বৰ্গ (জীৱবিদ্যা): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

better image
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
 
1 নং শাৰী:
[[File:Biological classification L Pengo vflip-as.svg|thumb|জীৱজগতৰ বৰ্গীকৰণ তালিকা, [[শ্ৰেণী (জীৱবিদ্যা)|শ্ৰেণী]]ৰ পাছতেই '''বৰ্গক''' ৰখা হৈছেহৈছে। ]]
'''বৰ্গ''' (<small>[[ইংৰাজী]]: order, অৰ্ডৰ; লেটিন: ordo, অৰ্ড'</small>) [[জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন]] ত জীৱৰ বৰ্গীকৰণৰ এটা প্ৰধান গোট ।গোট। জীৱৰ বৰ্গীকৰণত ক্ৰমে [[অধিজগৎ (জীৱ বিজ্ঞান)|অধিজগৎ]], [[জগৎ (জীৱবিজ্ঞান)|জগৎ]], [[পৰ্ব (জীৱবিদ্যা)|পৰ্ব]] আৰু [[শ্ৰেণী (জীৱবিদ্যা)|শ্ৰেণী]]ৰ পাছতেই '''বৰ্গক''' ৰখা হৈছে ।হৈছে। এটা '''বৰ্গক''' কেইবাটাও সৰু সৰু [[পৰিয়াল (জীৱবিদ্যা)|পৰিয়াল]]ত ভাগ কৰা হৈছে ।হৈছে। ইয়াৰ ওপৰিওউপৰিও [[শ্ৰেণী (জীৱবিদ্যা)|শ্ৰেণী]] আৰু '''বৰ্গ''', '''বৰ্গ''' আৰু [[পৰিয়াল (জীৱবিদ্যা)|পৰিয়াল]] বা যিকোনো দুটা ক্ৰমিক গোটৰ মাজত বহুটো '''উপগোট''' নাইবা '''অধিগোট''' আদি থাকে ।থাকে।<ref name="ref77buhaj">[http://books.google.com/books?id=M8nt10bkovIC&pg=PA68 The Evolution and Extinction of the Dinosaurs], David E. Fastovsky, David B. Weishampel, pp. 68, Cambridge University Press, 2005, ISBN 978-0-521-81172-9, ''... Biological classification ... The categories that he established - now a memorized mantra - are (in order of decreasing size), kingdom, phylum, class, order family, genus, species ...''</ref>
 
==ইতিহাস==
জাৰ্মান উদ্ভিদবিদ '''আগাষ্টাছ কুইকিনাছ ৰিভিনাছে''' ১৬৯০ চনত, তেওঁৰ ধাৰাবাহিক ভাৱে প্ৰকাশিত এটি প্ৰৱন্ধতপ্ৰবন্ধত '''বৰ্গ''' যে এটা সুনিৰ্দিষ্ট নামৰে সৈতে এটা বিশিষ্ট বৰ্গীয় স্থান সেইটো প্ৰথমবাৰৰ বাবে উল্লেখ কৰিছিল ।কৰিছিল। '''কেৰলাছ লিনিয়াছে''' তেওঁৰ ''ছিষ্টেমা নেচাৰিয়া''ত (১৭৩৫, প্ৰথম সংস্কৰণ) বৰ্ণিত তেওঁৰ ৰাজ্য সমূহৰ ([[প্ৰাণী |এনিমেল]], ভেজিটেবিল আৰু লেপিডিয়াম) বিভাজনত, ইয়াক প্ৰথম পদ্ধতিগত ভাৱে ব্যৱহাৰ কৰিছিলকৰিছিল।
==তথ্য সংগ্ৰহ==
{{Reflist}}