অশ্বত্থামা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
5 নং শাৰী:
 
== যুদ্ধ শিক্ষা ==
অশ্বথামাৰ পিতৃ গুৰু দ্ৰোণ এজন ব্ৰাহ্মণ আছিল৷ ব্ৰাহ্মণ হ’লেও তেওঁ ক্ষত্ৰিয়ৰ দৰেই যুদ্ধ বিদ্যাত পাৰদৰ্শী আছিল৷ গুৰু দ্ৰোণে তেওঁৰ পিতৃ ভৰদ্বাজ মুনিৰ পৰা যুদ্ধ বিদ্যা শিকে৷ পিতৃৰ সেই বিদ্যাৰে গুৰু দ্ৰোণে তেওঁৰ শিষ্যবিলাকোকোশিষ্যবিলাককো শিকাইছিল৷<ref name="ashwa" />
 
== কুৰুক্ষেত্ৰ যুদ্ধ আৰু অশ্বথামা ==