২৬ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
2 নং শাৰী:
 
==জন্ম==
# ১৭৪৩ চনৰ আজিৰ দিনটোতে জন্ম হয় ফৰাছীফৰাচী বিজ্ঞানী [[এণ্টনী ল’ৰেণ্ট লেভ’ইছিয়েৰ]]ৰ। তেওঁ আধুনিৰ ৰসায়ন শাস্ত্ৰৰ বাটকটীয়া আছিল।
# ১৯১০ চনৰ এই দিনতেই 'মিছনেৰীজ অফ চেৰিটি'ৰ প্ৰতিষ্ঠাতা তথা ভাৰতৰত্ন সন্মানেৰে বিভূষিত [[মাদাৰ টেৰেছা]]ৰ যুগোশ্লাভিয়াৰ আদ্ৰিয়াটিক সাগৰৰ পাৰত স্কোপজে চহৰত জন্ম হৈছিল।
# ১৯৫৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাজনীতিবিদ তথা পশু অধিকাৰ কৰ্মী তথা পৰিৱেশবিদ [[মানেকা গান্ধী]]ৰ জন্ম হয়।
 
==মৃত্যু==
# ১৭২৩ চনৰ আজিৰ দিনটোতে অণুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰক [[লিউৱেনহুক]]ৰ মৃত্যু হৈছিল।
 
==অনান্য==
# ১৩০৩ চনৰ আজিৰ দিনটোতে [[আলাউদ্দিন খিলিজী]]য়ে চিতোৰ দুৰ্গ দখল কৰে।
# ইংলেণ্ডত প্ৰথমবাৰৰ বাবে [[জুলিয়াছ ছিজাৰ]]-এ পদাৰ্পন কৰিছিল আজিৰ দিনটোতে (খ্ৰীঃ পূঃ ৫৫)।
# ২০০২ চনৰ আজিৰ দিনটোতে প্ৰচাৰ ভাৰতীত থলুৱা যুৱকক নিযুক্তিৰ ক্ষেত্ৰত প্ৰৱঞ্চনাৰ অভিযোগত [[গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ]]ত বিক্ষোভৰ সৃষ্টি হয়। এই বিক্ষোভৰ ফলত প্ৰায় পোন্ধৰ লাখ টকাৰ ক্ষতি সাধন হয়।
# ১৯০৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ লো-তীখা কোম্পানী ‘[[টাটা আইৰন এণ্ড ষ্টীল কোম্পানী]]’ পঞ্জীয়নভুক্ত হয়।
# ১৯৪৩ চনৰ আজিৰ দিনটোতে আনুষ্ঠানিকভাৱে [[আজাদ হিন্দ ফৌজ]]ৰ জন্ম হয়।
 
==দিৱস==
# আজি সাহিত্যিক [[গুণাভিৰাম বৰুৱা]]ৰ স্মৃতি দিৱস।
 
== বাহ্যিক সংযোগ ==
"https://as.wikipedia.org/wiki/২৬_আগষ্ট"ৰ পৰা অনা হৈছে