ঢাকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

TextCleanerBot (আলোচনা)-ই কৰা 229092 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{Infobox settlement
|official_name = ঢাকা
|other_name = ঢাক্কা
|native_name = Dhaka
|native_lang_name = en
|nickname = মছজিদৰ চহৰ, বিশ্বৰ ৰিক্সাৰিস্কা ৰাজধানী
|settlement_type = ৰাজধানী
|motto =
|image_skyline = Dhaka Bd.jpg
|imagesize = 290px
|image_caption = শীৰ্ষৰ পৰা ঘড়ীৰ কাঁটাৰ দিশত: কাওৰান বজাৰ, মতিঝিল, মিন্টুমিণ্টু ৰ'ড, খান মহম্মদ মিৰ্ধাৰ মছজিদ, ৰোজ গাৰ্ডেন, জাতীয় সংসদ ভৱন
|map_caption = [[বাংলাদেশ|বাংলাদেশত]] ঢাকাৰ অৱস্থান
|image_flag =
|flag_size =
|image_seal =
|seal_size =
|image_shield =
|shield_size =
|image_blank_emblem =
|blank_emblem_type =
|blank_emblem_size =
|image_map = Dhaka locator map.svg
|mapsize =
|map_caption =
|image_map1 =
|mapsize1 =
|map_caption1 =
|image_dot_map =
|dot_mapsize =
|dot_map_caption =
|dot_x = |dot_y =
|pushpin_map =
|pushpin_label_position = center
|pushpin_map_caption = ঢাকাৰ অৱস্থান, বাংলাদেশ
|pushpin_mapsize =280
|coordinates_display = inline,title
|coordinates_region = বিডি-১৩
|subdivision_type = দেশ
|subdivision_name = {{Flagicon|Bangladesh}} [[বাংলাদেশ]]
|subdivision_type1 = জিলা
|subdivision_name1 = ঢাকা জিলা
<!-- Politics ----------------->
|government_footnotes =
|government_type = দ্বিখণ্ডিত চিটি কৰ্পোৰেচন
|governing_body = ঢাকা উত্তৰ চিটি কৰ্পোৰেচন <br />ঢাকা দক্ষিণ চিটি কৰ্পোৰেচন
|leader_title =মহানাগৰিক
|leader_name = আতিকুল ইছলাম (উত্তৰ)<br />চাঈদ খোকন (দক্ষিণ)
|leader_title1 =
|leader_name1 =
|leader_title2 =
|leader_name2 =
|leader_title3 =
|leader_name3 =
|leader_title4 =
|leader_name4 =
|established_title = প্ৰতিষ্ঠাকাল
|established_date = ১৬০৮ খ্ৰীষ্টাব্দ
|established_title2 = চহৰৰ মৰ্যদামৰ্যাদা প্ৰদান
|established_date2 = ১৯৪৭
|established_title3 = <!-- Incorporated (city) -->
|established_date3 =
<!-- Area --------------------->
|area_magnitude =
|unit_pref =Metric <!-- Enter: Metric, if Metric (imperial) is desired -->
|area_footnotes =
|area_total_km2 = 302.4
|area_total_sq_mi =
|area_land_km2 =
|area_water_km2 =
|area_total_sq_mi =
|area_land_sq_mi =
|area_water_sq_mi =
|area_water_percent =
|area_urban_km2 =
|area_urban_sq_mi =
|area_metro_km2 =
|area_metro_sq_mi =
|area_blank1_title =
|area_blank1_km2 =
|area_blank1_sq_mi =
|population_as_of =২০১৩|population_footnotes =<ref>{{cite web|url=http://www.forbes.com/pictures/edgl45fdlj/no-1-dhaka-bangladesh |title=No. 1: Dhaka, Bangladesh – In Photos: The World's Densest Megacities |publisher=Forbes |accessdate=22 June 2013}}</ref>
