শহাপহু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
 
17 নং শাৰী:
 
 
শহাপহু এবিধ শান্ত প্ৰকৃতিৰ তৃণভোজী জন্তুজন্তু। ৷আনআন পোহনীয়া জন্তুতকৈ ইয়াক দেৰিকৈ পোহা হৈছিলহৈছিল। ৷এতিয়াএতিয়া ঘৰচীয়া আৰু বনৰীয়া দুয়োবিধ শহাই আছেআছে।
 
==শ্ৰেণীবিভাজন==
26 নং শাৰী:
পৰিয়াল(Family):Leporidae
বৰ্গ(Genus):Oryctologus
প্ৰজাতি(Species):cunicuius <ref>আমাৰ পোহনীয়া জন্তুবোৰ,অসম বিজ্ঞান সমিতি,লেখক-ড°ড॰ সোণ কুমাৰ তালুকদাৰ</ref>
 
==শৰীৰৰ গঠন==
 
সকলো শহাৰ মূৰৰ দুয়ো ফালে দুটা ডাঙৰ [[চকু]] থাকেথাকে। [[কাণ]] দুখন দীঘল হয় আৰু অহৰহ লৰাই থাকে যাৰ সহায়ত ইহঁতে সূক্ষ্ম শব্দও ধৰিব পাৰেপাৰে। ৷ইহঁতৰইহঁতৰ ঘ্ৰাণ শক্তিও তীব্ৰতীব্ৰ। ৷আনআন এন্দুৰ জাতীয় প্ৰাণীৰ দৰে শহাৰ ওপৰৰ ওঁঠটোৰ মাজভাগত ফলা আৰু এযোৰ আগদাঁত দীঘল হৈ আহেআহে। ৷কিন্তুকিন্তু শহাৰ দীঘল আগদাঁত যোৰৰ পিছফালে আৰু এযোৰ অতিৰিক্ত দাঁত থাকে যিটো আন এন্দুৰ জাতীয় প্ৰাণীৰ ক্ষেত্ৰত দেখা নাযায় ৷নাযায়। শহাৰ নেজডাল কোমল আৰু নোমাল ৷নোমাল। শৰীৰটো ভিন্নৰঙী হয় ৷হয়।<ref>A Textbook of Animal Husbandry, G.C. Benerjee, 8th edition</ref>
 
==ভাৰতীয় শহা==
 
দেশীয় শহাৰ বৈজ্ঞানিক নাম Lepus nigricollis ।nigricollis। ইয়াৰ উপৰিও বিভিন্ন প্ৰজাতিৰ শহা [[ভাৰত]]ৰ বেলেগ বেলেগ [[ৰাজ্য]]ত পোৱা যা্যযা্য। [[অসম]]ৰ হাবিত পোৱা শহা হ’ল খাগৰি কটা শহা(hispid hare),বৈজ্ঞানিক নাম –Caprolagus hispidus। hispidus ।দেশীয়দেশীয় শহাই অকলে থাকি ভাল পায় আৰু গছৰ ধোন্দ বা ঘাঁহ-পাতৰ বাহত বাস কৰে ৷কৰে। শৰীৰৰ আকাৰ পোহনীয়া শহাতকৈ ডাঙৰ হয় ৷হয়।<ref>আমাৰ পোহনীয়া জন্তুবোৰ,অসম বিজ্ঞান সমিতি,লেখক-ড°ড॰ সোণ কুমাৰ তালুকদাৰ</ref>
 
 
==পোহনীয়া শহাৰ জাত==
 
দেশীয় শহাবোৰৰ পালন লাভজনক তথা সুবিধাজনক নোহোৱা বাবে বিভিন্ন বিদেশী জাতৰ শহা ভাৰতলৈ আমদানি কৰাৰ পদক্ষেপ লোৱা হৈছিল ৷হৈছিল। তাৰেই অংশ হিচাপে ১৯৭৮ চনত [[ইংলেণ্ড]]ৰ পৰা New Zealand white rabbit জাতৰ ১০টা মতা আৰু ৫০ জনী৫০জনী মাইকী শহা অনা হৈছিলহৈছিল। ৷পুনৰায়পুনৰায় ১৯৭৯ চনত ছোভিয়েট ইউনিয়নৰ পৰা Soviet Chinchilla, Grey Jiant আৰু White Jiant Rabbit (প্ৰত্যেকৰে ২৫টা মতা আৰু ১০০জনী মাইকী)অনা হৈছিলহৈছিল। ৷এইএই আমদানি প্ৰক্ৰিয়া সমাধা কৰা হৈছিল ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অন্তৰ্গত কেন্দ্ৰীয় ভেড়া আৰু ঊণ গৱেষণা প্ৰতিষ্ঠানৰ দ্বাৰা ৷দ্বাৰা। পিছত সেই শহা বিলাক প্ৰজনন ঘটাই বংশবৃদ্ধি কৰোৱা হয় আৰু বিভিন্ন গৱেষণা প্ৰতিষ্ঠান, পশুপালন বিভাগ, কৃষি বিশ্ববিদ্যালয়, আৰু কিছুমান ব্যক্তিগত গোটৰ মাজত বিতৰণ কৰা হয় ৷ ৷<ref>Status and Scope of Broiler Rabbit Production Management in India, Writer-Nilotpal Ghosh,Department of Animal Science, Bidhan Chandra Krishi Viswavidyalaya, Published in Compendium of National Symposium 2010 Organised by Department of LPM, College of Veterinary Science, Khanapara,Guwahati</ref>
 
