ৰঞ্জন ৰশ্মি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
{{expand article}}
[[File:X-ray_applications_as.svg.png|thumb|300px|ৰঞ্জন ৰশ্মি হৈছে বিদ্যুত চুম্বকীয় বিকিৰণৰ এটা অংশ, [[দৃশ্যমান পোহৰ]]তকৈ ৰঞ্জন ৰশ্মিৰ তৰংগদৈৰ্ঘতৰংগদৈৰ্ঘ্য কম, ৰঞ্জন ৰশ্মি বিকিৰণৰ বিভিন্ন অংশ বিভিন্ন কামত ব্যৱহৃত হয়। ]]
 
'''ৰঞ্জন ৰশ্মি''' ক্ষুদ্ৰ [[তৰঙ্গ]] বিশিষ্ট এক ধৰণৰ [[ত্বৰিক চৌম্বিক বিকিৰণ]]। ইয়াৰ আন এক নাম এক্স-ৰে (X-ray)। ৰঞ্জনৰশ্মিৰ [[তৰঙ্গ দৈৰ্ঘ্য]] (সাধাৰণতে ১০-০.০১ [[নেন'মিটাৰ]]) সাধাৰণ পোহৰতকৈ অনেক কম কাৰণে ইয়াক খালি চকুৰে দেখা নাযায়। [[১৮৯৫]] চনত [[উইলিয়াম ৰন্টজেনৰণ্টজেন|উইলিয়াম ৰন্টজেনেৰণ্টজেনে]] এই ৰশ্মিৰ আবিস্কাৰআৱিষ্কাৰ কৰে। তৰঙ্গদৈৰ্ঘ্য যিমানেই চুটি হয় পদাৰ্থ ভেদ কৰাৰ ক্ষমতা সিমানেই বেছি হয়। চিকিৎসাক্ষেত্ৰত ৰোগনিৰ্ণয়ত যুগান্তকাৰী পৰিবৰ্তন আনিছে ৰঞ্জন ৰশ্মিয়ে।
[[চিত্ৰ:First medical X-ray by Wilhelm Röntgen of his wife Anna Bertha Ludwig's hand - 18951222.gif|thumb|''Hand mit Ringen'': ৰণ্টজেনে তোলা প্ৰথম মানবদেহৰ এক্স-ৰে চিত্ৰ। ৰণ্টজেনে ১৮৯৫ চনৰ ২২ ডিচেম্বৰত তেখেতৰ স্ত্ৰী আনা বাৰ্থা ৰণ্টজেনৰ হাতৰ ছবি তোলে।<ref>{{cite book | last= Kevles | first=Bettyann Holtzmann | title=Naked to the Bone Medical Imaging in the Twentieth Century | publisher=Rutgers University Press | date=1996 | location=Camden, NJ | pages=19–22 | isbn=0813523583}}</ref><ref>{{cite web | last=Sample | first=Sharron | authorlink= | coauthors= | title=X-rays | work=The electromagnetic spectrum | publisher=NASA | date=[[2007-03-27]] | url=http://science.hq.nasa.gov/kids/imagers/ems/xrays.html | accessdate=2007-12-03}}</ref>]]
 
24 নং শাৰী:
== উৎপাদন ==
[[File:WaterCooledXrayTube.svg|thumb|এক্সৰে টিউবৰ প্ৰধান অংশৰ চিত্ৰ]]
ফিলামেণ্টে F-ৰ ভিতৰেদি প্ৰবাহিত তড়িৎপ্ৰবাহ ক্যাথোড C-ক উত্তপ্ত কৰে। ইলেক্ট্ৰন তাপীয় নিঃসৰণ প্ৰক্ৰিয়াত ই এক্সৰে টিউবৰ প্ৰয়োজনীয় অংশ ক্যাথোডৰ পৰা মুক্ত হৈ আহে। তাৰপাছত এটা অতি উচ্চ বিভব প্ৰভেদ V-ৰ দ্বাৰা ইলেন্ট্ৰনইলেণ্ট্ৰন সমূহৰ ত্বৰিত হয় আৰু আ্যনোডৰূপী লক্ষবস্তু T-ত আঘাত কৰে। ফলত এক্সৰে উৎপন্ন হয়।
 
== ধৰ্ম ==
* এই ৰশ্মিয়ে সৰলৰেখাত গতি কৰে।
* ই অত্যাধিকঅত্যধিক ভেদন ক্ষমতাসম্পন্ন।
* এক্সৰে তড়িৎচৌম্বক তৰঙ্গ, তড়িৎক্ষেত্ৰ বা চৌম্বকক্ষেত্ৰৰ দ্বাৰা ই বিচ্যুত নহয়।
* ইয়াৰ তৰঙ্গ দৈৰ্ঘ্য তেনেই চুটি।
* সাধাৰণ পোহৰৰ তুলনাত এক্সৰেৰ প্ৰতিফলন, প্ৰতিসৰণ, ব্যতিচাৰ, অপবৰ্তন আৰু পোলাৰায়ন হৈ থাকে।
* ফটোগ্ৰাফিক প্লেটৰ উপৰতোওপৰতো ইয়াৰ প্ৰতিক্ৰিয়া আছে।
* এই ৰশ্মিৰ আলোক তড়িৎ ক্ৰিয়া আছে।
* জিঙ্ক চালফাইড, বেৰিয়াম প্লাটিনোচাইনাইড প্ৰভৃতি পদাৰ্থত এই ৰশ্মিয়ে প্ৰতিপ্ৰভাৰ সৃষ্টি কৰে।
41 নং শাৰী:
;[[চিকিৎসা বিজ্ঞান]]ত ইয়াৰ ব্যৱহাৰ:
* স্থানচ্যুত হাড়, হাড়ত দাগ বা ফাঁট, ভাঙি যোৱা হাড়, শৰীৰৰ ভিতৰৰ যিকোনো অংগৰ বা হাওঁফাওঁৰ কোনো ক্ৰুতি, দাঁতৰ বিসংগতি ইত্যাদিৰ অবস্থান নিৰ্ণয়ত ব্যবহৃত হয়।
* [[চিটি স্কেন]] হ’ল [[কম্পিউটাৰ]]ৰ সহায়ত ৰঞ্জন ৰশ্মিৰ দ্বাৰা গৃহিতগৃহীত চিত্ৰ সংৰক্ষিত কৰি ত্ৰিমাত্ৰিক বা প্ৰস্থছেদ চিত্ৰ বনোৱাৰ ব্যৱস্থা।
* কেঞ্চাৰৰ চিকিৎসাত ৰঞ্জন ৰশ্মিৰ বিকিৰণ ব্যবহৃত হয়।
* পৰিপাক (Digestive) নলীৰে খাদ্যবস্তুৰ গমন পথ অনুসৰণ, আলচাৰ নিৰ্ণয় ইত্যাদিৰ বাবে ব্যৱহাৰ কৰা হয়।