|population_total = 14399000
|population_metro = 7000940
|population_density_sq_mi = 115200
|population_density_km2 = 45000
|population_density_metro_sq_mi =
|population_urban =
|population_density_urban_km2 =
|population_density_urban_sq_mi =
|population_blank1_title =[[Demonym]]
|population_blank1_footnotes = <ref>http://www.thedailystar.net/2005/01/19/d501192501107.htm</ref>
|population_blank1 =
|population_blank2_title =শিক্ষিতৰ হাৰ
|population_blank2 =74.6
|population_density_blank1_km2 =
|population_density_blank1_sq_mi =
<!-- General information --------------->
|timezone = বাংলাদেশ মান সময়
|utc_offset = +৬
|timezone_DST =
|utc_offset_DST =
|latd=23 |latm=42 |lats=0 |latNS=N
|longd=90 |longm=22 |longs=30 |longEW=E
|elevation_footnotes = <ref name="Elevation of Dhaka">{{cite web|url=http://travel.nationalgeographic.com/places/maps/map_city_dhaka.html|title=Dhaka, Bangladesh Map|publisher=National Geographic Channel|accessdate=2009-09-06}}</ref>
|elevation_m = 4
|elevation_ft = 13.12
<!-- Area/postal codes & others -------->
|postal_code_type = পিনকোড
|postal_code = ১০০০
|area_code =
|blank_name = দেশৰ টেলিফোন কোড
|blank_info = +৮৮০
|blank1_name = আঞ্চলিক টেলিফোন কোড
|blank1_info = ০২
|website =
|footnotes =
}}
'''ঢাকা''' ({{lang-en|Dhaka}}, অতীতত Dacca ব্যৱহৃত হৈছিল<ref name=dacca>{{cite news|title=PAKISTAN: Dacca, City of the Dead|url=http://www.time.com/time/magazine/article/0,9171,876963,00.html|accessdate=15 November 2011|newspaper=Time|date=3 May 1971}}</ref>) বাংলাদেশৰ ৰাজধানী আৰু ঢাকা বিভাগৰ প্ৰধান চহৰ ।চহৰ। ঢাকা এখন মহানগৰ আৰু দক্ষিণ এছিয়াৰ অন্যতম প্ৰধান চহৰ। বুঢ়ী গংগা নদীৰ তীৰত অৱস্থিত এই চহৰ বাংলাদেশৰ বৃহত্তম চহৰ। ঢাকাৰ মহানগৰ অঞ্চলৰ জনসংখ্যা প্ৰায় ১ কোটি ৫০ লাখ।<ref name="BangladeshStatPock2008">{{Cite web|url=http://www.bbs.gov.bd/WebTestApplication/userfiles/Image/SubjectMatterDataIndex/pk_book_09.pdf|title=Statistical Pocket Book, 2008|publisher=Bangladesh Bureau of Statistics|format=PDF|accessdate=2009-08-15}}</ref> ই বিশ্বৰ নৱম বৃহত্তম<ref>2010 World Bank Country Assistance Strategy (Page 4) http://siteresources.worldbank.org/BANGLADESHEXTN/Resources/295759-1271081222839/BDCAS.pdf</ref> আৰু অত্যাধিকঅত্যধিক জনবহুল চহৰ বিলাকৰ ভিতৰত অন্যতম। ঢাকা চহৰ ''মছজিদৰ চহৰ'' নামেও পৰিচিত।