বিবাহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

16 নং শাৰী:
 
[[আৰ্য]] [[হিন্দু]]সকলৰ বিবাহ এটি গুৰুত্বপূৰ্ণ সংস্কাৰ । বিবাহ অনুস্থানত মানৱ জীৱনৰ ঐহিক আৰু পাৰলৌকিক দিশত নানা ধৰণৰ তত্বমূলক কথা জড়িত হৈ আছে । গৃহ্যসূত্ৰ-ৰ মতে গৃহযজ্ঞৰ মূল বিবাহ । হিন্দু পৰম্পৰা মতে প্ৰত্যেকজন পুৰুষ-নাৰীয়ে বিবাহ বন্ধনৰ দ্বাৰা সুখ-শান্তিৰে গৃহস্থাশ্ৰম পালন কৰিব লাগে ।
বিবাহ আঠ প্ৰ্কাৰৰপ্ৰকাৰৰ, - ব্ৰাহ্ম, দৈব, আৰ্য, প্ৰাজাপত্য, আসুৰ, গান্ধৰ্ব, ৰাক্ষস আৰু পৈশাচ ।
* '''ব্ৰাহ্ম বিবাহ''' : বিদ্বান-সদাচাৰী বৰক আহ্বান কৰি আনি অলংকাৰ আদিৰে অৰ্চনা কৰি দাতাই অলংকৃতা কন্যাক দান কৰাই হ’ল ব্ৰাহ্ম বিবাহ ।
* '''দৈব বিবাহ''' : জ্যোতিষ্টোমাদি য্জ্ঞত কৰ্মকৰ্তা পুৰোহিতক সালংকৃতা কন্যাদান কৰাই হ’ল দৈব বিবাহ ।
"https://as.wikipedia.org/wiki/বিবাহ"ৰ পৰা অনা হৈছে