১৯ জানুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
'''১৯ জানুৱাৰী''' {{enwiki|19 January}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ১৯ তম [[দিন]] বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৬ টা৩৪৬টা দিন ([[অধিবৰ্ষ]]ত ৩৪৭ টা৩৪৭টা দিন) বাকী থাকে৷থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
 
==ঘটনাৰাজী==
* অমৰ পাঠক পৰিচালিত ‘‘সংগ্ৰাম’’ নামৰ কথাছবিখনে মুক্তি পাইছিল ১৯৬৮ চনৰ আজিৰ দিনটোতেদিনটোতে।
* অসম আন্দোলন অন্যতম ফচল অসমৰ তৃতীয়টো শোধনাগাৰ [[বঙাইগাঁও তেল শোধনাগাৰ]] ১৯৭২ চনৰ আজিৰ দিনটোতে ইয়াৰ আধাৰশিলা স্থাপন কৰা হৈছিলহৈছিল।
* ভাৰতৰ প্ৰথম ভূ-সমলয় পৰীক্ষামূলক যোগাযোগ উপগ্ৰহ ‘এপল’ (Apple : Ariane Passenger Payload Experiment) সফলতাৰে উৎক্ষেপণ কৰা হয় ১৯৮১ চনৰ আজিৰ দিনটোতে। দক্ষিণ আমেৰিকাৰ ফ্ৰান্স গিয়েনাৰ কুৰুৰ (Kourou) এই উপগ্ৰহ উৎক্ষেপণ কৰা হয়হয়।
* ১৯৪৭ চনৰ আজিৰ দিনটোতে ভাৰতীয় বংশোদ্ভৱ ইংৰাজ লেখক [[ছলমান ৰুশ্বদী]]ৰ জন্ম হয় মুম্বাইতমুম্বাইত।
* ১৬২৩ চনৰ আজিৰ দিনটোতে ফৰাচী গণিতজ্ঞ, পদাৰ্থবিদ [[ব্লেইজ পাস্কেল]]ৰ জন্ম হৈছিলহৈছিল।
* আজিৰ দিনটোতে মাৰ্কিনআমেৰিকান দম্পত্তিদম্পতী এথেল ৰোজেনবাৰ্গ আৰু জুলিয়াছ ৰোজেনবাৰ্গক মৃত্যুদণ্ড দিয়া হয়। ৰাছিয়াৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত তেওঁলোকক এই শাস্তি বিহা হৈছিল ।হৈছিল। উল্লেখ্য যে মাৰ্কিনআমেৰিকা যুক্তৰাষ্ট্ৰত চোৰাংচোৱাগিৰি কৰা এওঁলোকেই প্ৰথম মাৰ্কিনআমেৰিকান নাগৰিক।
 
== বাহ্যিক সংযোগ ==