<ref>{{Cite web|url=http://www.dhakacity.com.bd/ |title=everything about our city |publisher=Dhaka City |date= |accessdate=2010-05-08}}</ref> তদুপৰি ঢাকা ''বিশ্বৰ ৰিক্সাৰিস্কা ৰাজধানী'' নামেৰেও পৰিচিত। এই চহৰত সদায় প্ৰায় ৪০০,০০০ ৰ পৰা ৪৫০,০০০টা চাইকেল ৰিক্সাৰিস্কা চলাচল কৰে।<ref name="bbcnews1">{{Cite news|url=http://news.bbc.co.uk/2/hi/programmes/from_our_own_correspondent/2300179.stm|title=Dhaka's beleaguered rickshaw wallahs|last=Lawson |first=Alastair|date=2002-10-05|publisher=BBC News|accessdate=2009-09-19}}</ref> বৰ্তমান দক্ষিণ এছিয়াৰ অন্যতম প্ৰধান সংস্কৃতি, শিক্ষা আৰু বাণিজ্যকেন্দ্ৰ।<ref>World Bank (30 July 2010). [http://siteresources.worldbank.org/BANGLADESHEXTN/Resources/295759-1271081222839/BDCAS.pdf Country Assistance Strategy for the People's Republic of Bangladesh for the Period FY11-14], page 4.</ref>
সপ্তদশ শতাব্দীত পুৰণি ঢাকা মোগল সম্ৰাজ্যৰ বাংলা প্ৰদেশৰ প্ৰাদেশিক ৰাজধানী আছিল। মোগল সম্ৰাট জাহাঙ্গীৰৰ শাসন কালত এই চহৰ জাহাঙ্গীৰ নগৰ নামে পৰিচিত আছিল। অতীজৰে পৰা ঢাকা বিশ্বব্যাপী মছলিন কাপোৰ বাণিজ্যৰ এটি প্ৰধান কেন্দ্ৰ আছিল। যদিও আধুনিক ঢাকা চহৰৰ বিকাশ ঊনবিংশ শতাব্দীত ব্ৰিটিছৰ শাসন কালত ঘটে। সেই সময়ত নৱাব সকলে ঢাকা শাসন কৰিছিল। সেই সময়ত [[কলকাতা|কলকাতাৰ]] পিছতেই ঢাকা বাংলা প্ৰেচিডেন্সিৰ দ্বিতীয় বৃহত্তম নগৰী হৈ পৰে। ১৯০৫ চনৰ বংগ-ভংগৰ পিছত ঢাকা নৱগঠিত পূৰ্ববংগ আৰু [[অসম]] প্ৰদেশৰ ৰাজধানী হয়। ১৯৪৭ চনত ভাৰতৰ পৰা ঢাকা পূব পাকিস্তানৰ প্ৰশাসনিক ৰাজধানীত পৰিণত হয়। ১৯৫০-৬০ দশকত এই চহৰ বিভিন্ন সামাজিক, জাতীয়তাবাদী আৰু গণতন্ত্ৰপন্থী আন্দোলনৰ কেন্দ্ৰবিন্দু হৈ পৰে। ১৯৭১ চনত '''ঢাকা স্বাধীন বাংলাদেশ ৰাষ্ট্ৰৰ ৰাজধানী''' ঘোষিত হয়। ইতিপূৰ্বে সামৰিক বলবৎ, বাংলাদেশৰ স্বাধীনতা ঘোষণা, সামৰিক দমন, যুদ্ধ আৰু প্ৰাকৃতিক বিপৰ্যয়ৰ তাণ্ডৱলীলাৰ দৰে একাধিক অস্থিৰ ঘটনাৰ এই চহৰ সাক্ষী হয়।
 
[[বাংলাদেশ|বাংলাদেশৰ]] সংবিধানৰ ৫(ক) অনুচ্ছেদ অনুযায়ী<ref>http://bdlaws.minlaw.gov.bd/bangla_sections_detail.php?id=957&sections_id=29343</ref> ঢাকা বাংলাদেশৰ ৰাজধানী। আধুনিক ঢাকা বাংলাদেশৰ ৰাজনৈতিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক জীৱনৰ প্ৰধান কেন্দ্ৰ।<ref name="gob">{{Cite web|url=http://www.bangladesh.gov.bd/index.php?option=com_content&task=category&id=174&Itemid=27&lang=bn|title=Price Information of Essential Commodities|publisher=National Web Portal, Government of Bangladesh|format=php|accessdate=2009-02-27|language=Bangla}}</ref>
ইয়াৰ উল্লেখযোগ্য পৰ্যটনস্থলী সমূহ হল জাতীয় সংসদ ভৱন, ঢাকা বিশ্ববিদ্যালয়, মুক্তিযুদ্ধ যাদুঘৰ, বাংলাদেশ জাতীয় যাদুঘৰ , জাতীয় ছহিদ মিনাৰ, লালবাগৰ কিল্লা<ref>http://www.huffingtonpost.com/anushay-hossain/branding-bangladesh-india_b_4671353.html</ref> ইত্যাদি।
 
