২৩ জানুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
{{কেলেণ্ডাৰ|lk=on|month=01}}
'''২৩ জানুৱাৰী''' হৈছে [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]]ৰ ২৩তম দিন। বছৰ শেষ হ'বলৈ ৩৪২ দিন ([[অধিবৰ্ষ]]ত ৩৪৩ দিন) বাকী থাকে।
 
== উল্লেখযোগ্য ঘটনা ==
*১৫৫৬ = চীনৰ ইতিহাসৰ আটাইতকৈ ভয়ানক ভুনিকম্পটোত প্ৰায় ৮,৩০,০০০ লোকৰ মৃত্যু হয়।
*১৫৭১ = লণ্ডনত ব্যৱসায়িক ভৱন ৰয়েল এক্সেইঞ্জ মুকলি কৰা হয়।
*১৯৫০ = জেৰুজালেমক ইজৰাইলৰ ৰাজধানী হিচাপে ঘোষণা কৰা হয়।
*১৯৬৮ = উত্তৰ কোৰিয়াৰ সাগৰীয় সীমান্ত অতিক্ৰম কৰাৰ অপৰাধত আমেৰিকাৰ জাহাজ "USS Puwelbo"ক জব্দ কৰি ৰাখে।
*১৯৯৭ = আমেৰিকাৰ প্ৰথমগৰাকী মহিলা হিচাপে "মেডলিন অলব্ৰাইট" Secretary of State নিযুক্ত হয়।
*২০০৯ = ভাৰতীয় চলচিত্ৰচলচ্চিত্ৰ আৰু দুৰদৰ্শনৰ ওপৰত আৰোপিত "ধুম্ৰপান প্ৰদৰ্শন"ৰ বাধা আতৰাইআঁতৰাই দিয়া হয়।
==জন্ম==
*১৮৯৭ = [[সুভাষ চন্দ্ৰ বসু|নেতাজী সুভাষ চন্দ্ৰ বসু]], ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
*১৯২৪ = বালাচাহেব ঠাকৰে, [[শিৱসেনা]]ৰ প্ৰতিস্থাপক।প্ৰতিষ্ঠাপক।
*১৯৪৭ = মেঘৱতী সুকৰ্ণপুত্ৰী, [[ইণ্ডোনেছিয়া]]ৰ ৫ম ৰাষ্ট্ৰপতি।
{{Months}}