১৭ জুন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
2 নং শাৰী:
{{আজিৰ দিনটো|17|06|168}} [[বুৰঞ্জী]]ৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -
 
(১) আজিৰ দিনটোতে অসমৰ প্ৰথম বোলছবি নিৰ্মাতা ৰূপকোঁৱৰ [[জ্যোতিপ্ৰসাদ আগৰৱালা]]ৰ জন্ম হয় (১৯০৩ চন)।
 
(২) উৰিষ্যাৰ বিশিষ্ট জাতীয়তাবাদী নেতা গোপবন্ধু দাসৰ মৃত্যু হয় ১৯২৮ চনৰ আজিৰ দিনটোত।
 
(৩) ১৯৯১ চনত ভাৰতৰ প্ৰথম উপ-প্ৰধান মন্ত্ৰী ]]চৰ্দাৰ বল্লভভাই পেটেল]] আৰু ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী [[ৰাজীৱ গান্ধী]]লৈ মৰণোত্তৰ ভাৱে ভাৰতৰত্ন প্ৰদানৰ সিদ্ধান্ত ঘোষোণা কৰা হয়।
 
(৪) চীন চৰকাৰৰ দ্বাৰা প্ৰথমটো হাইড্ৰ’জেন বোমাৰ বিস্ফোৰণ কৰা হৈছিল ১৯৬৭ বৰ্ষৰ আজিৰ দিনটোতেদিনটোতে।
 
(৫) ভাৰতৰ প্ৰাক্তন গৱৰ্ণৰ জেনেৰেল [[লৰ্ড কেনিঙ]]ৰ ইংলেণ্ডত মৃত্যু হয় ১৮৬২ আজিৰ দিনটোতে।
 
(৬) ১১২৮ চনৰ আজিৰ দিনটোত কাউণ্ট পঞ্চম জিঅ’ফ্ৰেৰ ইংলেণ্ডৰ ৰজা প্ৰথম হেনৰীৰ কন্যা মাটিলডাল সৈতে বিবাহ।
 
(৭) [[আইচলেণ্ড]]ৰ ৰাষ্ট্ৰীয় দিৱস।
 
 
"https://as.wikipedia.org/wiki/১৭_জুন"ৰ পৰা অনা হৈছে