অসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
{{List to table}}
[[অসমীয়া সাহিত্য]] আন চহকী ভাষাৰ দৰে অসংখ্য উপন্যাস, গল্প, কবিতা, প্ৰৱন্ধপ্ৰবন্ধ আৰু আন আন বিষয়ক গ্ৰন্থৰে চহকী। [[অসমীয়া সাহিত্য]] ভাষাটোৰ বৰ্তমানৰ সাহিত্য সম্ভাৰৰ উপৰিও ইয়াৰ ক্ৰমবিৱৰ্তনৰ সময়ত সৃষ্টি হোৱা পুৰণি অসংখ্য সাহিত্যৰ সম্ভাৰেৰে চহকী, যি ধাৰাৰ আৰম্ভ ৯ম-১০ম শতিকাৰ [[চৰ্যাপদ]]ৰে পৰা আৰম্ভ হৈছিল বুলি কোৱা হয়।
 
অসমীয়া সাহিত্যিকসকলৰ মাজত বহুতো ছদ্মনামেৰে লিখা বিখ্যাত সাহিত্যিক দেখা যায় আৰু বিভিন্ন সময়ত অসমীয়া সাহিত্যিকসল বিভিন্ন উপাধিৰে বিভূষিত হৈ আহিছে।
 
==আচল নামৰ সৈতে ছদ্ম নাম==
{{multicol}}
* '''''অঘৰী''''' [[প্ৰমোদ কুমাৰ বৰদলৈ]]
* '''''অজগৰ''''' [[চৈয়দ আব্দুল মালিক]]
* '''''অনিৰুদ্ধ কটকী''''' [[মুনীন বৰকটকী]]
* '''''অস্তবক্ৰ''''' [[কমলাকান্ত ভট্টাচাৰ্য্য]]
* '''''অস্বীকৃত''''' [[জগদীশ ফুকন]]
* '''''এ নেটিভ''''' [[আনন্দৰাম ঢেকিয়াল ফুকন]]
* '''''বিষ্ণুপ্ৰিয়া ৰাভা ঠাকুৰীয়া''''' [[বিষ্ণুপ্ৰসাদ ৰাভা]]
* '''''ভনানন্দ পাঠক''''' ড°ড॰ [[বাণীকান্ত কাকতি]]
* '''''ভানুনন্দন''''' ড°ড॰ [[সূৰ্যকুমাৰ ভূঞা]]
* '''''ভোলাই শৰ্মা''''' [[ৰজনীকান্ত বৰদলৈ]]
* '''''বীনা বৰুৱা''''' ড°ড॰ [[বিৰিঞ্চি কুমাৰ বৰুৱা]]
* '''''বাপচন্দ্ৰ ভাগৱতী''''' [[শৰৎ চন্দ্ৰ গোস্বামী]]
* '''''বিহগুটি বৰা''''' [[বেণুধৰ শৰ্মা]]
23 নং শাৰী:
* '''''ধনবৰ কাই''''' [[মহিম বৰা]]
* '''''দদাই''''' [[কীৰ্তিনাথ হাজৰিকা]]
* '''''এণ্ডি খুড়া''''' ড° ড॰ [[নগেন দত্ত]]
* '''''এখুদ ককাইদেউ''''' [[নৱকান্ত বৰুৱা]]
* '''''এজন অসমীয়া''''' [[সত্যনাথ বৰা]]
29 নং শাৰী:
* '''''হয়বৰ অভয়াপুৰীয়া''''' [[পাৰ্বতী প্ৰসাদ বৰুৱা]]
* '''''যদু''''' [[যতীন্দ্ৰনাথ দুৱৰা]]
* '''''[[কাঞ্চন বৰুৱা]]''''' ভূৱনভুৱন মোহন বৰুৱা
* '''''কুমাৰ কিশোৰ''''' [[কিশোৰ কুমাৰ শৰ্মা]]
* '''''কৃপাবৰ বেজবৰুৱা''''' [[লক্ষ্মীনাথ বেজবৰুৱা]]
35 নং শাৰী:
{{col-break}}
* '''''মনাই বৈৰাগী''''' [[মহেন্দ্ৰনাথ ডেকা ফুকন]]
* '''''[[মামণি ৰয়চম গোস্বামী]]''''' ড°ড॰ ইন্দিৰা গোস্বামী
