক্ত চিলিয়াৰ ফনিৰফণিৰ দাঁত-সদৃশ আঠটা শাৰী থাকে
|প্ৰায় ১০০ বিদ্যমান
|- style="background: #ffe0e0"
96 নং শাৰী:
|Wheel carrying
|Symbion
|চিলিয়া (cilia) যুক্ত ঘুৰনীয়াঘূৰণীয়া মুখ, থলী-সদৃশ (sac-like) দেহ
|৩+
|- style="background: #ffffe0"
142 নং শাৰী:
|- style="background: #ffe0e0"
|[[Limnognathia|Micrognathozoa]]
|সুক্ষ্মসূক্ষ্ম হনুযুক্ত
| —
|এক্কৰডিয়নৰ (Accordion) দৰে প্ৰসাৰণশীল বক্ষ
156 নং শাৰী:
|সূতাৰ দৰে
|ঘুৰনীযা কৃমি
|ঘুৰণীয়াঘূৰণীয়া প্ৰস্থচ্ছেদ, [[keratin]] [[cuticle]]
|৮০,০০০–১০,০০,০০০
|- style="background: #ffe0e0"
167 নং শাৰী:
|[[Nemertea]]
|A sea nymph
|ফিটাফিতা কৃমি
| —
|প্ৰায় ১,২০০
204 নং শাৰী:
|ৰন্ধ্ৰী
|Sponges
|ছিদ্ৰ যুক্ত আভ্যন্তৰীণঅভ্যন্তৰীণ বেৰ (interior wall) থাকে
|৫,০০০+ বিদ্যমান
|- style="background: #ffe0e0"
"https://as.wikipedia.org/wiki/প্ৰাণী"ৰ পৰা অনা হৈছে