সাম্প্ৰতিক দশকসমূহত ঢাকাৰ পৰিবহনপৰিবহণ, যোগাযোগ ব্যৱস্থা আৰু শিক্ষা ক্ষেত্ৰত অভূতপূৰ্ব আধুনিকৰণ দেখা গৈছে। বৰ্তমানে এই চহৰ প্ৰচুৰ বিদেশী বিনিয়োগ আকৰ্ষণ কৰাৰ লগতে ব্যৱসায় ব্যবসায়-বাণিজ্যৰ পৰিধি ভাঙি পৰিবহণত সক্ষম হৈছে। গোটেই দেশৰ পৰা অনেক মানুহ জীৱিকাৰ সন্ধানত ঢাকালৈ আহে ।আহে। এইবোৰ কাৰণৰ বাবেই ঢাকা বিশ্বৰ দ্ৰুততম ক্ৰমবৰ্ধমান নগৰী হৈ পৰিছে। এই লক্ষ্য বাস্তৱয়ানত [[মালয়েছিয়া]], [[জাপান]], [[চীন]]সহ বিভিন্ন দেশ আৰ্থিক সহযোগীতাসহযোগিতা আৰু বিনিয়োগ কৰিছে।<ref>http://www.worldbank.org.bd/WBSITE/EXTERNAL/COUNTRIES/SOUTHASIAEXT/BANGLADESHEXTN/0,,contentMDK:21384826~pagePK:141137~piPK:141127~theSitePK:295760,00.html</ref><ref>{{Cite news| url=http://news.bbc.co.uk/1/hi/world/south_asia/10542218.stm | work=BBC News | title=Danger in Dhaka, the fastest-growing city | date=2010-07-07}}</ref>
 
== নামাকৰণৰনামকৰণৰ ইতিহাস ==
[[File:Entrance of Armenian Church in Old Dhaka.JPG|thumb|left|পুৰণি ঢাকাৰ আৰ্মেনিয়ান গীৰ্জাৰ প্ৰৱেশপথ]]
ঢাকাৰ নামাকৰণৰনামকৰণৰ সঠিক ইতিহাস লৈ ব্যাপক মতভেদ আছে। কথিত আছে যে, সেন বংশৰ ৰজা বল্লাল সেন বুঢ়ী গংগা নদীৰ তীৰৱৰ্তী অঞ্চলত ভ্ৰমণ কৰি থাকোঁতে সন্নিহিত হাবিত দেৱী দুৰ্গাৰ এটি বিগ্ৰহ পায়। দেৱী দুৰ্গাৰ প্ৰতি শ্ৰদ্ধা স্বৰূপ ৰজা বল্লাল সেনে সেই অঞ্চলত এটা মন্দিৰ প্ৰতিষ্ঠা কৰে। যিহেতু দেৱীৰ বিগ্ৰহ ''ঢাকা'' বা গুপ্ত অৱস্থাত বিচাৰি পোৱা গৈছিল সেয়ে ৰজায়ে এই মন্দিৰৰ নাম ঢাকেশ্বৰী মন্দিৰ ৰাখে। এই মন্দিৰৰ নামৰ পৰায়ে কালক্ৰমত ঠাইখনৰ নাম ঢাকা হৈ পৰে।
আকৌ অনেক ঐতিহাসিকৰ মতে, মোগল সম্ৰাট জাহাঙ্গীৰ যেতিয়া ঢাকাক চুবা বাংলাৰ ৰাজধানী হিচাপে ঘোষণা কৰে; তেতিয়া চুবেদাৰ ইছলাম খান আনন্দৰ বহিঃ প্ৰকাশ ৰূপে গোটেই চহৰত 'ঢাক' বজোৱাৰ নিৰ্দেশ দিয়ে। এই ঢাক বজোৱাৰ কাহিনী মুখে মুখে চলি কিংবদন্তিৰ ৰূপ লয় আৰু তাৰ পৰায়ে চহৰ খনৰ নাম ঢাকা হয়। উল্লেখযোগ্য যে, মোগল সম্ৰাজ্যৰ কিছু সময় ঢাকা সম্ৰাট জাহাঙ্গীৰৰ প্ৰতি সন্মান জনাই জাহাঙ্গীৰ নগৰ নামে পৰিচিত আছিল।
ঢাকা নগৰীক বৰ্তমান দুইভাগত বিভক্ত কৰা হৈছে- ঢাকা দক্ষিণ আৰু ঢাকা উত্তৰ। ঢাকা দক্ষিণ মূলতঃ মূল নগৰী। ঢাকা উত্তৰ ঢাকাৰ নবীন বৰ্ধিত উপচহৰ সমূহৰে গঠিত।
== ভূগোল ==
[[File:National Assembly of Bangladesh (10).jpg|thumb|[[জাতীয় সংসদ ভৱন]]। ]]
ঢাকা মধ্য [[বাংলাদেশ]]ত বুঢ়ী গংগা নদীৰ পাৰত ২৩°৪২' ৰ পৰা ২৩°৫৪' উত্তৰ [[অক্ষাংশ]] আৰু ৯০°২০' ৰ পৰা ৯০°২৮' পূব [[দ্ৰাঘিমাংশ]] পৰ্যন্ত বিস্তৃত। নিম্ন গংগা-ব্ৰহ্মপুত্ৰ সমভূমিত অৱস্থিত এই চহৰৰ মুঠ আয়তন {{convert|300|km2|sqmi|lk=out}}।<ref name="Bangladesh2001Mun">{{cite web|url=http://www.bbs.gov.bd/dataindex/census/municip.pdf|publisher=Bangladesh Bureau of Statistics|title=Area, Population and Literacy Rate by Paurashava|year=2001|format=PDF|accessdate=2008-09-29 |archiveurl = http://web.archive.org/web/20080625052740/http://www.bbs.gov.bd/dataindex/census/municip.pdf |archivedate = 2008-06-25}}</ref> ঢাকাত মুঠতে ৫০ টা৫০টা থানা, ১৩০টা ৱাৰ্ড আৰু ৭২৫টা মোহল্লাত বিভক্ত। ঢাকা জিলাৰ আয়তন ১৪৬৩.