কবিতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

47.29.170.67 (আলোচনা)-ই কৰা 207541 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
2 নং শাৰী:
{{অসমীয়া সাহিত্য}}
 
'''কবিতা''' সাহিত্যৰ এটা প্ৰধান শাখা; আনটো প্ৰধান শাখা হ’ল [[গদ্য]]। কবিতা সম্ভবত সাহিত্যৰ আদিমতম শাখা। কবি হৃদয়-নিহিত ভাৱৰ ছন্দোবদ্ধ আৰু শিল্পিত প্ৰকাশকে কবিতা বুলি নামাকৰণনামকৰণ কৰা হৈছে। কবিতা হ’ল ধ্বনি সুষমাৰ লগত ভাৱৰ সমন্বিত প্ৰকাশ।
 
== কবিতাৰ জন্ম আৰু সংজ্ঞা ==
এইটো অনুমান কৰা হৈছে যে, আদি কবি বাল্মীকিৰ হাততেই অৰ্থাৎ পূণ্যভূমিপুণ্যভূমি ভাৰতবৰ্ষতেই পোন প্ৰথমে কবিতাৰ জন্ম হৈছেহৈছে। ।ক্ৰৌঞ্চক্ৰৌঞ্চ বিয়োগ-জনিত শোকেই আপুনা - আপুনি বাল্মিকীৰ মুখৰপৰা শ্লোকৰূপে উচ্ছাৰিত হৈছিল। সহচাৰী-বিয়োগকাতৰ ক্ৰৌঞ্চৰ বেদনাত [[কবি]] চিত্তত বেদনাৰ সঞ্চাৰ হয়। এই বেদনাৰ পৰাই সহসা 'পৰিপূৰ্ণ বাণীৰ সঙ্গীত' জন্মগ্ৰহণ কৰি অপূৰ্ব ছন্দত কবি-কণ্ঠত উচ্চাৰিত হ’ল<ref name = "L">'''সাহিত্য-সন্দৰ্শন''', শ্ৰীশচন্দ্ৰ দাশ, বৰ্ণ বিচিত্ৰ, ঢাকা, ৬ষ্ঠ সংস্কৰণ, ১৯৯৫, পৃষ্ঠা-৩০</ref> -
 
{{cquote|মা নিষাদ প্ৰতিষ্ঠাং ত্বমগমঃ শাশ্বতী সমাঃ। <br />
যৎক্ৰৌঞ্চমিথুনাদেকমবধীঃ কামমোহিতম্‌।।কামমোহিতম্‌॥
}}
 
=== কবিতাৰ সংজ্ঞা ===
প্ৰাচ্যৰ পণ্ডিতসকলে আগবঢ়োৱা সংজ্ঞাঃ
প্ৰাচ্যৰ পণ্ডিতসকলৰ সৰহভাগেই কবিতাৰ আত্মা বিচাৰি বহু সিদ্ধান্তত উপনীত হৈ বস্তুধৰ্মী সংক্ষিপ্ত সংজ্ঞা নিৰ্দেশৰ কথা পাহৰিয়েই গৈছে। প্ৰাচ্যৰ কেৱল দুজন আলংকৰিকৰ লেখাতহে কবিতাৰ সংজ্ঞাক সূত্ৰৰ আকাৰত পোৱা যায়। সেই দুজন হ'ল- ভামহ আৰু বিশ্বনাথ কবিৰাজ।
 
কাব্যলংকাৰ প্ৰণেতা ভামহৰ মতে,"শব্দাৰ্থৌ সহিতৌ কাব্যম"‌- অৰ্থাত্‍ শব্দ আৰু অৰ্থৰ যুগল বসতিয়েই কবিতা।
 
বিশ্বনাথ কবিৰাজে তেওঁৰ "সাহিত্য দৰ্পণ" নামৰ গ্ৰন্থত কবিতাৰ সংজ্ঞা এইদৰে আগবঢ়াইছে-"বাক্যং ৰসাত্মকং কাব্যম"-অৰ্থাত্‍ ৰসময় বাক্যই কবিতা।
পাশ্চাত্যৰ পণ্ডিতসকলে আগবঢ়োৱা সংজ্ঞাঃ
জনচনৰ মতে,"কবিতা হ'ল ছন্দোবদ্ধ ৰচনা। "
 
ৱৰ্ডচৱৰ্থৰ মতে, "নিৰলাত সোঁৱৰা হিয়াৰ আৱেগেই কবিতা। "
 
অন্য এটা সংজ্ঞাত তেওঁ আকৌ কৈছে, "উপচি উঠি আপোনা-আপুনি পাৰ বাগৰি যোৱা আৱেগৰ ঢলেই কবিতা। "
 
মেথিউ আৰ্নল্ডৰ মতে,"কবিতা হ'ল জীৱন-বীক্ষা। "
 
ক'লেৰিজৰ মতে,"উত্‍কৃষ্টতম শব্দপুঞ্জৰ উত্‍কৃষ্টতম বিন্যাসেই কবিতা।
 
অডেনৰ মতে," কবিতা হ'ল স্মৰণীয় বাক্য়। "
 
কাৰ্লাইলৰ মতে, "কবিতা হ'ল সংগীতময় চিন্তা। "
 
থিয়োডৰ ৱাট্ছ-ডান্টনৰডাণ্টনৰ মতে, কবিতা হ'ল আৱেগময় আৰু ছন্দোস্পন্দিত ভাষাৰ মাধ্যমত মানৱীয় মনৰ মূৰ্তিমান আৰু শিল্পিত অভিব্যক্তি। "
 
== বৈশিষ্ট্য ==
"https://as.wikipedia.org/wiki/কবিতা"ৰ পৰা অনা হৈছে