নেফামিজ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
21 নং শাৰী:
| glotto = nefa1235
| glottorefname = Nefamese
}}'''নেফামিজ বা অৰুণামিজ ({{lang-en|Nefamese}} বা Arunamese) :''' ভাৰতবৰ্ষৰ পূব প্ৰান্তৰ ৮৩,৭৪৩ বৰ্গ কিঃমিঃ ব্যাপ্ত হৈ থকা ৰাজ্য অৰুণাচল প্ৰদেশৰ মিশ্ৰিত (pidgin) ভাষা৷ভাষা। পূৰ্বে এই প্ৰদেশখনক উত্তৰ-পূব সীমান্ত অঞ্চল যাক ইংৰাজীত North East Frontier Agency বা চমুকৈ NEFA বুলি জনা গৈছিল৷গৈছিল।<ref name="ab">{{cite book|title=অসমীয়া ভাষা|author=বৰুৱা, ড°ড॰ ভীমকান্ত|pages=53-60|accessdate=10 june 2020}}</ref> ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত পৃথক ৰাজ্যৰূপে স্বীকৃতি পোৱা এই অৰুণাচল প্ৰদেশখন পূৰ্বতে অসমৰে এটা অংশ আছিল৷আছিল।
 
অৰুণাচল প্ৰদেশৰ বিভিন্ন ভাষিক জনগোষ্ঠীৰবিলাকৰ মাজত অসমীয়া ভাষাই বিকাশ লাভ কৰে যাক প্ৰথমে 'ভঙা অসমীয়া ভাষা' বুলি ক’লেও তাক পিছলৈ 'নেফামিজ' বুলিহে জনা গ’ল৷গ’ল। সম্প্ৰতি প্ৰদেশখনৰ নাম অৰুণাচল হোৱাত ইয়াক 'অৰুণামিজ ভাষা' বুলিও কোৱা হয়৷হয়।<ref name="ab" />
 
== Phonology ==
"https://as.wikipedia.org/wiki/নেফামিজ"ৰ পৰা অনা হৈছে