আহোম ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
21 নং শাৰী:
==বৈশিষ্ট্যসমূহ==
 
অসমৰ আহোম শাসকসকল বৃহত্তৰ অসমীয়া জাতিৰ সৈতে মিলি যোৱাৰ ফলত ১৯ শতিকাৰ সময়ছোৱালৈ আহোম ভাষাৰ ঠাইত [[অসমীয়া]]ই কথিত ভাষাৰ স্থান দখল কৰে। ২০০০ চনৰ হিচাপ মতে প্ৰায় ২০০ গৰাকী আহোম ম'-লৌঙ সম্প্ৰদায়ৰ লোকেহে এই ভাষা জানে আৰু বিভিন্ন পৰম্পৰাগত আচাৰত আহোম ভাষাৰ ব্যৱহাৰ কৰা হয়।
বৰ্তমান আহোম ভাষাৰ প্ৰচলন ''বৰ অম্ৰ'' নামেৰে জনাজাত আহোম-অসমীয়া শব্দকোষত [[আহোম সাম্ৰাজ্য]]ত ব্যৱহৃত আহোম ভাষাৰ ৰূপটো সংৰক্ষিত অৱস্থাত আছে। আহোম ভাষা তুলনামূলকভাৱে মনক্ষ্মেৰ আৰু আৰ্য-ভাৰতীয় ভাষাৰ প্ৰভাৱৰ পৰা মুক্ত। ত্ৰয়োদশ শতিকাৰ পৰাই এই ভাষাৰ লেখনৰ পৰম্পৰা আছিল। আহোম ভাষাই অসমৰ একমাত্ৰ ভাষিক লিপি যি স্বাধীনভাৱে উনিকদত স্থান লাভ কৰিবলৈ সক্ষম হৈছে , আধুনিক প্ৰচলিত টাই ভাষা যেনে শ্যান, খামটি, আইটন আদিৰ সৈতে আহোম ভাষাৰ মিল আছে আৰু বৰ্ণমালা হিচাপে আহোম ভাষা এই আটাইকেইটা ভাষাতকৈ চহকী।<ref name="PRIMER">{{cite book | title=আহোম প্ৰাইমাৰ | publisher=বুৰঞ্জী আৰু পুৰাতত্বপুৰাতত্ত্ব বিভাগ, অসম চৰকাৰ | authorlink=আহোম, খামতি, শ্যান | year=২০১০ | pages=১০}}</ref> আহোম ভাষাৰ নিজস্ব লিপি আছে আৰু আন টাই ভাষাসমূহৰ দৰে ইয়াৰ কিছুমান অনন্য বৈশিষ্ট্য আছে:
* বাক্যবিন্যাস সাধাৰণতে কৰ্ত্তা ক্ৰিয়া কৰ্ম/ কৰ্ত্তা কৰ্ম ক্ৰিয়া এইধৰণে হয়।<ref name="Diller" /><ref name="Blake" />
* স্বৰ।<ref name="Diller" /><ref name="Blake" /><ref name="French" />
29 নং শাৰী:
* শব্দ যেনে ক্ৰিয়াবাচক শব্দৰ ৰূপান্তৰ নহয়।<ref name="Diller" /><ref name="French" />
* বিশ্লেষণাত্মক বাক্য ৰচনা<ref name="Blake">Blake, B. J. (1994). Language Classification. In ''The Encyclopedia of Language and Linguistics'' (Vol. 4, pp. 1952-1957). New York, NY: Pergamon Press Press.</ref>
<!-- When speaking and writing Ahom, much is dependent upon context and the audience interpretation. Multiple parts of the sentence can be left out; verb and adjectives will remain, but other parts of speech, especially pronouns, can be dropped. Verbs do not have tenses, and nouns do not have plurals. Time periods can be identified by adverbs, strings of verbs, or auxiliaries placed before the verb.<ref name="Hongladarom" />
Ahom, like other Tai languages, uses classifiers to identify categories, and repetitions of words to express idiomatic expressions. However, the expressions, classifiers, pronouns, and other sentence particles vary between the Tai languages descended from Proto-Tai, making Tai languages mutually unintelligible.<ref name="Hongladarom" />-->
 
