২৮ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
2 নং শাৰী:
 
==জন্ম==
# ১৯৩২ চনৰ এই দিনটোতেই ''সুগন্ধি পখিলাৰ কবি'' ৰূপে খ্যাত [[হীৰেন ভট্টাচাৰ্য]]ৰ জন্ম হৈছিল ৷হৈছিল। এই দিনটো অসমত কাব্যস্নেহ দিৱস হিচাপে পালন কৰা হয় ৷হয়।
 
==মৃত্যু ==
# ১৭৫০ চনৰ এই দিনটোত ইউৰোপৰ বিশিষ্ট সংগীত শিল্পী [[যোহান ছোষ্টিন বাখ]]ৰ মৃত্যু হয়।
 
==অনান্য==
# ১৮২১ চনত এই দিনটোতে [[পেৰু]]ৱে স্বাধীনতা লাভ কৰে।
# ১৯১৪ চনৰ এই দিনটোত [[ছাৰ্বিয়া]]ৰ বিৰুদ্ধে অষ্টিয়াৰ যুদ্ধ ঘোষণা কৰে। এই যুদ্ধত [[জাৰ্মানী]]য়ে সমৰ্থন কৰে [[অষ্টিয়া]]ক আৰু ছাৰ্বিয়াক সমৰ্থন কৰে [[ব্ৰিটেইন]] ,[[ফ্ৰান্স]] আৰু [[ৰাছিয়া]]ই ছাৰ্বিয়াৰ পক্ষ অৱলম্বন কৰে। সূচনা হয় [[প্ৰথম মহাসমৰ]]ৰ।
# ১৯৭৯ চনৰ এই দিনটোতে [[চৌধুৰী চৰণ সিং]]য়ে ভাৰতবৰ্ষৰ পঞ্চম গৰাকী প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰেকৰে।
# ২০০১ চনৰ এই দিনটোতে ৰামায়ণী সাহিত্যৰ গৱেষক , যশস্বী অসমীয়া ঔপন্যাসিক [[ডঃড॰ ইন্দিৰা গোস্বামী]]লৈ ভাৰতীয় [[জ্ঞানপীঠ বঁটা]] আগবঢ়োৱা হয়হয়।
# ২০০৭ চনৰ এই দিনটোতে [[মহানন্দ শৰ্মা]] আৰু [[জ্ঞানদা বৰা]]লৈ [[নটসূৰ্য ফণী শৰ্মা বঁটা]] আগবঢ়োৱা কথা ঘোষণা কৰা হয়হয়।
# ২০১১ চনৰ এই দিনটোতে [[লোকপাল]]ৰ খচৰাত ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাই অনুমোদন জনায়জনায়।
# ২০১১ চনৰ এই দিনটোতে [[ভাৰত]] আৰু [[মংগোলিয়া]]ৰ মাজত প্ৰতিৰক্ষা চুক্তিখন স্বাক্ষৰিত হয়হয়।
# ২০১২ চনৰ এই দিনটোতে উজনি অসমত [[জাপানিজ এনকেফেলাইটিছ]] ৰোগত আক্ৰান্ত হৈ ৬৪ জনলোক মৃত্যু মুখত পৰেপৰে।
# ২০১২ চনৰ এই দিনটোতে ফৰাচী বেংকত ভাৰতীয়ৰ ৫৬৫কোটি টকাৰ জমা তথ্য ফাদিল হয়হয়।
 
== বাহ্যিক সংযোগ ==
"https://as.wikipedia.org/wiki/২৮_জুলাই"ৰ পৰা অনা হৈছে