৩০ নৱেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
'''৩০ নৱেম্বৰ''' {{enwiki|30 November}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩৩৪ তম ([[অধিবৰ্ষ]]ত ৩৩৫ তম) [[দিন]] বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১ টা৩১টা দিন বাকী থাকে৷ থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
 
==ঘটনাৰাজী==
# [[ভূপেন হাজৰিকা]] পৰিচালিত ‘[[এৰা বাটৰ সুৰ]]’ অসমীয়া কথাছবিখনে মুক্তি পাইছিল ১৯৫৬ চনৰ আজিৰ দিনটোতেদিনটোতে।
# ১৯৬৮ চনত আজিৰ দিনটোতে মৃত্যু হয় যশস্বী সাহিত্যিক [[জ্ঞাননাথ বৰা]]ৰ।
# ভাৰতীয় উদ্ভিদ বিজ্ঞানী [[জগদীশ চন্দ্ৰ বসু]]ৰ জন্ম হয় ১৮৫৮ চনৰ আজিৰ দিনটোতে।
# ১৬৬৭ চনৰ আজিৰ দিনটোতে ইংৰাজ ব্যংগ লেখক [[ছুইফট]]ৰ জন্ম হয়হয়।
# ব্ৰিটিছ প্ৰধান মন্ত্ৰী তথা ৰাজনীতিবিদ [[ছাৰ উইনষ্টন চাৰ্চিল]]ৰ জন্ম হয় ১৮৭৪ চনৰ আজিৰ দিনটোতে ।দিনটোতে। তেওঁৰ সম্পূৰ্ণ নাম উইনষ্টন লিঅনাৰ্ড স্পেন্সাৰ চাৰ্চিলচাৰ্চিল।
# আজি [[বাৰবাডোজ]]ৰ স্বাধীনতা দিৱস ।দিৱস। ১৯৬৬ চনৰ আজিৰ দিনটোতে বাৰবাডোজে স্বাধীনতা লাভ কৰিছিল।
 
== বাহ্যিক সংযোগ ==