সুনীল গাভাস্কাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

3 বাইট যোগ দিয়া হ’ল ,  2 বছৰৰ পূৰ্বে
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
([বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল)
|year=২০০৮}}
 
'''সুনীল মনোহৰ গাভাস্কাৰ''' (জন্ম: ১০ জুলাই,১৯৪৯) ভাৰতৰ এজন প্ৰাক্তন ক্ৰিকেটাৰ৷ক্ৰিকেটাৰ। ১৯৭০ চনৰ পৰাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিবলৈ লোৱা গাভাস্কাৰক বিশ্বৰ এজন শ্ৰেষ্ঠ বেটছমেন আখ্যা দিয়া হয়৷হয়। টেষ্ট ক্ৰিকেটৰ ইতিহাসত গাভাস্কাৰ এজন চিৰস্মৰণীয় অপেনিং বেটছমেন৷বেটছমেন। নিজৰ বৰ্ণিল টেষ্ট ক্ৰিকেটৰ কেৰিয়াৰত গাভাস্কাৰে ৩৪ টা৩৪টা শতক অৰ্জন কৰি অভিলেখ ৰচিছিল৷ৰচিছিল। দুটা দশকৰ পাছত ২০০৫ চনত সেই অভিলেখ [[শচীন তেণ্ডুলকাৰ|শচীন তেণ্ডুলকাৰে]] অতিক্ৰম কৰে৷কৰে। টেষ্ট মেচত ১০,০০০ ৰাণ কৰা গাভাস্কাৰেই হৈছে প্ৰথমজন বেটছমেন আৰু বৰ্তমান টেষ্ট ক্ৰিকেটত ১০০০০ ৰাণ কৰা ১৩ জন খেলুৱৈৰ ভিতৰত তেওঁ ১২ নম্বৰ স্থানত আছে। ১৯৮৩ চনত বিশ্বকাপবিজয়ী ভাৰতীয় দলটোৰো তেওঁ এজন সদস্য আছিল৷আছিল। উল্লেখনীয় যে ভাৰতীয় ক্ৰিকেট দললৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে সুনীল গাভাস্কাৰক [[ভাৰত চৰকাৰ|ভাৰত চৰকাৰে]] [[পদ্মশ্ৰী]] আৰু [[পদ্মভূষণ]] সন্মানেৰে সন্মানীত কৰিছে৷কৰিছে।
 
দ্ৰুত বলিঙৰ বিপৰীতত গাভাস্কাৰে ব্যৱহাৰ কৰা কৌশলসমূহৰ বাবে সদায় উচ্চ প্ৰশংসিত হৈ আছে।
সপ্তম [[ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ|ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ]] বাবে [[উচ্চতম ন্যায়ালয়|উচ্চতম ন্যায়ালয়ে]] ২০১৪ চনৰ ২৮ মাৰ্চত বি চি চি আইৰ অস্থায়ী সভাপতি হিচাপে নিয়োগ কৰিছিল। লগতে ক্ৰিকেট ধাৰভাষ্যকাৰ পদৰ পৰাও অব্যহতিৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল।
 
==ঘৰুৱা অভিষেক==
 
তেখেতৰ জন্ম মুম্বাইত। ছেণ্ট জেভিয়াৰ্ছ হাইস্কুলৰ ছাত্ৰ গাভাস্কাৰ স্কুলৰ হৈ খেলোতে ১৯৬৬ চনত ভাৰতৰ শ্ৰেষ্ঠ ছাত্ৰ ক্ৰিকেটাৰ আছিল। মাধ্যমিক শিক্ষাৰ শেষৰ বৰ্ষত লণ্ডন স্কুলবয়জৰ বিৰুদ্ধে এটা শতক কৰাৰ আগত বিদ্যালয়ৰ ক্ৰিকেটত গাভাস্কাৰে ২৪৬ (অপৰাজিত),২২২ আৰু ৮৫ ৰাণ কৰিছিলকৰিছিল। ।তেওঁতেওঁ বম্বেৰ প্ৰতিষ্ঠিত ছেণ্ট জেভিয়াৰ্ছ প্ৰাক্তন ছাত্ৰ হিচাপে ১৯৬৮/৬৯ বৰ্ষত কৰ্ণাটকৰ বিৰুদ্ধে প্ৰথম আত্মপ্ৰকাশ কৰে।
 
১৯৭০/৭১ চনত ৱেষ্ট ইণ্ডিজ ভ্ৰমণত যোৱা ভাৰতীয় দলটোত স্থান লাভ কৰা এজন খেলুৱৈ হ'ল সুনীল গাভাস্কাৰ।
 
<ref>http://sportstar.thehindu.com/profile/author/Sunil-Gavaskar-6283/</ref> <ref>http://archive.cricketnmore.com/legends/sunil-gavaskar-biography-6</ref>
==Test debut==
===First test match win in West Indies===
==সাহিত্য কৰ্মৰাজি==
Gavaskar wrote four books on cricket, including his own autobiography
গাভাস্কাৰে আত্মজীৱনীৰ লগতে চাৰিখন ক্ৰিকেট বিষয়ক কিতাপ লিখিছিল।
* ''Sunny Days: An Autobiography'', ১৯৭৬
* ''Idols'', ১৯৮৩
3,780

টা সম্পাদনা