১৮ জুলাই
তাৰিখ
জুলাই | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ||||||
২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
৩০ | ৩১ | |||||
২০২৩ |
১৮ জুলাই (ইংৰাজী: 18 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৯৯তম (অধিবৰ্ষত ২০০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৬৬টা দিন বাকী থাকে।
ঘটনাৱলীসম্পাদনা কৰক
- ১৯৪৭ - ভাৰতৰ স্বাধীনতা আইন ১৯৪৭ক (ইংঃ The India Independence Act 1947) বৃটেইনৰ সংসদত ৰাজকীয় স্বীকৃতি দিয়া হৈছিল আৰু বলৱৎ হৈছিল। [1]
- ১৯৮০ - এ এছ এল ভি-৩ (ইঃ ASLV-3) যানখনেৰে ভাৰতত তৈয়াৰী প্ৰথম কৃত্ৰিম উপগ্ৰহটো উৎক্ষেপন কৰা হৈছিল।
- ১৯৮০ - ভাৰতত প্ৰথম ৰঙীন দূৰদৰ্শনৰ কাৰ্যসূচী সম্প্ৰচাৰ কৰা হৈছিল।
- ২০০২ - ড॰ এ পি জে আব্দুল কালাম ভাৰতবৰ্ষৰ দ্বাদশগৰাকী ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হয়।
- ২০০৪ - তামিলনাডুৰ কুম্বাকোনত এখন বিদ্যালয়ত জুই লাগি ৯০জন শিশু শিক্ষাৰ্থীৰ মৃত্যু হৈছিল।
- ২০০৫ - ৰাহুল দ্ৰাবিড় ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হিচাবে নিৰ্বাচিত হয়।
- ২০০৮ - জুনিয়ৰ এছিয়া কাপ হকীত ভাৰত চেম্পিয়ন হৈছিল।
জন্মসম্পাদনা কৰক
- ১৯১৮ - নেলছন মেণ্ডেলা, দক্ষিণ আফ্ৰিকাৰ এগৰাকী বিখ্যাত ব্যক্তি।[2]
- ১৯২১ -জন গ্লেন, মহাকাশচাৰী। [3]
- ১৯৮২ - প্ৰিয়ংকা চোপ্ৰা, তামিল ছবি থামিজানেৰে ছবিজগতত পদাৰ্পন কৰে আৰু "দা হিৰো"ৰ জৰিয়তে বলীউডত অভিষেক ঘটা জনপ্ৰিয় আভিনেত্ৰী।
- ১৯৯৬ - স্মৃতি মান্ধনা, ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈ।
মৃত্যুসম্পাদনা কৰক
দিৱসসম্পাদনা কৰক
- মেণ্ডেলা দিৱস। [7]
- স্পেইনৰ ৰাষ্ট্ৰীয় দিৱস।
অন্যান্যসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ১৮ জুলাই সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
তথ্যসূত্ৰসম্পাদনা কৰক
- ↑ https://www.mapsofindia.com/on-this-day/july-18th-1947-the-india-independence-act-1947-comes-into-force
- ↑ https://www.nelsonmandela.org/content/page/biography
- ↑ https://en.wikipedia.org/wiki/John_Glenn
- ↑ https://en.wikipedia.org/wiki/Muhammad_ibn_Qasim
- ↑ https://en.wikipedia.org/wiki/Jane_Austen
- ↑ https://en.wikipedia.org/wiki/Moonis_Raza
- ↑ https://en.wikipedia.org/wiki/Mandela_Day