২৭ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
2 নং শাৰী:
 
==জন্ম==
# ১৯০৮ চনৰ আজিৰ দিনটোতে ক্ৰিকেট খেলুৱৈ [[ছাৰ ডন ব্ৰেডমেন]]ৰ জন্ম হয়।
 
==মৃত্যু==
# ১৯৬৫ চনৰ আজিৰ দিনটোতেই ফ্ৰান্সৰ এগৰাকী খ্যাতনামা স্থপতিবিদ, শিল্পী আৰু লেখক [[লী ক'ৰবাজিয়ে]]ৰ মৃত্যু হয়।
# ১৯৭৯ আজিৰ দিনটোতে [[লৰ্ড মাউণ্টবেটেন]]ৰ মৃত্যু হয়।
 
==অনান্য==
# ১৬০৪ চনৰ আজিৰ দিনটোতে শিখ গুৰু অৰ্জুনদেৱৰ উদ্যোগত ‘গ্ৰন্থ চাহেব’ সংকলন আৰু সংগৃহীত হয়। সেই বছৰৰে সেই দিনটোত অমৃতসৰৰ স্বৰ্ণ মন্দিৰত ইয়াক সংৰক্ষণ কৰা হয়।
# ১৮৫৯ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ পেনছিলভেনিয়াত খাৰুৱা তেলৰ সন্ধান পোৱা হয়।
# ১৮৮৩ চনৰ আজিৰ দিনটোতে ক্ৰাকাষ্ট’ৱাত সৰ্ববৃহৎ আগ্নেয়গিৰিটো উদ্গীৰণ হৈছিল।
# ১৯৩৯ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ ডন অহাইনে নিৰ্মাণ কৰা জেট ইঞ্জিনেৰে সজ্জিত উৰাজাহাজ পৰীক্ষামূলক উৰণ সম্পন্ন হয়।
# ১৯৪৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ বৃহত্তম সংবাদ সংস্থা প্ৰেছ ট্ৰাষ্ট অব ইণ্ডিয়া, সংক্ষেপে পি. টি. আই. গঠন হয়।
# ২০০৩ চনৰ আজিৰ দিনটোতে প্ৰায় ৬০ হাজাৰ বছৰৰ অন্তত মংগল গ্ৰহ পৃথিৱীৰ নিকটতম স্থানত অৱস্থিত হয়।
 
== বাহ্যিক সংযোগ ==
"https://as.wikipedia.org/wiki/২৭_আগষ্ট"ৰ পৰা অনা হৈছে