উভকামিতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
6 নং শাৰী:
 
==গৱেষণা==
মনোবিজ্ঞানী চিগমুণ্ড ফ্ৰয়েড বিশ্বাস কৰে যে "পৃথিৱীৰ সকলো মানুহেই আচলতে উভকামী... আৰু তেওঁলোক দুই লিংগৰ পৰিসীমাত আৱদ্ধ...। "<ref>Steven Angelides , A History of Bisexuality, University Of Chicago Press; 1 edition,September 15, 2001</ref> ১৯৪০ চনত বিজ্ঞানী ছান্দৰ ৰাড'য়ে আৰু তেওঁক দেখি আন বহুতো বিজ্ঞানীয়ে মনোবিশ্লেষক ফ্ৰয়েডৰ জন্মগত উভকামিতাৰ মতবাদক প্ৰত্যাখ্যান কৰে। তেওঁ দাবী কৰে যে, মানুহৰ কোনো জৈৱিক উভকামিতা নাই।<ref>{{Cite book|author=Ruse, Michael |authorlink=Michael Ruse |title=Homosexuality: A Philosophical Inquiry |publisher=Basil Blackwell |location=Oxford |year=1988 |isbn=0 631 15275 X |pages=22, 25, 45, 46}}</ref> বৰ্তমানে [[সমকামিতা]]ৰ লগতে উভকামিতাৰো কোনো কাৰণ স্পষ্টকৈ জানিবলৈ পোৱা হোৱা নাই। কিন্তু মনোবিজ্ঞানী সকলৰ মতে ই সম্পূৰ্ণ স্বাভাৱিক।
 
=== কিন্সে স্কেল ===
"https://as.wikipedia.org/wiki/উভকামিতা"ৰ পৰা অনা হৈছে