পাচন তন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
SlowPhoton (আলোচনা | বৰঙণি) added Category:পাচন তন্ত্ৰ using HotCat |
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল |
||
1 নং শাৰী:
{{science stub}}
{{Infobox anatomy
| Name
| Latin
| Image
| Caption
}}
'''পাচন তন্ত্ৰ''' ({{lang-en|Digestive system}}) হৈছে মানুহ আৰু আন উচ্চস্তৰৰ প্ৰাণীসমূহৰ [[পাচন|পাচন প্ৰক্ৰিয়া]] সমাধা কৰা এক [[অংগ তন্ত্ৰ]]। মানুহৰ পাচন তন্ত্ৰ এডাল খাদ্যনলী আৰু কিছুমান পাচক গ্ৰন্থিৰে গঠিত। খাদ্যনলী হ'ল মুখৰপৰা আৰম্ভ কৰি পায়ু পৰ্যন্ত পাকখোৱা ন মিটাৰ মান দৈৰ্ঘ্যৰ এডাল দীঘল নলী।<ref name=KongSingh2008>{{cite journal |author=Kong F, Singh RP |title=Disintegration of solid foods in human stomach |journal=J. Food Sci. |volume=73 |issue=5 |pages=R67–80 |date=June 2008 |pmid=18577009 |doi=10.1111/j.1750-3841.2008.00766.x |url=}}</ref> বিভিন্ন কাৰ্য সমাধা কৰাৰ বাবে নলীডাল বিভিন্ন অংশত বিভক্ত:-[[মুখ]], মুখগহ্বৰ, টেটু (ডিঙি), গ্ৰাসনলী, [[পাকস্থলী]], অন্ত্ৰ আদি। অন্ত্ৰ দুটা পুনৰ দুটা ভাগত বিভক্ত - ''ক্ষুদ্ৰান্ত'' আৰু ''বৃহদান্ত্ৰ''। ক্ষুদ্ৰান্ত ডুৱেডেনাম, মধ্যান্ত্ৰ বা জেজুনাম আৰু ইলিয়ামেৰে গঠিত। বৃহদান্ত্ৰ ক'লন (colon) আৰু মলভাণ্ডাৰে গঠিত। মানুহৰ পাচন তন্ত্ৰত পাঁচ প্ৰকাৰৰ পাচন গ্ৰন্থি থাকে - লালটি গ্ৰন্থি, [[যকৃৎ]], অগ্নাশয়, পাকস্থলী গ্ৰন্থি আৰু আন্ত্ৰিক গ্ৰন্থি। এই গ্ৰন্থিবোৰৰপৰা নিঃসৰিত পাচক ৰসে খাদ্যৰ পাচন কাৰ্যত সহায় কৰে।
== মানুহৰ পাচন==
[[মানুহৰ পাচন তন্ত্ৰ]]ত, খাদ্য মুখত প্ৰৱেশ কৰে আৰু [[গুড়াকৰণ]]ৰ (চব্যন, এক প্ৰকাৰৰ mechanical পাচন) দ্বাৰা পাচন আৰম্ভ হয়, লালটিয়ে খাদ্যবোৰ তিয়াই পেলায়। লালটি হৈছে [[লালটি
কিছুসময়ৰ পাছত (যেনে, মানুহৰ ১–২ ঘণ্টা, ঘৰুৱা কুকুৰৰ ৪–৬ ঘণ্টা, ঘৰুৱা মেকুৰীৰ ৩–৪ ঘণ্টা), গাঢ় জুলীয়া খাদ্য বোৰ [[ডুঅ'ডেনাম]]ত প্ৰৱেশ কৰে। ইয়াত এই অৰ্ধ পাচন হোৱা খাদ্য খিনিত [[অগ্নাশয়]]ৰ পৰা পাচক [[উৎসেচক]] আৰু [[যকৃত]]ৰ পৰা [[পিত্ত ৰস]] আহি মিহলি হয় আৰু [[ক্ষুদ্ৰান্ত্ৰ]]ৰ মাজেৰে আগবাঢ়ি যায়, পাচন কাৰ্য চলি থাকে। সম্পূৰ্ণ পাচন হোৱাৰ পাচত ই তেজলৈ শোষিত হয়। ক্ষুদ্ৰান্ত্ৰত ৯৫% শোষণ সম্পন্ন হয়। [[বৃহদান্ত্ৰ]]ত (ক'লন) তেজলৈ পানী আৰু খনিজ
==তথ্য সংগ্ৰহ==
{{Reflist}}
[[শ্ৰেণী:
[[শ্ৰেণী:অংগ তন্ত্ৰ]]
[[শ্ৰেণী:পাচন তন্ত্ৰ|*]]
|