==খাদ্য আৰু হজম প্ৰক্ৰিয়া==
 
শহাই সেউজীয়া ঘাঁহ,গছৰ পাত, শাক-পাচলি যেনে [[গাজৰ]],[[বন্ধাকবি]] আদি খায় ৷খায়। গড় হিচাপত শহাই দৈনিক ১০০ গ্ৰাম খাদ্য খায়খায়। ৷শহাইশহাই এটা বিশেষ পাচন প্ৰক্ৰিয়াৰ যোগেদি খাদ্য হজম কৰেকৰে। ৷শহাবোৰেশহাবোৰে দিনৰ ভাগত শুকান লদা বিষ্ঠা হিচাপে ত্যাগ কৰেকৰে। ৷কিন্তুকিন্তু ৰাতিৰ ভাগত বিজলযুক্ত বিষ্ঠা খাদ্যনলীত গঠিত হয়হয়। ৷আৰুআৰু শৌচদ্বাৰেৰে ওলাই যায়যায়। ৷কিন্তুকিন্তু সেয়া সিহঁতে নিজৰ মুখেৰে শৌচদ্বাৰৰ পৰা পোনে পোনে ভক্ষণ কৰেকৰে। ৷সেইসেই বিজলযুক্ত বিষ্ঠা হৈছে আধা হজম হোৱা খাদ্যখাদ্য। ৷দ্বিতীয়বাৰদ্বিতীয়বাৰ খোৱাৰ পিছত সেই খাদ্য সম্পূৰ্ণ ৰূপে হজম হয়হয়। ৷এনেকৈএনেকৈ খাদ্যনলীৰ মাজেৰে দুবাৰ পঠিয়াই খাদ্য হজম কৰাটো শহা আৰু আন [[এন্দুৰ]] জাতীয় প্ৰাণীৰ পৰিপাক তন্ত্ৰৰ এটা অপৰিহাৰ্য্য প্ৰক্ৰিয়াপ্ৰক্ৰিয়া। ৷এইএই প্ৰক্ৰিয়াত বাধা পালে ইহঁতে দুইৰ পৰা চাৰি সপ্তাহৰ ভিতৰত মৃত্যুমুখত পৰে ৷পৰে।<ref>আমাৰ পোহনীয়া জন্তুবোৰ,অসম বিজ্ঞান সমিতি,লেখক-ড°ড॰ সোণ কুমাৰ তালুকদাৰ</ref>
 
 
==প্ৰজনন==
 
শহাবোৰে ছয়ৰ পৰা সাত মাহৰ ভিতৰত পূৰ্ণতাপ্ৰাপ্ত হয় আৰু সংগমৰ বাবে উপযুক্ত হয়হয়। ৷ইহঁতেইহঁতে বছৰৰ যিকোনো সময়ত পোৱালীপোৱালি দিব পাৰে কাৰণ ইহঁতৰ কোনো নিয়মিত [[ঋতুচক্ৰ]] নাইনাই। ৷শহাৰশহাৰ [[গৰ্ভধান সময়]] মাত্ৰ একমাহ(৩০-৩২ দিন ) ৷ই এবাৰত ছয়ৰ পৰা সাতটা পোৱালীপোৱালি দিব পাৰেপাৰে। ৷পোৱালীবোৰপোৱালিবোৰ জন্মৰ বিয়াল্লিছ দিনৰ পিছত মাইকীবোৰ আকৌ সংগমৰ বাবে উপযুক্ত হয়হয়। ৷শহাইশহাই বছৰত চাৰিৰ পৰা পাচঁবাৰ পোৱালীপোৱালি দিব পাৰেপাৰে। ৷ঘৰচীয়াঘৰচীয়া শহাৰ পোৱালীবোৰপোৱালিবোৰ জন্মৰ সময়ত ৫০-৬০ গ্ৰাম হয়হয়। ৷পোৱালীবোৰপোৱালিবোৰ চকু মুদা অৱস্থাত থাকে আৰু গাত নোম নাথাকেনাথাকে। ৷জন্মৰজন্মৰ এসপ্তাহমানৰ পৰা চকু মেলে আৰু গাত নোম গজিবলৈ লয় ৷লয়। আনহাতে দেশীয় বনৰীয়া শহাবোৰ জন্মতে চকু মেলা অৱস্থাত থাকে আৰু গাত নোম থাকে ৷থাকে।<ref>আমাৰ পোহনীয়া জন্তুবোৰ,অসম বিজ্ঞান সমিতি,লেখক-ড°ড॰ সোণ কুমাৰ তালুকদাৰ</ref>
 
 
55 নং শাৰী:
===পৰীক্ষাগাৰত ব্যৱহাৰ===
 
কিছুমান পৰীক্ষাগাৰ বিশেষকৈ ঔষধ কোম্পানীৰ পৰীক্ষাগাৰত ঔষধৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া চাবলৈ শহা ব্যৱহাৰ হয়হয়।
 
===মাংস===
 
শহাপহুৰ মাংস পুষ্টিকৰ আৰু সহজে হজম হোৱা বিধৰবিধৰ। ৷শহাপহুৰশহাপহুৰ মাংসত সাধাৰণতে ব্যৱহাৰ কৰা মাংস যেনে [[ব্ৰইলাৰ]] , [[গাহৰি]], [[ছাগলী]]ৰ মাংসতকৈ বেছি [[প্ৰ’টিন]] থাকেথাকে। ৷তদুপৰিতদুপৰি [[চৰ্বী]] আৰু [[কল’ষ্টেৰল]]ৰ পৰিমাণ কম হোৱা হেতুকে স্বাস্থ্য সচেতন লোকৰ বাবে উপযোগীউপযোগী।
 
===ঊণ উৎপাদন===
 
German angora নামৰ জাতটোৰ পৰা উচ্চ মানৰ [[ঊণসূতা]] পোৱা যায় ৷যায়।
 
==তথ্যসূত্ৰ==
"https://as.wikipedia.org/wiki/শহাপহু"ৰ পৰা অনা হৈছে