উপেন্দ্ৰনাথ গোস্বামী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
1 নং শাৰী:
{{infobox writer
| name = উপেন্দ্ৰনাথ গোস্বামী
| image = Upendra Nath Guwashami.JPG
| imagesize = 250px
| alt =
| caption =
| pseudonym =
| birth_name =
| birth_date = ১৯২৩
| birth_place = নলবাৰী
13 নং শাৰী:
| occupation = অধ্যাপক, ভাষাবিদ
| nationality = [[ভাৰত|ভাৰতীয়]]
| ethnicity =
| citizenship = ভাৰতীয়
| language = [[অসমীয়া ভাষা|অসমীয়া]]
| education = এম.এ, পি.এইচ.ডি
| alma_mater =
| period =
| genre = [[ভাষা, সংস্কৃতি ]]
| subject =
| movement =
| notableworks =
| spouse =
| partner =
| children =
| relatives =
| influences =
| influenced =
| signature =
| signature_alt =
| website =
}}
'''উপেন্দ্ৰনাথ গোস্বামী''' (১৯২৩-২০০০) একাধাৰে ভাষাবিদ, গৱেষক, অধ্যাপক, অনুবাদক আৰু অভিধানপ্ৰণেতা। তেওঁ কটন কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক আছিল আৰু পাছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক পদত নিযুক্ত হৈছিল। তেওঁৰ গৱেষণাৰ বিষয় আছিল- A Study of Kamrupi : A Dialect of Assamese.<ref>কথা বৰেণ্য, সম্পাদক-শোণিত বিজয় দাস আৰু মুনীন বায়ন, কথা প্ৰকাশন, প্ৰথম প্ৰকাশ, পৃষ্ঠা-৩১১</ref>
 
'''উপেন্দ্ৰনাথ গোস্বামী''' (১৯২৩-২০০০)
একাধাৰে ভাষাবিদ, গৱেষক, অধ্যাপক, অনুবাদক আৰু অভিধানপ্ৰণেতা। তেওঁ কটন কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক আছিল আৰু পাছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক পদত নিযুক্ত হৈছিল। তেওঁৰ গৱেষণাৰ বিষয় আছিল- A Study of Kamrupi : A Dialect of Assamese.<ref>কথা বৰেণ্য, সম্পাদক-শোণিত বিজয় দাস আৰু মুনীন বায়ন, কথা প্ৰকাশন, প্ৰথম প্ৰকাশ, পৃষ্ঠা-৩১১</ref>
 
==জন্ম==
Line 44 ⟶ 42:
 
==কৰ্মজীৱন==
*১৯৫২ : ডিব্ৰুগড়ৰ ডি. এইছ, কে. কলেজত অসমীয়াৰ প্ৰবক্তা হিচাপে কৰ্মজীৱনৰ সূচনা।
*১৯৫৮ : A Study of Kamrupi : A Dialect of Assamese' শীৰ্ষক বিষয়ত গৱেষণা কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা সন্মানজনক ডক্টৰেট উপাধি লাভ। উক্ত বিশ্ববিদ্যালয়ৰপৰা ভাষা বিষয়ত ডক্টৰেট উপাধি পোৱা তেখেতেই প্ৰথমজন ব্যক্তি।
*১৯৬০ : কটন কলেজৰ অসমীয়া বিভাগত প্ৰবক্তা হিচাপে যোগদান।
*১৯৬৪ : কটনত প্ৰায় চাৰি বছৰ সফলতাৰে শিক্ষকতা কৰাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত যোগদান। <ref>কথা বৰেণ্য, কথা প্ৰকাশন, প্ৰথম প্ৰকাশ, পৃষ্ঠা-১৫২</ref>
*১৯৮৭ : দীৰ্ঘদিন শিক্ষক জীৱন কটোৱাৰ পাছত অসমীয়া বিভাগৰ বিভাগীয় মুৰব্বী হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা অৱসৰ গ্ৰহণ।
 
==সন্মান==
২০০০ চনত অসম ভাষা-বিজ্ঞান সমিতিৰপৰা মৰণোত্তৰভাৱে ভাষাচাৰ্য’ উপাধি লাভ। <ref>কথা বৰেণ্য, কথা প্ৰকাশন, প্ৰথম প্ৰকাশ, পৃষ্ঠা-৩১১</ref>
 
==মৃত্যু==
২০০০ চনত জন্ম দিৱসৰ দিনাখন নিজা বাসভৱনত মৃত্যু। <ref>কথা বৰেণ্য, কথা প্ৰকাশন, প্ৰথম প্ৰকাশ, পৃষ্ঠা-১৫২</ref>
 
==সাহিত্যৰাজি==
Line 66 ⟶ 64:
*সীমান্ত কেশৰী, ১৯৪৭
*বাপু মোৰ আই, ১৯৫০
*ভাষা আৰু সাহিত্য, ১৯৫৬
*ভাষাবিজ্ঞান, ১৯৬৫
*বৈষ্ণৱ ভক্তিধাৰা আৰু সন্তকথা, ১৯৭৫
*অসমীয়া ভাষাৰ ৰূপকথা, ১৯৭৭
*ভাষা-সমাজ-সাহিত্য, ১৯৭৮
*[[অসমীয়া ভাষাৰ ব্যাকৰণ (গ্ৰন্থ)|অসমীয়া ভাষাৰ ব্যাকৰণ]], ১৯৮১]]
*দেউৰী শব্দমালা, ১৯৮১
*অসমীয়া ভাষা আৰু উপভাষা, ১৯৮৬
*অসমীয়া লিপি, ১৯৮৭
*প্ৰত্ন অসমীয়া ভাষাৰ ৰূপতাত্ত্বিক বিশ্লেষণ, ১৯৮৫
8অসমীয়া ভাষাৰ উদ্ভৱ, সমৃদ্ধি আৰু বিকাশ, ১৯৯১
 
===অনুবাদ===
*মানৱৰ পুনৰ নিৰ্মাণ
*প্ৰেমচন্দৰ পাঁচটা চুটি গল্প
 
Line 87 ⟶ 85:
==তথ্যসূত্ৰ==
<references />
 
 
[[শ্ৰেণী:অসমীয়া ভাষাবিদ]]