হেমা মালিনী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
18 নং শাৰী:
| term_start = ১৬, মে' ২০১৪
}}
'''হেমা মালিনী''' (জন্ম ১৬ অক্টোবৰ ১৯৪৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, লেখিকা, পৰিচালিকা, প্ৰযোজক, নৃত্যশিল্পী তথা ৰাজনীতিক।ৰাজনীতিবিদ। ১৯৬২ চনত [[তামিল]] ছবি ''ইথু চাথিয়াম''ৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলিছিল। মুখ্য চৰিত্ৰত অভিনয় কৰা তেখেতৰ প্ৰথমখন চলচ্চিত্ৰ আছিল [[চপনৌ কা চৌদাগৰ]]। তেওঁ ১৫০তকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁৰ অভিনয় কালত তেওঁ ১১ বাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ [[ফিল্মফেয়াৰ বঁটা]]ৰ বাবে মনোনীত হৈছিল আৰু ১৯৭৩ চনত ''' সীতা ঔৰ গীতা''' চলচ্চিত্ৰখনৰ বাবে তেওঁক এই বঁটাৰে সন্মানিত কৰা হৈছিল।
 
==জন্ম আৰু প্ৰাৰম্ভিক জীৱন==