* '''''নতুন কৃপাবৰ''''' [[ৰত্নকান্ত বৰকটকী]]
* '''''নিৰ্মলা দেৱী''''' [[তীৰ্থনাথ শৰ্মা]]
* '''''নীলা বাইদেউ''''' [[নিৰ্মলপ্ৰভা বৰদলৈ]]
* '''''নিৰঞ্জন ফুকন''''' ড°ড॰ [[হীৰেন গোহাঁই]]
* '''''[[নীলিম কুমাৰ]]''''' হেমেন কুমাৰ শৰ্মা
* '''''পশুপতি ভৰদ্বাজ''''' [[ঊমাকান্ত শৰ্মা]]
* '''''প্ৰিয় বন্ধু''''' ড°ড॰ [[ভবেন্দ্ৰ নাথ শইকীয়া]]
* '''''ৰংমন''''' [[ৰ’বীন দে]]
* '''''ৰসেশ্বৰ হাজৰিকা''''' [[পবিত্ৰ কুমাৰ ডেকা]]
* '''''ৰাস্না বৰুৱা''''' ড°ড॰ [[বিৰিঞ্চি কুমাৰ বৰুৱা]]
* '''''ৰত্না তামূলী''''' [[প্ৰণৱ তামূলী]]
* '''''ৰাম দাস গোস্বামী''''' [[ৰন্তেশ্বৰ মহন্ত]]
52 নং শাৰী:
* '''''সীমা দত্ত''''' [[নৱকান্ত বৰুৱা]]
* '''''[[শীলভদ্ৰ]]''''' [[ৰেৱতী মোহন দত্ত চৌধুৰী]]
* '''''সঞ্জয়''''' ড°ড॰ [[ভবেন্দ্ৰ নাথ শইকীয়া]]
* '''''সত্যপ্ৰিয় পাঠক''''' ড°ড॰ [[ভবেন্দ্ৰ নাথ শইকীয়া]]
* '''''[[সৌৰভ কুমাৰ চলিহা]]''''' সুৰেন্দ্ৰনাথ মেধি
* '''''[[শান্তনু তামূলী]]''''' প্ৰমোদ চন্দ্ৰ তামূলী
65 নং শাৰী:
{{multicol}}
* '''''অগ্নিকবি''''' [[কমলাকান্ত ভট্টাচাৰ্য্য]]
* '''''অসম কেশৰী''''' [[অম্বিকাগিৰিঅম্বিকাগিৰী ৰায়চৌধুৰী]]<ref name="Assam General Knowledge">{{cite book|title=Assam General Knowledge|url=http://books.google.com/books?id=reuQbFK9Rz4C&pg=PA22|accessdate=21 November 2012|publisher=Bright Publications|isbn=978-81-7199-451-9|pages=22–}}</ref>
* '''''অতিন্দ্ৰীয়বাদী কবি''''' [[নলিনীবালা দেৱী]]<ref name="Assam General Knowledge"/>
* '''''অভিনয়াচাৰ্য''''' [[ব্ৰজনাথ শৰ্মা]]
101 নং শাৰী:
{| class="wikitable"
|-
! ক্ৰম !! ব্যক্তিৰ নাম !! উপাধি/উপাধিসমূহ
|-
| ১|| [[শ্ৰীমন্ত শংকৰদেৱ]] || মহাপুৰুষ, জগতগুৰু
111 নং শাৰী:
| ৪|| [[বিষ্ণু প্ৰসাদ ৰাভা]] || কলাগুৰু
|-
| ৫|| [[অম্বিকাগিৰিঅম্বিকাগিৰী ৰায়চৌধুৰী]] || অসম কেশৰী
|-
| ৬|| [[তৰুণৰাম ফুকন]] || দেশভক্ত
181 নং শাৰী:
| ৩৯|| ডা: [[ভুৱনেশ্বৰ বৰুৱা]] || লোকবন্ধু
|-
| ৪০|| [[ৰত্নকান্ত বৰকটকী]] || শেৱালীশেৱালি কবি
|-
| ৪১|| [[গজেন বৰুৱা]] || শোণিত কোঁৱৰ