শান্তনু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{Infobox character|image=Santanu, a king of Hastinapura in the Mahabharata, saw a beautiful woman on the banks of the river Ganga.jpg|caption=শান্তনু আৰু গংগা দেৱী|family= [[প্ৰতীপ]] (পিতৃ), [[সুনন্দা]] (মাতৃ), [[দেৱাপি]] (ভাতৃ) আৰু [[বাহ্লীক]] (ভাতৃ)<ref name="mahabh">{{cite book | url=https://archive.org/details/in.ernet.dli.2015.451375/page/n1/mode/2up | title=মহাভাৰতৰ চৰিত্ৰাৱলী | publisher=বীণা লাইব্ৰেৰী | author=শৰ্মা, ড°ড॰ সত্যেন্দ্ৰনাথ | year=1996 | month=jul | pages=41 | accessdate=4 jun 2020}}</ref>|spouse=[[গংগা দেৱী]] আৰু [[সত্যৱতী]]|children=[[ভীষ্ম]], [[চিত্ৰাঙ্গদ]] আৰু [[বিচিত্ৰবীৰ্য্য]]|name=|first=|last=|creator=|portrayer=|voice=|color=Orange}}
'''শান্তনু ([[ইংৰাজী]] : Shantanu) :''' হিন্দু ধৰ্মৰ মহাকাব্য [[মহাভাৰত]]ৰ শান্তনু হস্তিনাপুৰৰ মহাৰাজ [[প্ৰতীপ]]ৰ পুত্ৰ, [[গংগা দেৱী]] আৰু [[সত্যৱতী]]ৰ পতি আৰু [[ভীষ্ম|দেৱব্ৰত]] বা [[ভীষ্ম]], [[চিত্ৰাঙ্গদ]] আৰু [[বিচিত্ৰবীৰ্য্য]]ৰ পিতৃ আছিল। তেওঁ ভাৰত বংশৰ উত্তৰাধিকাৰী তথা পাণ্ডৱ আৰু কৌৰৱৰ পূৰ্বপুৰুষ আছিল।<ref name="mahabh" />
<br />
"https://as.wikipedia.org/wiki/শান্তনু"ৰ পৰা অনা হৈছে