বিচিত্ৰবীৰ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
6 নং শাৰী:
চিত্ৰাঙ্গদ আছিল এজন বীৰ যোদ্ধা। তেওঁ বহুতো শক্তিশালী বীৰ শত্ৰু তথা অসুৰবোৰক মাৰিছিল।
 
এদিন গন্ধৰ্বৰাজে চিত্ৰাঙ্গদক তেওঁৰ সৈতে দ্বন্দ্বযুদ্ধৰদ্বন্দ্ব্বযুদ্ধৰ কাৰণে আহ্বান কৰে। কুৰুক্ষেত্ৰৰ হিৰণ্যৱতী নদীৰ পাৰত দুই যোদ্ধা গন্ধৰ্বৰাজৰ আৰু চিত্ৰাঙ্গদৰ মাজত প্ৰচণ্ড যুদ্ধ হয়। তিনিবছৰ অব্যাহত থকাৰ পিছত, অৱশেষত চিত্ৰাঙ্গদৰ মৃত্যু হয় আৰু সেই দ্বন্দ্বদ্বন্দ্ব্ব যুদ্ধত গন্ধৰ্বৰাজ বিজয়ী হয়। .<ref>{{cite book|title=Myths and Legends from India - Great Women|last=Bhanu|first=Sharada|publisher=Macmillan India Limited|year=1997|location=Chennai|isbn=0-333-93076-2|page=6}}</ref> চিত্ৰাঙ্গদৰ মৃত্যুৰ পিছত গংগাপুত্ৰ ভীষ্মই বিচিত্ৰবীৰ্য্যক ৰাজসিংহাসনত বহুৱায়।<ref>van Buitenen (1973), p. 227; Mbhr. 1.95.5-14 (Pune Critical Edition)</ref>
 
== বংশধৰ ==