৩ এপ্ৰিল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
{{কেলেণ্ডাৰ|lk=on|month=04}}
'''৩ এপ্ৰিল''' হৈছে [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৯৩তম ([[অধিবৰ্ষ]]ত ৯৪তম) [[দিন]]। বছৰ শেষ হৰলৈ আৰু ২৭২ দিন বাকী থাকে।
 
;'''উল্লেথযোগ্য ঘটনা'''
*১০৪৩ - [[ইংলেণ্ড]]ৰ ৰজা হিচাপে [[এডৱাৰ্ড দ্য কনফেছ]]ৰ অভিষেক।
*২০১০ - [[এপল আই এন চি]]ৰ দ্বাৰা প্ৰথম প্ৰজন্মৰ [[আইপেড]], এক প্ৰকাৰৰ [[টেবলেট কম্পিউটাৰ]]ৰ মুকলি।
*২০১২ - [[মাইক্ৰ’মেক্স ফানবুক]] [[মাইক্ৰ’মেক্স ম’বাইল|মাইক্ৰ’মেক্স]]ৰ প্ৰথম টেবলেটৰ মুকলি।
 
;'''জন্ম'''
*১৭৮১ - [[স্বামীনাৰায়ন]], ভাৰতৰ ধৰ্মীয় নেতা।
*১৯৫৫ - [[হৰিহৰণ]], ভাৰতীয় গায়ক।
*১৯৭৩ - [[প্ৰভু দেবা]], ভাৰতীয় অভিনেতা।
*১৯৮২ - [[ক'বি স্মল্ডাৰ্ছ|জেক'বা ফ্ৰান্সিস্কা মাৰিয়া স্মল্ডাৰ্ছ]], কানাডিয়ান অভিনেত্ৰী আৰু মডেল।
 
;'''মৃত্যু'''
*১৬৮০ - [[শিৱাজী]], ভাৰতীয় সম্ৰাট, [[মাৰাঠা সাম্ৰাজ্য]]ৰ প্ৰতিস্থাতা।প্ৰতিষ্ঠাতা।
*২০১২ - [[গোৱিন্দ নৰেইন]], ভাৰতীয় ৰাজনীতিক, কৰ্ণাটকৰ অষ্টম ৰাজ্যপাল।
*২০১৫ - [[অজিৎ বৰুৱা]], অসমৰ এগৰাকী কবি-সাহিত্যিক, অনুবাদক আৰু প্ৰশাসনিক বিষয়া।
 
== বাহ্যিক সংযোগ ==
"https://as.wikipedia.org/wiki/৩_এপ্ৰিল"ৰ পৰা অনা হৈছে