১৮ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
2 নং শাৰী:
==উল্লেখযোগ্য ঘটনা==
 
# ১৯১৮ চনৰ আজিৰ দিনটোতেই দক্ষিণ আফ্ৰিকাৰ এগৰাকী বিখ্যাত ব্যক্তি [[নেলছন মেণ্ডেলা]]ৰ জন্ম হয়হয়।
# ১৯৮২ চনৰ আজিৰ দিনটোতে তামিল ছবি থামিজানেৰে ছবিজগতত পদাৰ্পন কৰা আৰু "দা হিৰো"ৰ জৰিয়তে বলীউডত অভিষেক ঘটোৱা জনপ্ৰিয় আভিনেত্ৰী [[প্ৰিয়ংকা চোপ্ৰা]]ৰ জন্ম হৈছিলহৈছিল।
# ১৯৮০ চনৰ আজিৰ দিনটোতে ভাৰতত প্ৰথম ৰঙীন দূৰদৰ্শনৰ কাৰ্যসূচী সম্প্ৰচাৰ কৰা হৈছিলহৈছিল।
# ১৯৮০ চনৰআজিৰ দিনটোতে ASLV-3 যানখনেৰে ভাৰতত তৈয়াৰী প্ৰথম কৃত্ৰিম উপগ্ৰহটো উৎক্ষেপন কৰা হৈছিলহৈছিল।
# ২০০২ চনৰ আজিৰ দিনটোতে ডঃড॰ [[এ পি জে আব্দুল কালাম]] ভাৰতবৰ্ষৰ দ্বাদশগৰাকী ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হয়হয়।
# ২০০৪ চনৰ আজিৰ দিনটোতে তামিলনাডুৰ কুম্বাকোনত এখন বিদ্যালয়ত জুই লাগি ৯০জন শিশু শিক্ষাৰ্থীৰ মৃত্যু হয়হয়।
# ২০০৫ চনৰ আজিৰ দিনটোতে [[ৰাহুল দ্ৰাবিড়]] ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হিচাবে নিৰ্বাচিত হয়হয়।
# ২০০৮ চনৰ আজিৰ দিনটোতে জুনিয়ৰ এছিয়া কাপ হকীত ভাৰত চেম্পিয়ন হয়হয়।
# আজি স্পেইনৰ ৰাষ্ট্ৰীয় দিৱসদিৱস।
# ১৯৯৬ চনৰ আজিৰ দিনটোত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈ [[স্মৃতি মন্ধনা]]ৰ জন্ম হৈছিল।
 
== বাহ্যিক সংযোগ ==
"https://as.wikipedia.org/wiki/১৮_জুলাই"ৰ পৰা অনা হৈছে