বাৰ্তা:অসমৰ এলজিবিটি ব্যক্তিৰ তালিকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
5 নং শাৰী:
 
:{{ping|দিব্য দত্ত}}সকলো এলজিবিটিৰ নাম প্ৰদান নিশ্চয় কৰা নাই আৰু এয়া সম্ভৱো নহয় কাৰণ প্ৰতিখন ঠাইতে বহুত সংখ্যক এলজিবিটি সদস্য আছে। যিসকলৰ নাম দিয়া হৈছে বা দিয়া হব তেওঁলোকৰ উৎস প্ৰসংগ আছে। উল্লেখযোগ্য ব্যক্তি যাৰ ৱিকি যোগদানৰ অৰ্হতা আছে তেওঁলোকৰ হে উৎস প্ৰসংগ থাকিব নিশ্চয়। বৰ্তমানলৈকে যোগদান কৰা , বেনজামিন দৈমাৰী এজন অসমীয়া অভিনেতা হয় যাৰ অসমীয়া চলচিত্ৰৰ বাবে তেওঁ দক্ষিণ এছিয়াৰ ভিতৰতে শ্ৰেষ্ঠ অভিনেতা স্থান পাইছে। ঠিক তেনেদৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চিত , ন্যায়াধীশ আদিৰ নাম উল্লেখ কৰাত নিশ্চয় বাধা থাকিব নালাগে। অইন ৱিকিত সাধাৰণভাবে কেৱল সদস্যৰ তালিকা বুলিয়ে আছে কিন্তু যদি আপোনালোকৰ বিশেষ অসুবিধা হৈছে তেন্তে নামটো অসমৰ উল্লেখযোগ্য এলজিবিটিৰ তালিকা বুলি কৰিব পৰা যাব। পিছে অইন ৱিকিত এলজিবিটি তালিকা বুলিয়ে আছে।ব্যক্তিগত ব্যস্ততাৰ বাবে উৎস প্ৰসংগ বা ৱিকি সম্পাদনা কৰিব পৰা নাই এইকেইদিনৰ ভিতৰতে উৎস আৰু বাকী অনুবাদসমূহ কৰা হব। <mark><big><span style="text-shadow:green 3px 3px 3px;">[[User:KhiLanTzi|<font color="#663300">'''ḱḩḭ-ḸḀN-ʈẐɛ̃ɛ̃'''</font>]]&nbsp;</span></big><sup>[[সদস্য বাৰ্তা:KhiLanTzi|কথামেল]]</sup><sub>[[সদস্য:KhiLanTzi/পুথি-পাজী|পুথি-পাজী]]</sub></mark>
 
:: {{ping|দিব্য দত্ত}}, {{ping|KhiLanTzi}}: তেন্তে হ'ব। ৱিকি প্ৰৱন্ধ থকা লোকৰ নামহে এই তালিকাত থকা উচিত। "নিজকে চিনাক্ত কৰা" অংশ লাগেনে নাই বা "উল্লেখযোগ্য" বুলি লিখিব লাগেনে সেয়া আলোচনা কৰিব পাৰি। [[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) 09:18, 13 September 2020 (ইউ.টি.চি.)
"অসমৰ এলজিবিটি ব্যক্তিৰ তালিকা" পৃষ্ঠালৈ উভতি যাওক।