হাজো: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{Stub}}
[[File:Entrance Madhab mandir.jpg|thumb|হাজোৰ হয়গ্ৰীৱ মাধৱ দেৱালয়ৰ সন্মুখভাগ]]
'''হাজো''' ({{lang-en|Hajo}}) [[অসম]]ৰ [[কামৰূপ]] জিলাত [[ব্ৰহ্মপুত্ৰ]] নদীৰ পাৰত অৱস্থিত এখন ঠাই৷ঠাই। ই গুৱাহাটীৰ পৰা প্ৰায় ২৪ কি:মি: দুৰত্বত অৱস্থিত৷অৱস্থিত। হাজোক [[হিন্দু]], [[বৌদ্ধ]] আৰু [[মুছলিম]] ধৰ্মৰ এক প্ৰাচীন তীৰ্থস্থান হিচাপে জনা যায়৷যায়। এই অঞ্চলটোত বহুতো প্ৰাচীন মছজিদ-মন্দিৰ আদি দেখা পোৱা যায়৷যায়।
 
==প্ৰশাসন==
হাজো গুৱাহাটী লোক সভা সমষ্টিৰ অন্তৰ্ভুক্ত৷অন্তৰ্ভুক্ত।<ref>{{cite web
| url = http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf
| title = List of Parliamentary & Assembly Constituencies
13 নং শাৰী:
 
==পৰ্যটনৰ আকৰ্ষণস্থলী==
* [[হয়গ্ৰীৱ মাধৱ দেৱালয়]] : এই দেৱালয় মণিকূট পাহাৰত অৱস্থিত৷অৱস্থিত। বৰ্তমানৰ দেৱালয়টো ১৫৮৩ খ্ৰীষ্টাব্দত ৰঘূদেব নাৰায়ণে নিৰ্মাণ কৰিছিল বুলি জনা যায়৷যায়। কিছু বুৰঞ্জীবিদৰ মত অনুসৰি ইয়াৰ মূল দেৱালয়টো পালবংশৰ শাসনকালত ষষ্ঠ শতিকাত নিৰ্মাণ কৰা হৈছিল৷হৈছিল। এই দেৱালয়টো শিলেৰে নিৰ্মিত ৷ নিৰ্মিত।
 
==তথ্যসূত্ৰ==
==তথ্যসুত্ৰ==
<references />
* [http://www.telegraphindia.com/1051206/asp/northeast/story_5562739.asp ASI cover for 3 Hajo temples]
"https://as.wikipedia.org/wiki/হাজো"ৰ পৰা অনা হৈছে