কোষকান্ত দেৱগোস্বামী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{তথ্যছক লেখক
| bgcolour = lightgray
| name = কোষকান্ত দেৱগোস্বামী
| image =
| caption =
| birth_date = ১৯৩২
| birth_place = চামগুৰি সত্ৰ, মাজুলী, অসম
| death_date =
| death_place =
| occupation = সত্ৰাধিকাৰ, মুখাশিল্পী
| nationality = ভাৰতীয়
| period =
| influenced =
| signature =
}}
'''কোষকান্ত দেৱগোস্বামী''' [[অসম]]ৰ [[মাজুলী]]ৰ পৰম্পৰাগত [[মুখাশিল্প]]ৰ এগৰাকী যশস্বী শিল্পী তথা চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ৷সত্ৰাধিকাৰ। চিত্ৰকলা আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত জীৱনজোৰা সাধনাৰ স্বীকৃতি স্বৰূপে ২০১৩ চনত দেৱগোস্বামী [[প্ৰণৱ বৰুৱা শিল্পী বঁটা]] প্ৰদান কৰা হয়৷হয়।<ref name="http://www.amarasom.glpublications.in/">{{cite newsgroup | url=http://www.amarasom.glpublications.in/ | title=আমাৰ অসমত প্ৰকাশিত বাতৰি | date=১ জানুৱাৰী,২০১৪ | accessdate=1 জানুৱাৰী 2014}}</ref>
==জীৱন==
১৯৩২ চনৰ ১৬ জুনত মাজুলীৰ চামগুৰি সত্ৰত দেৱগোস্বামীয়ে জন্মগ্ৰহণ কৰে৷কৰে। তেওঁৰ পিতৃৰ নাম ৰোষেশ্বৰ গোস্বামী৷গোস্বামী। তেওঁ মাজুলীতে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে৷কৰে। শৈশৱতে কোষকান্ত দেৱগোস্বামী সত্ৰীয়া শিক্ষাৰে দীক্ষিত হয়৷হয়। সত্ৰত দৈনন্দিন দেখি অহা সত্ৰীয়াসকলৰ হস্তশিল্প, চাৰুকলা আদিৰ প্ৰতি আকৰ্ষিত হৈ তেওঁ মুখাশিল্পৰ প্ৰশিক্ষণ লাভ কৰে৷কৰে। মুখাশিল্পৰ উপৰিও কোষকান্ত দেৱগোস্বামীয়ে নাট্যকাৰ হিচাপেও আত্মপ্ৰকাশ কৰে৷ কৰে।
অসমত সত্ৰীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰ, সংৰক্ষণ কৰাৰ বাবে তেওঁৰ অৱদান উল্লেখযোগ্য৷উল্লেখযোগ্য। <ref name="http://www.amarasom.glpublications.in/">{{cite newsgroup | url=http://www.amarasom.glpublications.in/ | title=আমাৰ অসমত প্ৰকাশিত বাতৰি | date=১ জানুৱাৰী,২০১৪ | accessdate=1 জানুৱাৰী 2014}}</ref>
==অৱদান==
===শিল্প-ভাস্কৰ্য্য===
29 নং শাৰী:
*২০০৩ চনত ভাৰত চৰকাৰে [[সংগীত নাটক একাডেমী বঁটা]]
*২০১৩ চনত প্ৰণৱ বৰুৱা শিল্পী বটাঁ<ref name="http://www.amarasom.glpublications.in/">{{cite newsgroup | url=http://www.amarasom.glpublications.in/ | title=আমাৰ অসমত প্ৰকাশিত বাতৰি | date=১ জানুৱাৰী,২০১৪ | accessdate=1 জানুৱাৰী 2014}}</ref>
==তথ্যসূত্ৰ==
==তথ্যসুত্ৰ==
{{Reflist}}