যন্তৰ মন্তৰ (জয়পুৰ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

infobox image adjustment
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{coord|26.92472|N|75.82444|E|region:IN-DL_type:landmark_scale:50|display=title}}
{{Infobox World Heritage Site
|WHS = যন্তৰ মন্তৰ (জয়পুৰ)
|Image = [[File:Jantar Mantar at Jaipur.jpg|250px]]
|imagecaption= জয়পুৰৰ যন্তৰ মন্তৰ
|State Party = [[ভাৰত]]
|Type = সাংস্কৃতিক
|Criteria = iii, iv
|ID = ১৩৩৮
|Region = [[List of World Heritage Sites in Asia|দক্ষিণ এছিয়া]]
|Year = ২০১০
|Session = ৩৪ তম
|Link = http://whc.unesco.org/en/list/1338/
}}
 
[[জয়পুৰ]]ৰ যন্তৰ মন্তৰ ({{lang-en|Jantar Mantar}}) কেইবাটাও [[জ্যোতিৰ্বিজ্ঞান]] যন্ত্ৰ স্থাপত্যৰ সমষ্টি। ১৭২৭ চনৰ পৰা ১৭৩৪ চনৰ মধ্যবৰ্তী সময়ত মহাৰাজামহাৰাজ দ্বিতীয় জয়সিংহই জয়পুৰত যন্তৰ মন্তৰ নিৰ্মাণ কৰে ।কৰে। তেওঁ এই ধৰণৰ পাঁচটা স্থাপত্য, পাঁচটা ভিন্ন ভিন্ন স্থানত নিৰ্মাণ কৰিছিল। তাৰ মাজৰ দুটা [[দিল্লী]] আৰু [[জয়পুৰ]]ত অৱস্থিত। জয়পুৰ মানমন্দিৰটো আছিল বৃহত্তম আৰু ইয়াত তেওঁ ২০টি স্থায়ী যন্ত্ৰ স্থাপন কৰিছিল। [[মোগল সাম্ৰাজ্য]]ৰ শেষ পৰ্বত এক জ্ঞানী সামান্তৰাজৰ ৰাজদৰবাৰৰ জ্যোতিৰ্বিজ্ঞান দক্ষতা আৰু বিশ্বচেতনাৰ অভিপ্ৰকাশ ৰূপে ই [[ইউনেস্কো]] বিশ্ব ঐতিহ্য তালিকাত সাংস্কৃতিক সম্পত্তি ৰূপে অন্তৰ্ভুক্ত হয়।<ref name=Jantar>{{Cite web|url=http://whc.unesco.org/en/list/1338|title=Jantar Mantar, Jaipur|accessdate=2010-10-07|publisher=UNESCO}}</ref><ref name=Mantar>{{Cite web|url= http://whc.unesco.org/archive/advisory_body_evaluation/1338.pdf|format=pdf|title= Jantar Mantar, Jaipur|accessdate=2010-10-07|publisher=UNESCO}}</ref>
 
{{-}}