১৪ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
2 নং শাৰী:
 
==জন্ম==
# ১৯২৩ চনৰ এই দিনটোতে যশস্বী সাংবাদিক [[কুলদীপ নায়াৰ]]ৰ জন্ম হয়।
# ১৯৪১ চনৰ এই দিনটোতে ভাৰতীয় তাত্ত্বিক পদাৰ্থবিদ, বৰ্তমান ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বাংগালোৰৰ বিশিষ্ট অধ্যাপক আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ ডি এ' ই হোমী ভাবা অধ্যাপক [[টিৰুপ্পাত্তৰ ৱেংকটাচালামূৰ্তি ৰামকৃষ্ণন]] (চমুকৈ- টি. ভি.ৰামকৃষ্ণন)ৰ জন্ম হৈছিল।
 
==মৃত্যু==
# ১৯৫৬ চনৰ এই দিনটোতে প্ৰসিদ্ধ জাৰ্মান নাট্যকাৰ [[বাৰ্টোল্ড ব্লেখট]]ৰ মৃত্যু হয়।
# ২০১১ বৰ্ষৰ এই দিনটোতে ভাৰতীয় চলচ্চিত্ৰ শিল্প জগতৰ এসময়ৰ জনপ্ৰিয় নায়ক আৰু চলচ্চিত্ৰ পৰিচালক [[শাম্মী কাপুৰ]]ৰ দেহাৱসান ঘটিছিল।
 
==অনান্য==
# ১৯৮৯ চনৰ এই দিনটোতে [[ব্ৰহ্মপুত্ৰ নদ]]ৰ উত্তৰ পাৰে অৱস্থিত অসমৰ [[ধেমাজি জিলা]]ৰ গঠন অসম চৰকাৰে ঘোষণা কৰে।
# ১৮৩২ চনৰ এই তাৰিখতে লাপছি চুক্তি অনুসৰি বৰ অসমৰ ডিমাছা-কছাৰী ৰাজ্যৰ দক্ষিণ অংশ ব্ৰিটিছৰ শাসনৰ অধীনলৈ যায়৷যায়।
# ১৯৫৬ চনৰ এই দিনটোতে কেৰালাৰ [[মালায়ালম ভাষা]]ৰ উৎকৃষ্ট সাহিত্যৰাজি প্ৰকাশ কৰা আৰু শ্ৰেষ্ঠ গ্ৰন্থাকাৰলৈ বঁটা প্ৰদান কৰা, ভাষা-সাহিত্যৰ গৱেষণাৰ বাবে উৎসাহ প্ৰদানৰ উদ্দেশ্যে কেৰালা সাহিত্য গঠন হয়।
# ১৮৬২ চনৰ এই দিনটোতে [[বোম্বাই উচ্চ ন্যায়ালয়]] মুকলি হয়।
# ১৯৮৮ চনৰ এই দিনটোতে [[মোৰাৰজী দেশাই]]লৈ পাকিস্তান চৰকাৰৰ সৰ্বোচ্চ নাগৰিক সন্মান প্ৰদান কৰা হয়।
# ১৯৪৫ চনৰ এই দিনটোতে মিত্ৰশক্তিৰ ওচৰত জাপানে আত্মসমৰ্পণ কৰে আৰু [[দ্বিতীয় মহাযুদ্ধ]]ৰ অৱসান ঘটে।
# ১৮৯৩ চনৰ এই দিনটোতে [[পেৰিছ]]ত বিশ্বৰ প্ৰথম মটৰগাড়ীত নম্বৰ প্লেট লগোৱাৰ ৰীতি আৰম্ভ হয়।
# ১৯৪১ চনৰ এই দিনটোতে চাৰ্চিল আৰু ৰুজভেল্টৰ দ্বাৰা ‘‘আটলান্তিক চুক্তি’’ স্বাক্ষৰিত হৈছিল।
# ১৮৮৮ চনৰ এই দিনটোতে আৱিষ্কাৰ হৈছিল বিদ্যুৎ মিটাৰ।
# ১৯৪৭ চন এই দিনটোতে ভাৰত বিভাজনৰ প্ৰস্তাৱ গৃহীত হয় আৰু স্বতন্ত্ৰ ৰাষ্ট্ৰৰূপে [[পাকিস্তান]]ৰ জন্ম হয়। সেয়ে এই দিনটো পাকিস্তানৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়।
 
== বাহ্যিক সংযোগ ==
{{commons|Category:14 August|১৪ আগষ্ট}}
* [http://news.bbc.co.uk/onthisday/hi/dates/stories/august/14 বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা]
----
{{Months}}
"https://as.wikipedia.org/wiki/১৪_আগষ্ট"ৰ পৰা অনা হৈছে