36 নং শাৰী:
{| class="wikitable"
|-
!আহোম ভাষা !!অসমীয়া ভাষা
|-
| কাই || ককাই
|-
| কা-ৰৌণ || কাৰেং
|-
| বাউ-ৰণ-জি || বৌৰণ্জীবৌৰঞ্জী
|-
| খি-লন-জি<ref name="konwar2018">{{citation |title=The Tai Ahom Language in Assam : Language Shift and The Process of Socio-Cultural Assimilation — Dr. Anita konwar, Asst. Professor, Donation, Cheraidoi }}</ref> || খিলণ্জীয়া খিলঞ্জীয়া (স্হানীয়স্থানীয়)
|-
| লাও || লাও (সুৰা)
56 নং শাৰী:
| চ-ক্লঙ || চ-ক্লঙ
|-
|চাংমাই (cook) || চাংমাই (a title)
|-
| চাও-দাং|| চাও-দাং
|-
| চক || চোকা
|-
| মক || জমক
|-
| কাই-কি-নি || কাকিনি (তামোল)
|-
|মাম || মাম(ভাত)
|-
| লিক-চৌ || লিক-চৌ (লগুৱা)
|}
 
==ইতিহাস==
টাই-কড়াই পৰিয়ালৰ অন্তৰ্গত (সম্ভৱতঃ অষ্ট্ৰ’নেচিয়ান ভাষাৰ সৈতে সম্পৰ্কিত)<ref name="Blake" /> কাম-টাই ঠালৰ<ref name="Hongladarom" /> (প্ৰস্তাৱিত কিন্তু দ্বিমত থকা) ২০০০ বছৰ পুৰণি প্ৰ’ট’-টাই ভাষাৰ<ref name="French">French, M. A. (1994). Tai Languages. In ''The Encyclopedia of Language and Linguistics'' (Vol. 4, pp. 4520-4521). New York, NY: Pergamon Press Press.</ref><ref name="Hongladarom" /> পৰা আহোম ভাষাৰ উৎপত্তি হোৱা বুলি ঠাৱৰ কৰা হৈছে। অৱশ্যে কিছু লোকৰ মতে টাই ভাষাসমূহ এক ভিন্ন পৰিয়ালৰ আৰু ইহঁত টাই-কড়াইৰ অংশ নহয়।<ref name="French" />
 
আহোম লোকসকল আৰু তেওঁলোকৰ ভাষাৰ মূল ঠাই হৈছে বৃহত্তৰ চীনৰ য়ুনান আৰু তেওঁলোকে উত্তৰ ভিয়েটনাম আৰু গুৱেংজি প্ৰদেশৰ সীমান্তৰ পৰা<ref name="French" /> দক্ষিণ-পূব এচিয় অৱবাহিকা আৰু উত্তৰ বাৰ্মালৈ পৰিব্ৰাজন কৰিছিল।
আহোম ৰাজত্বকালত (১২২৮-১৮২৬) অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত কথিত ৰূপত আহোম ভাষাৰ ব্যৱহাৰ কৰা হৈছিল।<ref name="Diller">Diller, A. (1993). Tai Languages. In ''International Encyclopedia of Linguistics'' (Vol. 4, pp. 128-131). Oxford, UK: Oxford University Press.</ref> ১৫-১৬ শতিকাত আহোম ৰাজসভাত কেৱল আহোম ভাষাৰ ব্যৱহাৰ হৈছিল। পিছলৈ অসমীয়া ভাষায়ো ৰাজসভাত স্থান পায় আৰু ১৯ শতিকালৈ আহোম ভাষা এলাগী হৈ পৰে।<ref name="Hongladarom" /> বৰ্তমান পাৰম্পৰিক আচাৰ-উৎসৱত যেনে চকলং, পূজা-পাতল আদিতহে এই ভাষা ব্যৱহাৰ কৰা হয়।<ref name="Diller" />
 
"https://as.wikipedia.org/wiki/আহোম_ভাষা"ৰ পৰা অনা হৈছে