মৈথিলী ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
1 নং শাৰী:
'''মৈথিলী''' ([https://commons.m.wikimedia.org/wiki/File:25.jpg মৈথিলী] ভাষাত) এটা [[ইন্দোভাৰত-আৰ্য ভাষাসমূহভাষা পৰিয়াল|ইন্দোভাৰত-আৰ্য ভাষা]]। ই মূলতমূলতঃ ভাৰতৰ[[ভাৰত]]ৰ [[বিহাৰ]] ৰাজ্য আৰু নেপালৰ[[নেপাল]]ৰ পূৰ্বাঞ্চলীয় তেৰাই অঞ্চলত প্ৰচলিত। ভাষাবিজ্ঞানীসকলে মৈথিলীক এটা পূৰ্ব ইন্দোভাৰত-আৰ্য ভাষা হিচাবেহিচাপে গণ্য কৰে । হিন্দীতকৈ[[হিন্দী ভাষা|হিন্দী]]তকৈ [[বাংলা ভাষা|বঙালী]], [[অসমীয়া ভাষা|অসমীয়া]] আৰু ওড়িয়াৰ[[ওড়িয়া ভাষা|ওড়িয়া]]ৰ লগত ইয়াৰ সম্পৰ্ক বেছি। এসয়ত মৈথিলী ভাষাক হিন্দীৰ উপভাষা হিচাবেহিচাপে গণ্য কৰা হৈছিল যদিও [[২০০৩]] চনত মৈথিলী ভাষাই ভাৰতৰ এটা স্বতন্ত্ৰ চৰকাৰী ভাষা হিচাবেহিচাপে সাংবিধানিক স্বীকৃতি লাভ কৰে।
 
মৈথিলি ভাষা [[মৈথিলী লিপিতেলিপি]]তে লিখা হৈছিল, যাৰ লগত [[অসমীয়া ভাষালিপি|অসমীয়া]] আৰু [[বঙালী ভাষালিপি|বাংলা লিপি]] লিপিৰ মিল আছে। কিন্তু বৰ্তমানে [[দেৱনাগৰী লিপিতলিপি]]ত এই ভাষা লিখা হয়।
 
মৈথিলী ভাষাৰ নাম প্ৰাচীন ভাৰতীয় ৰাজ্য মিথিলাৰ পৰা আহিছে। প্ৰায় চাৰে চাৰি কোটি মানুহে মৈথিলী ভাষাযতভাষাত কথা পাতে। এই ভাষাৰ সবাতকৈসবাতোকৈ বিখ্যাত সাহিত্যিক হ'ল কবি [[বিদ্যাপতি]]।
 
==মৈথিলী লিপি==