ধ্বনিবিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
বৰ্ণাশুদ্ধি নিবাৰণ;
1 নং শাৰী:
'''ভাষাবিজ্ঞান'''ৰভাষাবিজ্ঞানৰ যিটো শাখাত মানৱ [[বাগযন্ত্ৰ]]ৰ দ্বাৰা উচ্চাৰিত [[ধ্বনি (ব্যাকৰণ)|বাগধ্বনিসমূহৰ]] সমস্ত জ্ঞানৰ বিতংবিশ্লষণ কৰা হয়, সেই ভাষাবিজ্ঞানৰ সেই শাখাটোকে '''ধ্বনিবিজ্ঞান''' ({{Lang-en|Phonetics}}) বুলি কোৱা হয়।
 
'ধ্বনিবিজ্ঞান'ৰধ্বনিবিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ হৈছে 'Phonetics'। ইংৰাজীৰ 'Phonetics' শব্দটো গ্ৰীক ভাষাৰ শব্দ। এই শব্দটো দুটা শব্দৰে গঠন হৈছে- phone+istics=phonetics; 'phone' মানে ধ্বনি আৰু 'istics' মানে জ্ঞান বা বিজ্ঞান। অৰ্থাৎ ধ্বনিসমূহৰ জ্ঞান য'ত পোৱা যায় অথবা যি শাস্ত্ৰত ধ্বনিসমূহৰ বিশ্লেষণ আগবঢ়োৱা হয় তেনে [[শাস্ত্ৰ]]ক বুজাবৰ বাবেহে এই শব্দটো ব্যৱহাৰ কৰা হয়।<ref name="bhaxachintan">{{cite book|title="অসমীয়া ভাষা-চিন্তন"|author=ড°ড॰ অৰ্পণা কোঁৱৰ|year=2016|pages=১}}</ref>
 
ধ্বনিবিজ্ঞানত ধ্বনিৰ বিশ্লেষণ কৰা হয়। ধ্বনিৰ উচ্চাৰণ, উচ্চাৰণ কৰোঁতে প্ৰয়োগ হোৱা [[বাগিন্দ্ৰীয়]], উচ্চাৰণৰ বিভিন্ন কৌশল বা ধৰণ আৰু স্থান, ধ্বনিৰ লক্ষণ আৰু গুণ, ধ্বনিৰ প্ৰকৃতি আৰু স্বৰূপ আদিৰ বিজ্ঞানসন্মত সূক্ষ্ম আলোচনা ধ্বনিবিজ্ঞানত কৰা হয়। মানুহে বিভিন্ন [[বাগযন্ত্ৰ]]ৰ দ্বাৰা কেনেকৈ ধ্বনি উৎপন্ন কৰে, ধ্বনিৰ গুণাগুণ কেনেকৈ সলনি কৰিব পাৰে, ধ্বনিয়ে কেনেকৈ এজনৰ [[মুখ]]ৰপৰা গৈ আনজনৰ শ্ৰৱণেন্দ্ৰিয়ত প্ৰতিক্ৰিয়া ঘটাব পাৰে আদি কথা ধ্বনিবিজ্ঞানত বিশ্লেষণ কৰা হয়। তদুপৰি ধ্বনিৰ উচ্চৰণত সংক্ৰমিত হোৱা বায়ুপ্ৰৱাহৰ তৰংগ অৰ্থাৎ বায়ুপ্ৰৱাহৰ গতি কিদৰে উচ্চাৰণাত্মক প্ৰক্ৰিয়াত জড়িত হৈ থাকে এনে দিশসমূহৰ বিষয়েও ধ্বনি বিজ্ঞানত বিশ্লেষণ কৰা হয়। একেদৰে, ধ্বনিবিজ্ঞানত ধ্বনিৰ প্ৰকাৰভেদ, ধ্বনিৰ হ্ৰস্ব-দীৰ্ঘ, আনুনাসিকতা, যুগ্মতা আদি সম্পৰ্কেও খৰচি মাৰি আলোচনা কৰা হয়। ধ্বনিৰ উচ্চাৰণ, [[ধ্বনি]] বৰ্ণনা, ধ্বনিৰ শ্ৰেণীবিভাজন, ধ্বনি উচ্চাৰণ আৰু গ্ৰহণৰ ক্ষেত্ৰত মানৱ শৰীৰৰ কেনে সম্পৰ্ক, এনে দিশসমূহৰ বিচাৰ-বিশ্লেষণৰ বাবে পদাৰ্থ বিজ্ঞানক সামৰি ধ্বনিবিজ্ঞানক এক প্ৰকৃত বিজ্ঞানৰ শাৰীত ধৰা হৈছে।<ref>{{cite book|titlename="অসমীয়া ভাষা-চিন্তনbhaxachintan"|author=ড° অৰ্পণা কোঁৱৰ|year=2016|pages=১}}</ref>
 
==ধ্বনিবিজ্ঞানৰ কাম==
==ধ্বনিবৈজ্ঞানিক বিশ্লেষণ==
==সহায়ক গ্ৰন্থসমূহত==
* "অসমীয়া ভাষা-চিন্তন" - [[অৰ্পণা কোঁৱৰ|ড°ড॰ অৰ্পণা কোঁৱৰ]]; বছৰ: ২০১৬
* "ভাষাবিজ্ঞান উপক্ৰমণিকা" - [[অৰ্পণা কোঁৱৰ|ড°ড॰ অপৰ্ণা কোঁৱৰ]]; বছৰ: ২০১৫
* "ভাষাবিজ্ঞানৰ পৰিচয়" -সম্পাদনা সম্পাদনা: [[কৰবী গগৈ|ড°ড॰ কৰবী গগৈ]], [[দীপালি গগৈ|ড°ড॰ দীপালি গগৈ]]; বছৰ : জুলাই ২০১৬
* "ভাষা-বিজ্ঞান" , - [[উপেন্দ্ৰনাথ গোস্বামী|ড°ড॰ উপেন্দ্ৰ নাথ গোস্বামী]]; বছৰ : ২০১৫
 
==তথ্য সংগ্ৰহ ==
{{reflist}}
 
[[শ্ৰেণী:ভাষাবিজ্ঞান]]