৬০ বৰ্গ কিলোমিটাৰ (৫৬৫ বৰ্গমাইল)। এই জিলা গাজীপুৰ জিলা, টাংগাইল জিলা, ,মুন্সিগঞ্জ জিলা, ৰাজবাড়ী জিলা, নাৰাায়ণগঞ্জ জিলা আৰু মাণিকগঞ্জ জিলাৰ দ্বাৰা বেষ্টিত।<ref name="Dhaka">{{cite web
|author=Banglapedia
|date=2006-09-27
140 নং শাৰী:
 
== জলবায়ু ==
ঢাকাৰ জলবায়ু প্ৰধানত উষ্ণ আৰু আৰ্দ্ৰ গ্ৰীষ্মমণ্ডলীয়। কোপেন জলবায়ু শ্ৰেণীবিভাগৰ মতে, ঢাকাৰ জলবায়ু ক্ৰান্তীয় সমভাবাপন্ন। ইয়াত বাৰ্ষিক গড় তাপমাত্ৰা ২৭.৫ ডিগ্ৰী চেলচিয়াছ (৮১.৫ ডিগ্ৰী ফাৰেনহাইট) আৰু জানুৱাৰীৰ পৰা এপ্ৰিল মাহৰ মাজত তাপমাত্ৰা ১৯.৫ ৰ পৰা ৩২ ডিগ্ৰী চেলচিয়াছৰ (৬৭ৰ পৰা ৯০ ডিগ্ৰী ফাৰেনহাইট) মাজত থাকে।<ref name=weather1>{{cite web|url=http://www.weatherbase.com/weather/weather.php3?s=032914&refer=/ | title=Weatherbase: Historical Weather for Dhaka, Bangladesh|accessdate=2008-12-15|publisher=weatherbase.com}}</ref> মে'ৰ পৰা অক্টোবৰ মাহৰ মাজত গড়ে প্ৰায় ২১২১ মিলিমিটাৰ(৮৩.৫ ইঞ্চি) বৃষ্টিপাত হয় থাকে।<ref name=weather1/> <ref>{{Cite news
|last=মন্ডলমণ্ডল
|first=মোঃ আব্দুল লতিফ
|date=২০০৬-০৯-২৭
|url=http://www.thedailystar.net/suppliments/2006/15thanniv/ourcities/ourcities28.htm
|title=Our Cities: 15th Anniversary Special
|publisher=দ্য ডেইলি স্টাৰষ্টাৰ
|accessdate=২০০৬-০৯-২৭
|language=ইংৰেজি
276 নং শাৰী:
|year sun = 2066
|source 1 = ৱেদাৰবেজ (৩০ বছৰ সময়)<ref name = weatherbase>{{cite web|url = http://www.weatherbase.com/weather/weatherall.php3?s=32914&units=|title = Weatherbase: Historical Weather for Dhaka, Bangladesh|publisher = Weatherbase|accessdate = ২৩ ফেব্ৰুৱাৰী ২০১৩}}</ref>
|source 2 = চিষ্টেমা দে ক্লাছিফিকেছন বিয়ক্লামাতিকা মন্দিয়াল (চৰম),<ref name=extremes>{{cite web
| url = http://www.globalbioclimatics.org/station/ba-dacca.htm|title = Bangladesh – Dacca|publisher = Centro de Investigaciones Fitosociológicas|language = স্পেনীয়|accessdate = ২৩ ফেব্ৰুৱাৰী ২০১৩}}</ref> বিবিচি ৱেদাৰ (আৰ্দ্ৰতা আৰু সূৰ্য )<ref name=BBCWeather>{{cite web
| url = http://www.bbc.co.uk/weather/1185241|title = Average Conditions – Bangladesh – Dhaka|publisher = বিবিচি|accessdate = ২৩ ফেব্ৰুৱাৰী ২০১৩|language=ইংৰাজী}}</ref>
|date=নৱেম্বৰ ২০১২
}}
== তথ্যসূত্ৰ ==
== তথ্যসূত্র ==
{{reflist}}
== বাহ্যিক সংযোগ ==
* [http://www.dhaka.gov.bd/ ঢাকা জেলাৰ চৰকারি চৰকাৰি ৱেৰছাইট] জেলা তথ্য বাতায়ন। বাতায়ন।
 
[[শ্ৰেণী:নগৰ-মহানগৰ]]
"https://as.wikipedia.org/wiki/ঢাকা"ৰ পৰা অনা হৈছে