অসম দিৱস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
removed Category:টাই আহোম using HotCat |
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত |
||
1 নং শাৰী:
{{Infobox holiday
|holiday_name
|type
|image
|imagesize
|caption
|official_name = চাওলুং চ্যুকাফা দিৱস
|nickname
|observedby
|litcolor
|longtype
|significance
|begins
|ends
|date
<!-- Use next three if holiday is the same day of the same week every year -->
|week_ordinal
|weekday
|month
<!-- Use next three if the date changes in an unusual pattern each year -->
|date{{#time:Y|last year}} = <!-- only for days that change each year -->
|date{{#time:Y}}
|date{{#time:Y|next year}} = <!-- only for days that change each year -->
|celebrations
|observances
|relatedto
}}
'''অসম দিৱস''' বা '''চাওলুং চুকাফা দিৱস''' ({{Lang-zh|阿萨姆日}}, [[থাই ভাষা]]:วันอัสสัม , {{Lang-en|Assam Day}}, {{Lang-aho|ৱান আচাম / ৱান মৌঙ দুন চোন খাম}}) হল অসমৰ পিতৃস্বৰূপ [[চাওলুং চুকাফা|চাওলুং চুকাফাৰ]] স্মৃতিত তেখেত আৰু [[আহোম জনগোষ্ঠী|আহোমসকল]] সৌমাৰত উপস্থিত হোৱা দিন [[২ ডিচেম্বৰ|২ ডিচেম্বৰত]] পালন কৰা এটা দিৱস। সমগ্ৰ [[অসম]]বাসীয়ে ১৯৮৭ চনৰ পৰা ‘‘অসম দিৱস’’ হিচাপে পালন কৰি আহিছে। ১২২৮ চনৰ ২ ডিচেম্বৰ (১৬ আঘোণ) তাৰিখে [[চুকাফা|চাওলুং চ্যুকাফা]]ই [[পাটকাই
==অসম দিৱসৰ উৎপত্তি==
[[Image:Sukapha.jpg|thumb|right|200px|শিল্পীৰ তুলিকাত চাওলুং চ্যুকাফা]]
১৯৭২ চনত ছৈখোৱা অঞ্চলৰ সমাজকৰ্মী ভীমকান্ত বুঢ়াগোহাঁইয়ে ২ ডিচেম্বৰ দিনটো চ্যুকাফা দিৱস হিচাপে উৎযাপন কৰাৰ উদ্দেশ্যে বিষয়টো শদিয়াৰ মৌজাদাৰ আৰু শদিয়া আঞ্চলিক ছাত্ৰসন্থাৰ লগত আলোচনা কৰে আৰু সকলোৰে সহমতত শদিয়াৰ পাটিদৈ নগাঁৱৰ ৰাজগড় প্ৰথমিক বিদ্যালয়ত এই দিৱস উৎযাপন কৰা হয়। ১৯৭৩ চনত একে ঠাইতে অনুষ্টুপীয়াকৈ চ্যুকাফা দিৱস পতা হয় যদিও সেই একে ঠাইতে ১৯৭৪ চনত এই দিৱস অতি ধুমধামেৰে পতা হয়। ভীমকান্ত বুঢ়াগোঁহাই, শদিয়াৰ তেতিয়াৰ মৌজাদাৰ আৰু বৰঞ্জীবিদ ভবানন্দ বুঢ়াগোঁহাইৰ উদ্যোগত পতা সভাখনত শদিয়াৰ সকলো চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানে সহযোগ কৰে। সভাখনৰ উদ্বোধক আছিল [[অসম সাহিত্য সভা]]ৰ সভাপতি [[মহেন্দ্ৰ বৰা]]। নিৰ্দিষ্ট বক্তা আছিল
১৯৮১ চনত [[শিৱসাগৰ জিলা]]ৰ চৰাইদেউত চ্যুকাফা দিৱস পতা হয় আৰু তেতিয়াৰ পৰা কেইবাটাও জাতীয় সংগঠনে সেই দিনটো ‘চ্যুকাফা দিৱস’ হিচাপে স্বীকৃতি দিবৰ বাবে দাবী জনাই।
১৯৮৭ চনত
==চ্যুকাফাৰ আদৰ্শ==
চীনৰ য়ুনান প্ৰদেশৰ মাওলুং ৰাজ্যৰ টাই আহোম ফৈদৰ ৰাজকোঁৱৰ [[চুকাফা|চাওলুং চ্যুকাফা]]ই ১২১৫ চনত আঠজন ডাঙৰীয়া আৰু বিষয়া, ৯০০০ জন পুৰুষ-তিৰোতা-ল’ৰা-ছোৱালী, দুটা হাতী আৰু
== তথ্য সংগ্ৰহ==
|