আৰ্নেষ্ট হেমিংৱে: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
অNo edit summary |
SlowPhoton (আলোচনা | বৰঙণি) No edit summary |
||
1 নং শাৰী:
{{Infobox writer <!-- for more information see [[:Template:Infobox Writer/doc]] --> <!-- Please do not modify the infobox!!! -->
|name
|image
|caption
|birth_date
|birth_place = অ’ক পাৰ্ক, [[ইলিনই]], [[আমেৰিকা যুক্তৰাষ্ট্ৰ]]
|death_date
|death_place = কেটচাম, [[আইডাহ’]], আমেৰিকা যুক্তৰাষ্ট্ৰ
|awards
}}
'''আৰ্নেষ্ট হেমিংৱে''' এগৰাকী আমেৰিকান সাংবাদিক, ঔপন্যাসিক, চুটি গল্প লেখক আৰু খেলুৱৈ। [[আমেৰিকা যুক্তৰাষ্ট্ৰ]]ৰ ইলিনই প্ৰদেশৰ অ’ক পাৰ্কত ১৮৯৯ চনৰ জুলাই মাহৰ ২১ তাৰিখে হেমিংৱেৰ জন্ম হয়। তেওঁৰ দেউতাক পেছাত এজন চিকিৎসক আছিল।<ref name="Reynolds pp 17-18">Reynolds (2000), 17–18</ref> শৈশৱ কালছোৱাত হেমিংৱেই অধিক সময় কান্ধত বন্দুকটো লৈ হাবিয়ে বননিয়ে আৰু কেতিয়াবা ডাঙৰ মাছ বিছাৰি হ্ৰদ এটাত
১৯২৩ চনত হেমিংৱেৰ প্ৰথম গ্ৰন্থ ''Three Stories and Ten Poems'' নামৰ এক চুটি গল্প সংকলন প্ৰকাশিত পায়।<ref>Oliver, Charles. (1999). ''Ernest Hemingway A to Z: The Essential Reference to the Life and Work''. New York: Checkmark Publishing. ISBN 978-0-8160-3467-3. p. 324</ref> প্ৰথম অৱস্থাত হেমিংৱেই গল্প লিখি আলোচনীলৈ পঠিয়ালেও সেইবোৰ প্ৰকাশ হোৱা নাছিল। পৰৱৰ্তী সময়ত এইজন লিখকেই ১৯৫২ চনত বিশ্ব সাহিত্যৰ এখন উল্লেখযোগ্য উপন্যাস ''[[দ্য অ'ল্ড মেন এণ্ড দ্য ছী]]'' ৰচনা কৰি উলিয়াই।<ref name="Time">{{cite journal |author=The Editors |title=From Ernest Hemingway to the Editors of Life |date=25 August 1952 |journal=Life |publisher=Time Inc |volume=33 |issue=8 |page=124 |issn=0024-3019 |url=https://books.google.com/books?id=g1YEAAAAMBAJ&pg=PA124 |quote=Hemingway's work is a 27,000-word novel called ''The Old Man and the Sea''.}}</ref> এইখনে উপন্যাসে লাভ কৰা বিশ্বজুৰা জনপ্ৰিয়তা লাভ কৰে। ১৯৫৪ চনত এই উপন্যাসখনৰ বাবেই তেখেতে লাভ কৰে সাহিত্যৰ [[ন'বেল বঁটা]]।
সমালোচকসকলৰ মতে ''[[দ্য অ'ল্ড মেন এণ্ড দ্য ছী]]'' উপন্যাসখন গদ্যত লিখা এখন কাব্যিক উপন্যাস। হেমিংৱেৰ জীৱনৰ সমগ্ৰ অভিজ্ঞতা আৰু জীৱন দৰ্শন এই উপন্যাসখনত পৰিস্ফুট হৈছে। হেমিংৱেই তেখেতৰ সাহিত্যিক জীৱনত অন্যান্য সাহিত্য কৰ্মৰ লগতে মুঠতে
==সাহিত্যপঞ্জী==
; উপন্যাস
* (১৯২৬) ''The Torrents of Spring''
* (১৬২৬) ''The Sun Also Rises''
36 নং শাৰী:
* {{Wikiquote inline|Ernest Hemingway|আৰ্ণেষ্ট হেমিঙৱে}}
[[শ্ৰেণী:আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি]]▼
[[শ্ৰেণী:মৃত ব্যক্তি]]
[[শ্ৰেণী:আমেৰিকান লেখক]]
▲[[শ্ৰেণী:আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি]]
[[শ্ৰেণী:ন’বেল বঁটা বিজয়ী]]
[[শ্ৰেণী:পুলিৎজাৰ বঁটা বিজয়ী]]
|