ভেঁকুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
38 নং শাৰী:
 
}}
'''ভেঁকুৰ''' ({{lang-en|'''Fungus'''}}) ক বহুবচনত fungi বোলে৷বোলে। 'fungi' শব্দটো লেটিন শব্দ,ইয়াৰ অৰ্থ হ'ল "বেংছতা"(mushroom) [[বিজ্ঞান]]ৰ যি শাখাত ভেঁকুৰ সম্বন্ধে চৰ্চা আৰু গৱেষণা কৰা হয় তাক মাইক'ল'জি (mycology) বোলে৷বোলে। এই শাখাৰ বিশেষজ্ঞজনক মাইক'ল'জিষ্ট (mycologist) বোলে৷বোলে। মাইক'ল'জিৰ প্ৰতিষ্ঠাপক হ'ল -[[ইটালি]]ৰ [[উদ্ভিদ বিজ্ঞানী]] '''পিয়েৰ এণ্টনিঅ' মাইকেলি'''(১৭২৯ চনত) ভেঁকুৰ হ'ল [[উদ্ভিদজগত]]ৰ অন্তৰ্গত ক্লৰ'ফিলবিহীন আৰু প্ৰকৃত [[কোষকেন্দ্ৰ]]যুক্ত সৰল প্ৰকৃতিৰ [[জীৱ]] ভেঁকুৰৰ দেহটো উচ্চশ্ৰেণীৰ [[উদ্ভিদ]]ৰ দৰে [[কাণ্ড]],[[পাত]] আৰু মূলত বিভক্ত নহয়৷নহয়। ইহঁতৰ দেহটোক সমকায় (thallus) বোলে৷বোলে। <ref name=" গ্ৰন্থ ১"> উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনাকৰুণা কান্ত দাস আৰু ড°ড॰ অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷চক্ৰবৰ্ত্তী। প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম, পৃষ্ঠা নং : ৩০১৩০১। </ref>
 
 
47 নং শাৰী:
==বাসস্থান==
 
ভেঁকুৰ [[পৃথিৱী]]ৰ সকলো ঠাইতে সকলো পৰিবেশত পোৱা যায়,অৰ্থাৎ ভেঁকুৰ সৰ্বব্যাপী (ubiquitous) [[জল]],[[স্থল]],[[বায়ু]] আৰু [[পোহৰ]]ৰ উপস্থিতি বা অনুপস্থিতিত ভেঁকুৰে বসবাস কৰিব পাৰে৷পাৰে। ই যেনেকৈ নিম্ন উষ্ণতা (০°C তকৈ কম) ত বাচি থাকিব পাৰে,ঠিক তেনেকৈ [[মৰুভূমি]]ৰ গৰম পৰিবেশতো জন্মা দেখা যায়৷যায়। বেছিভাগ ভেঁকুৰে গেলা-পচা [[ফল]],তৰকাৰী,[[ৰুটী]],শুকান [[কাঠ]],গলিত আৰু মৃত [[জীৱ-জন্তু]] আদিত জন্মে৷জন্মে। কিছুমান জাম-জেলী,[[জোতা]],[[পোছাক]] আদিত গজা দেখা যায়৷যায়। আনকি কিছুমান ভেঁকুৰে [[মানুহ]] তথা ঘৰচীয়া [[জীৱ-জন্তু]]ৰ ছাল,নোম,নখ,[[চকু]] আদিত বসবাস কৰে৷কৰে।<ref name="গ্ৰন্থ ১" />
 
==ভেঁকুৰৰ পুষ্টি==
 
ভেঁকুৰৰ দেহত ক্ল'ৰ ফিল নথকা বাবে ইহঁতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে,অৰ্থাৎ ইহঁত পৰপুষ্ট (heterotrophic) ভেঁকুৰ সাধাৰণতে পৰজীৱী বা মৃতজীৱী হয়৷হয়। কিছুমানে আকৌ আন [[উদ্ভিদ]]ৰ সৈতে সহজীৱী (symbiont) ৰূপে বাস কৰে৷কৰে। পৰজীৱী ভেঁকুৰে জীৱীত পোষকদেহৰ পৰা খাদ্য আহৰণ কৰে৷কৰে। এইবিলাক ভেঁকুৰ দুই প্ৰকাৰৰ-
 
