ৰেখা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
[[File:1D line.svg|310px|thumb|এদালএডাল সৰল ৰেখা]]
সংজ্ঞা: বিন্দুৰ গতিপথকে (locus) '''ৰেখা''' বোলে। বিন্দুৱে দিশ নসলোৱাকৈ পোনে পোনে গতি কৰিলে ''সৰল ৰেখা'' আৰু বক্ৰপথত গতি কৰিলে ''বক্ৰৰেখা''ৰ সৃষ্টি হয়। একোডাল ৰেখা অসংখ্য বিন্দুৰ সমষ্টি। ৰেখাৰ সহায়ত বিভিন্ন ধৰণৰ জ্যামিতিক আকাৰৰ পৰিসীমা তৈয়াৰ কৰা যায়। উদাহৰণস্বৰূপে সৰলৰেখাৰ সহায়ত [[ত্ৰিভূজত্ৰিভুজ]], [[চতুৰ্ভূজ]], [[আয়তক্ষেত্ৰ]], [[ৰম্বাছ]], [[সামান্তৰিক]], [[পঞ্চভূজ]] ইত্যাদি তৈয়াৰ কৰা হয়। আনহাতে বক্ৰৰেখাৰ সহায়ত [[বৃত্ত]], [[উপবৃত্ত]], [[অধিবৃত্ত]] ইত্যাদি তৈয়াৰ কৰা হয়। ইঞ্জিনিয়াৰিং বা পদাৰ্থবিজ্ঞান প্ৰভৃতি বিষয়ত গণনাকাৰ্য্যত ৰেখাৰ গুৰুত্ব অপৰিসীম।
 
চিত্ৰকলাটো ৰেখাৰ ব্যৱহাৰ উল্লেখযোগ্য। বিভিন্ন ধৰণৰ ৰেখাৰ ৰূপকৰ সহায়ত শিল্পীসকলে তেওঁলোকৰ বিভিন্ন ৰেখাচিত্ৰ অংকণঅংকন কৰে।
 
== .ৰেখাখণ্ড. ==
[[চিত্ৰ:Segment_definition.svg|right|thumb|250x250px|এডাল বন্ধ ৰেখাখণ্ডৰ জ্যামিত্যিক সংজ্ঞা: ''A'' বা তাৰ সোঁফালৰ বিন্দুবোৰৰ সৈতে ''B'' বা তাৰ বাঁওফালৰ বিন্দুবোৰেৰে গঠিত অংশ]]
[[চিত্ৰ:Fotothek_df_tg_0003359_Geometrie_^_Konstruktion_^_Strecke_^_Messinstrument.jpg|thumb|ঐতিহাসিক চিত্ৰ – এডাৰ ৰেখা খণ্ড আঁকা (১৬৯৯)]]
ৰেখাখণ্ড হৈছে এডাল ৰেখাৰ এটা খণ্ড বা অংশ। ৰেখা এডালত থকা যিকোনো দুটা বিন্দুৰ মাজৰ দূৰত্বকেই ৰেখা খণ্ড বুলিব পাৰি। অৰ্থাৎ ৰেখাখণ্ড এডাল দুটা প্ৰান্ত বিন্দুত সীমিত হৈ থাকে। সেয়ে ৰেখা খণ্ড এডালৰ দৈঘ্যৰ মাপ নিৰ্ণয় সম্ভৱ। উদাহৰণ স্বৰূপে ত্ৰিভূজত্ৰিভুজ, বৰ্গ, আয়ত আদিৰ বাহুবোৰ একো একোডাল ৰেখাখণ্ড। আকৌ এটা বৃত্তৰ ক্ষেত্ৰত বৃত্তৰ ব্যাস, ব্যাসাৰ্ধ, জ্যা আদিবোৰ হৈছে একো একোডাল ৰেখাখণ্ড।
 
== ৰশ্মি ==
"https://as.wikipedia.org/wiki/ৰেখা"ৰ পৰা অনা হৈছে