তামোল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
13 নং শাৰী:
}}
 
'''তামোল''' ({{lang-en|Areca catechu}}) গোত্ৰ - Arecaceae ৷Arecaceae। তামোল এবিধ ফল যদিও ইয়াক ফল হিচাপে ব্যৱহাৰ কৰা নাযায়৷নাযায়। তামোল এবিধ Masticatory অৰ্থাৎ চোবাই খোৱা ফলহে৷ফলহে। তামোল সাধাৰণতে ব্যৱহাৰ কৰা অন্যান্য ফলৰ দৰে সকলোৰে প্ৰিয় নহয় যদিও [[অসম]]ৰ জনমানসৰ লগতে বিভিন্ন ধৰ্মীয় পূজা-পাতল,উৎসৱ-পাৰ্বন,বিয়া-সবাহ আদিত এইবিধ ফলৰ এৰাব নোৱাৰা সম্পৰ্ক আছে৷আছে। বিভিন্ন সকাম আদিত গুৱা-পাণ নহ'লেই নহয়৷নহয়। গুৱা মানে তামোল৷তামোল। অসমীয়া সমাজত বয়োজেষ্ঠজনক এটি গুৱা-পাণ আগবঢ়াই আশীৰ্বাদ গ্ৰহণ কৰাৰ পৰম্পৰা আছে৷আছে। [[অসম]]ৰ গাঁওবোৰত প্ৰত্যেক ঘৰ মানুহৰ বাৰীখন তামোল গছৰ দ্বাৰা শুৱনি হৈ থাকে৷ থাকে। <ref name="গ্ৰন্থ ১" <ref>{{cite journal | title= (ফল-মূলৰ বতৰা) তামোল |author= | journal= (অকণিহঁতৰ বিজ্ঞান আলোচনী) নতুন আৱিষ্কাৰ | year= ২০১৩| month= ডিছেম্বৰ | volume= ২৬শ বছৰ | issue= দ্বাদশ সংখ্যা| pages= পৃষ্ঠা ২৮-২৯}}</ref>
 
==উৎপত্তিস্থল==
[[Image:Areca catechu - Köhler–s Medizinal-Pflanzen-014.jpg|thumb|left|19th century drawing of ''Areca catechu'']]
[[ভাৰতবৰ্ষ]],[[মালয়েচিয়া]],[[শ্ৰীলংকা]],[[ম্যানমাৰ]],[[মাদাগাস্কাৰ]],[[ফিলিপাইনছ]] আদি দেশত তামোল গছ পোৱা যায়৷যায়। [[ভাৰতবৰ্ষ]]ত তামোল প্ৰধানকৈ [[অসম]] আৰু [[পশ্চিমবংগ]]ত যথেষ্ট পৰিমাণত উৎপাদন হয়৷হয়। <ref name="গ্ৰন্থ ১" />
 
==বিৱৰণ==
সাধাৰণতে সেমেকা ক্ৰান্তীয় [[জলবায়ু]] অঞ্চলত তামোল গছৰ শ্ৰীবৃদ্ধি ভাল হয়৷হয়। নিৰ্বাচিত মাতৃগছৰ পকা তামোলৰ পৰা তামোলৰ পুলি উৎপন্ন কৰা হয়৷হয়। দুবছৰীয়া পুলিবিলাক ৮ ফুটৰ অন্তৰত [[পানী]] জমা নোহোৱা অঞ্চলত ৰোপনৰোপণ কৰা হয়৷হয়। এজোপা তামোল গছত ইয়াৰ ৫-৬ বছৰমানৰ পৰা তামোল ডবিয়াবলৈ আৰম্ভ কৰে৷কৰে। তামোল ফুলাক ডবিয়া বুলি কয়৷কয়। এজোপা পৈণত তামোল গছৰ পকা পাত ডিচেম্বৰ মাহ মানৰ পৰা তিনি সপ্তাহৰ অন্তৰত সৰিবলৈ ধৰে৷ধৰে। এইদৰে সৰিবলৈ ধৰা ৪-৫ খিলা৫খিলা পাতৰ গুৰিৰ অংশৰ পৰা পুষ্পবিন্যাস (তামোল ধাৰণ কৰা থোক) বিলাক ওলায়৷ওলায়। এবছৰত এজোপা তামোল গছত ৫ থোক পৰ্যন্ত তামোল লাগিব পাৰে যদিও গড় হিচাপত ২-৩ থোকহে তামোল লাগি থকা পৰিলক্ষিত হয়৷হয়। তামোলবিলাক পকিবলৈ ৭ মাহমান লাগে৷লাগে। এজোপা তামোল গছত ২০০-২৫০ টা২৫০টা পৰ্যন্ত তামোল লাগে৷লাগে। তামোল গছ একোজোপা ৪০-৬০ ফুট পৰ্যন্ত ওখ হয়৷হয়। গছজোপাৰ একেবাৰে শীৰ্ষভাগত যৌগিক পক্ষালবিলাক এটা মুকুতৰ দৰে সজ্জিত হৈ থাকে৷থাকে। প্ৰতিখিলা পাত ৪-৬ ফুট দীঘল হয়৷হয়। পাতৰ ঠাৰি অংশক তামোলৰ ঢকোৱা বুলি কয়৷কয়। <ref name="গ্ৰন্থ ১" />
 