*বহি:পৰজীৱী (ectoparasite) : যিবোৰ পৰজীৱী ভেঁকুৰে পোষকদেহৰ বাহিৰত বাস কৰে৷কৰে।
*অন্ত:পৰজীৱী (endoparasite) : যিবোৰ পৰজীৱী ভেঁকুৰে পোষকদেহৰ ভিতৰত বাস কৰে৷কৰে।<ref name="গ্ৰন্থ ১" />
 
 
60 নং শাৰী:
[[File:Fungus in a Wood.JPG|thumb|[[Bracket fungus|Bracket fungi]] on dead log]]
 
ভেঁকুৰৰ দেহটো [[এককোষী]] (যেনে-ইষ্ট ) বা [[বহুকোষী]] (যেনে-মিউকৰ) সূত্ৰাকাৰ হয়৷হয়। এই [[বহুকোষী]] ভেঁকুৰবিলাকৰ দেহটো কিছুমান সূত্ৰৰ দ্বাৰা গঠিত৷গঠিত। দেহ গঠনকাৰী সূত্ৰবিলাকৰ প্ৰতিডালক অনুসূত্ৰ বা হাইফা (hypha,বহুবচনত hyphae) বোলে৷বোলে। অনুসূত্ৰবোৰ শাখা-প্ৰশাখাযুক্ত আৰু পৰস্পৰ মিহলি হৈ থাকে৷থাকে। পৰস্পৰ মিহলি হৈ থকা অনুসূত্ৰৰ সমষ্টিটোক সূত্ৰপুঞ্জ (mycelium) বোলে৷বোলে। অনুসূত্ৰবোৰ [[অণুবীক্ষণ যন্ত্ৰ]]ত লক্ষ্য কৰিলে নলাকাৰ দেখায়৷দেখুৱায়। এই নলাকাৰ অনুসূত্ৰৰ মাজে মাজে কিছুমান প্ৰস্থবেৰ দেখা যায়৷যায়। প্ৰস্থবেৰ থকা এই অনুসূত্ৰবোৰক প্ৰস্থবেৰবিশিষ্ট অনুসূত্ৰ (septate hyphae) বোলে৷বোলে। আনহাতে,কিছুমান ভেঁকুৰত নলাকাৰ অনুসূত্ৰবোৰত কোনো প্ৰস্থবেৰ নাথাকে,এনেধৰণৰ অনুসূত্ৰবোৰক প্ৰস্থবেৰহীন অনুসূত্ৰ (aseptate hyphae) বোলে৷বোলে। প্ৰস্থবেৰহীন অনুসূত্ৰবোৰক আকৌ চিন'চাইট (coenocyte) বোলে৷বোলে। প্ৰস্থবেৰবিশিষ্ট অনুসূত্ৰৰ প্ৰস্থবেৰখন ৰন্ধ্ৰযুক্ত বা ৰন্ধ্ৰহীন হ'ব পাৰে৷পাৰে। যিবিলাক অনুসূত্ৰৰ প্ৰস্থবেৰখন ৰন্ধ্ৰযুক্ত,সেইবিলাক অনুসূত্ৰৰ [[কোষ]]ৰ [[কোষকেন্দ্ৰ]],চাইট'লাজম আৰু অন্যান্য [[পদাৰ্থ]] এটা [[কোষ]]ৰ পৰা আনটো [[কোষ]]লৈ ৰন্ধ্ৰৰ মাজেৰে স্থানান্তৰ হয়৷হয়।<ref name="গ্ৰন্থ ১" />
 
 
84 নং শাৰী:
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
 
"https://as.wikipedia.org/wiki/ভেঁকুৰ"ৰ পৰা অনা হৈছে