৫ নৱেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
'''৫ নৱেম্বৰ''' {{enwiki|5 November}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩০৯ তম ([[অধিবৰ্ষ]]ত ৩১০ তম) [[দিন]] বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫৬ টা৫৬টা দিন বাকী থাকে৷ থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
 
==ঘটনাৰাজী==
১/ ১৫৫৬ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে পাণিপথৰ দ্বিতীয় যুদ্ধত আকবৰৰ মোগল বাহিনীৰ হাতত আফগান সেনাপতি হিমু নিহত হয়হয়।
 
২/ ১৮৭৯ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে স্কটলেণ্ডৰ পদাৰ্থ বিজ্ঞানী [[জেমছ ক্লাৰ্ক মেক্সৱেল]]ৰ মৃত্যু হয়হয়।
 
৩/ ১৮৯১ চনৰ আজিৰ দিনটোতে ইংৰাজ ভৌত ৰসায়নবিদ আৰু প্ৰজনন তাত্বিক [[জে বি এণ হলডেন]]ৰ জন্ম হয়হয়।
 
৪/ ১৯১৪ চনৰ আজিৰ দিনটোতে গ্ৰেট ব্ৰিটেইনে [[চাইপ্ৰাছ]] অধিকাৰ কৰেকৰে।
 
৫/ ১৯১৬ চনৰ আজিৰ দিনটোতে [[পোলেণ্ড|পোলেণ্ডে]] স্বাধীনতা লাভ কৰেকৰে।
 
৬/ ১৯২০ চনৰ আজিৰ দিনটোতে [[ভাৰতীয় ৰেডক্ৰছ সন্থা]] গঠন কৰা হয়হয়।
 
৭/ ১৯৭৭ চনৰ আজিৰ দিনটোতে [[ৰাষ্ট্ৰসংঘ]]ৰ সাধাৰণ পৰিষদত বৈদেশিক মন্ত্ৰী [[অটল বিহাৰী বাজপেয়ী]]য়ে হিন্দী ভাষাত ভাষণ প্ৰদান কৰেকৰে।
 
৮/ ১৯৯০ চনৰ আজিৰ দিনটোতে জনতা দল বিভাজন হয় আৰু চন্দ্ৰশেখৰ দলত্যাগীসকলৰ নতুন নেতা নিৰ্বাচিত হয়হয়।
 
৯/ ১৯৯৫ চনৰ আজিৰ দিনটোতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী ইটঝাক ৰাবিনক হত্যা কৰা হয়হয়।
 
১০/ ১৯৯৯ চনৰ আজিৰ দিনটোতে ৱেষ্ট ইণ্ডিজৰ বেগী বলাৰ [[মেলকম মাৰ্ছেল]]ৰ ৪১ বছৰ বয়সত মৃত্যু হয়হয়।
 
১১/ ২০০৫ চনৰ আজিৰ দিনটোতে সাহিত্যাচাৰ্য , অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি [[যতীন্দ্ৰনাথ গোস্বামী]]ৰ মৃত্যু হয়হয়।
 
১২/ ২০১১ চনৰ আজিৰ দিনটোতে সুধাকণ্ঠ , বিশ্ববৰণ্য শিল্পী , অসম ৰত্ন ড০ড॰ [[ভূপেন হাজৰিকা]]ৰ পৰলোক প্ৰাপ্তি হয় ।হয়।
 
 
"https://as.wikipedia.org/wiki/৫_নৱেম্বৰ"ৰ পৰা অনা হৈছে