==প্ৰজনন প্ৰক্ৰিয়া==
তামোলৰ পুষ্পবিন্যাস Spadix প্ৰকাৰৰ আৰু যথেষ্ট শাখা-প্ৰশাখাযুক্ত৷প্ৰশাখাযুক্ত। গোটেই পুষ্পবিন্যাসটো প্ৰাৰম্ভণিতে এখন ঢাকনিৰে (Spath) আবৃত্ত হৈ থাকে যদিও পাছলৈ এই ঢাকনিখন সৰি পৰে আৰু ভিতৰত থকা একলিংগী [[ফুল]]ৰ শাখা-প্ৰশাখাবিলাক ওলাই পৰে৷পৰে। তামোলৰ পুষ্পবিন্যাসটোক তামোলৰ থোক বুলি জনা যায়৷যায়। এথোক তামোলৰ পুষ্পবিন্যাসত বহুতো সৰু সৰু পুংপুষ্প ধাৰণ কৰাৰ বিপৰীতে নগণ্য সংখ্যক ডাঙৰ স্ত্ৰীপুষ্প থাকে৷থাকে। প্ৰতিটো স্ত্ৰীপুষ্প বিকশিত হৈ একোটা তামোললৈ ৰূপান্তৰিত হয়৷হয়। তামোল ফল সাধাৰণতে ডিম্বাকৃতিৰ হয়৷হয়। দীঘলে ৫-৭ চেণ্টিমিটাৰ আৰু পুতলে ৪-৫ চেণ্টিমিটাৰ মান হ'ব৷ব। কেঁচা তামোল সেউজীয়া ,পকিলে উজ্জলউজ্জ্বল কমলা বৰণ লয়৷লয়। তামোল এবিধ Nut জাতীয় ফল৷ফল। ইয়াৰ বহি:স্তক তন্তুময় আৰু ভিতৰৰ গুটিটো তামোল হিচাপে ব্যৱহাৰ হয়৷হয়। তামোলৰ ভিতৰত ৰঙচুৱা-মূগা বৰণৰ কিছুমান ৰেখা থাকে৷থাকে। <ref name="গ্ৰন্থ ১" />
 
==উপাদান==
43 নং শাৰী:
| ফছফৰাছ || ০.১৩%
|-
|আইৰন || ১.৫ মিলিগ্ৰাম (প্ৰতি ১০০ গ্ৰামত)
|}
তামোলত থকা Arecoline নামৰ ৰাসায়নিক পদাৰ্থবিধ মানৱ শৰীৰৰ বাবে হানিকাৰক৷হানিকাৰক। তামোলৰ পেলুনাশক গুণ আছে৷আছে।<ref name="গ্ৰন্থ ১" />
==ব্যৱহাৰ==
{{main|অসমৰ তামোল-পাণ সংস্কৃতি}}
[[অসম]]ত তামোল ইয়াৰ কুমলীয়া অৱস্থাৰ পৰা পকালৈকে ব্যৱহাৰ কৰে৷কৰে। [[মাটি]]ত গাঁত খান্দি থোৱা তামোলক বুঢ়া তামোল বোলে৷বোলে। কিছুমানে পকা তামোল বুঢ়া কৰিবলৈ [[মাটি]]ৰ কলহ বা তেনে ধৰণৰ পাত্ৰত [[পানী]]ত দুমাহমান গোৰাই থয়৷থয়। [[পশ্চিমবংগ]]ত সাধাৰণতে চুপাৰি তামোলহে ব্যৱহাৰ কৰে৷কৰে। কুমলীয়া তামোলৰ কেঁহা ভাৱটো পকা তামোলত প্ৰায় নাথাকে৷নাথাকে। তামোলৰ কেঁহাৰ সোৱাদ টেনিন জাতীয় এবিধ ৰাসায়নিক পদাৰ্থ থকাৰ কাৰণে পোৱা যায়৷যায়। চুপাৰি তামোল পকা তামোল দুফাল কৰি বা গোটে গোটে ৰ'দত শুকুৱাই প্ৰস্তুত কৰা হয়৷হয়। বিভিন্ন ধৰণৰ জৰ্দা [[পাণ]],মিঠা [[পাণ]] আদি চুপাৰিৰ অবিহনে পূৰ্ণতা পাব নোৱাৰে৷নোৱাৰে। তামোল গছ কেঁচা ঘৰ সজা আদি কামত খুঁটাৰূপে ব্যৱহাৰ কৰাৰ লগতে পুখুৰীৰৰ পৰা [[পানী]] আনিবলৈ সজা বাঁহৰ দলংখনত খুঁটা হিচাপে ব্যৱহাৰ কৰে৷কৰে। তামোলৰ ঢকুৱাৰপৰা [[বিচনী]] সাজি গৰমৰ দিনত বতাহ লয়৷লয়।<ref name="গ্ৰন্থ ১" />
 
== চিত্ৰৰ ভঁৰাল ==
"https://as.wikipedia.org/wiki/তামোল"ৰ পৰা অনা হৈছে