অতুল বৰদলৈ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
19 নং শাৰী:
| website =
}}
'''অতুল বৰদলৈ''' ({{lang-en|Atul Bordoloi}}) [[অসম]]ৰ এজন প্ৰসিদ্ধ [[চলচ্চিত্ৰ]] পৰিচালক আছিল। ১৯৭০ চনত মুক্তিপ্ৰাপ্ত [[অপৰাজেয় (চলচ্চিত্ৰ)|অপৰাজেয়]] নামৰ চলচ্চিত্ৰৰ পৰিচালনাৰ যোগেদি তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পন কৰিছিল। তেখেতে মুঠতে ৮খন [[অসমীয়া চলচ্চিত্ৰ]]ৰ পৰিচালনা কৰিছিল। তেখেতে দূৰদৰ্শন ধাৰাবাহিক আৰু তথ্যচিত্ৰৰ নিৰ্মাণো কৰিছিল। তেখেতৰ পৰিচালনতপৰিচালনাত মুক্তি পোৱা চলচ্চিত্ৰ "কল্লোল" নামৰ চলচ্চিত্ৰখনে শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল<ref name="enajori1"/>। চলচ্চিত্ৰ পৰিচালনা কৰাৰ উপৰিও তেখেতে [[নতুন অসমীয়া]] নামৰ এক অসমীয়া দৈনিক কাকতৰ উপ সম্পাদকৰ দায়িত্বও বহন কৰিছিল<ref name="state07">{{cite news | url=http://www.assamtribune.com/scripts/detailsnew.asp?id=aug1210/state07 | title=Noted film director Atul Bordoloi passes away | date=Aug 11, 2010 | accessdate=February 14, 2013}}</ref>।
 
==পৰিচালিত চলচ্চিত্ৰ==