পৰিসীমা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
 
1 নং শাৰী:
[[চিত্ৰ:Perimiters.svg|thumb|250x250px|পৰিসীমা মানে হৈছে দুই মাত্ৰা বা পৰিসৰৰ একোটা আকৃতিৰ চাৰিওফালৰ পথটোৰ মুঠ দৈঘ্য। ]]
'''পৰিসীমা''' পৰিসীমা, ইংৰাজীৰ 'perimeter' মানে হৈছে দুই মাত্ৰা বা পৰিসৰৰ একোটা আকৃতিৰ চাৰিওফালৰ পথটোৰ মুঠ দৈঘ্য। বৃত্তৰ ক্ষেত্ৰত এই পৰিসীমাক পৰিধি বুলি কোৱা হয়।
 
7 নং শাৰী:
{|class="wikitable"
|+
! আকৃতি
! সূত্ৰ
! চলক
|-
|[[বৃত্ত]]
40 নং শাৰী:
(1st, 2nd, 3rd ... ''n''th) বাহুৰ দৈঘ্য
|}
[[চিত্ৰ:Herzkurve2.svg|thumb|[[cardoid]] <math>\gamma:[0,2\pi]\rightarrow \mathbb{R}^2 </math>(drawing with <math>a=1</math>)<math>x(t) = 2 a \cos(t) (1 + \cos(t))</math><math>y(t) = 2 a \sin(t) (1 + \cos (t))</math><math>L = \int\limits_0^{2\pi}\sqrt{x'(t)^2+y'(t)^2}\,\mathrm dt=16a</math>]]
পৰিসীমা হৈছে এটা আকৃতিৰ চাৰিওফালৰ মুঠ দৈঘ্য।সাধাৰণদৈঘ্য। সাধাৰণ আকৃতি বোৰৰ বাদেও অন্যান্য আকৃতিবোৰৰ অপৰিসীমা গণনা কৰিবলৈ এই সূত্ৰ প্ৰয়োগ কৰিব পাৰি- <math>\int_0^L \mathrm{d}s</math>, য'ত <math>L</math> হৈছে পথটোৰ দৈঘ্য আৰু <math>ds</math> হৈছে এডাল নিৰৱধিনীৰৱধি ৰেখাৰ অংশ। ইয়াত এই দুয়োটাকে ব্যৱহাৰিক ৰূপত গণনা কৰিব পৰাকৈ বীজগণিতীয় ৰাশিৰে প্ৰতিস্থাপনপ্ৰতিষ্ঠাপন কৰিব পৰা হ'ব লাগিব। আকৌ যদিহে ৰেখাডাল বক্রবক্ৰ আকৃতিৰ <math> \gamma:[a,b]\rightarrow \mathbb{R}^2</math> with
 
: <math> \gamma(t)=\begin{pmatrix}x(t)\\y(t)\end{pmatrix}</math>
51 নং শাৰী:
== বৃত্তৰ পৰিধি ==
[[চিত্ৰ:Pi-unrolled-720.gif|right|thumb|300x300px|If the diameter of a circle is 1, its circumference equals {{pi}}.]]
বৃত্তৰ পৰিসীমাক সাধাৰণতে পৰিধি বুলি কোৱা হয়। ইয়াৰ ব্যাস আৰু ব্যাসাৰ্ধ পৰিধিৰ সমানুপাতিক। এই ক্ষেত্ৰত বৃত্তৰ পৰিধি নিৰ্ণয়ৰ বাবে এটা ধ্ৰুৱক সংখ্যা 'π'(পাই) ব্যৱহাৰ কৰা হয়। যেতিয়া 'P' মানে পৰিধি বা পৰিসীমা আৰু 'D' বৃত্তৰ ব্যাস হয় তেতিয়া- :<math>P = \pi\cdot{D}.\! </math> আকৌ যেতিয়া 'r' অৰ্থাৎ বৃত্তৰ ব্যাসাৰ্ধ দিয়া থাকে তেতিয়া সূত্ৰটো এনেধৰণৰ হয়-
 
: <math>P=2\pi\cdot r.</math>
"https://as.wikipedia.org/wiki/পৰিসীমা"ৰ পৰা অনা হৈছে